সমললৈ যাওক

ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ছেপ্টেম্বৰ,২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/চেপ্তেম্বৰ, ২০২৫
নোহকালিকাই জলপ্ৰপাত ভাৰতৰ সবাটোকৈ ওখ প্লাঞ্জ জলপ্ৰপাত। ইয়াৰ উচ্চতা ৩৪০ মিটাৰ (১,১১৫ ফুট)। ভাৰতৰ মেঘালয় ৰাজ্যৰ এই জলপ্ৰপাতটো পৃথিৱীৰ অন্যতম আৰ্দ্ৰ অঞ্চল চেৰাপুঞ্জীৰ ওচৰত অৱস্থিত।
আলোকচিত্ৰ:বিক্ৰমজিৎ কাকতী

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...