সমললৈ যাওক

ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ফেব্ৰুৱাৰী,২০২৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/এপ্ৰিল,২০২৬
বৰপেটাৰ হোলীগীত লক্ষণীয়ভাৱে জনপ্ৰিয় এক লোক-সাংস্কৃতিক উপাদান। হিন্দু ধৰ্মৰ অনন্যসুন্দৰ বসন্তোৎসৱত পৰিৱেশিত এই হোলীগীতসমূহ হৈছে ভগৱান শ্ৰীকৃষ্ণ বন্দনাৰ সুন্দৰ গীতিকাব্য। সাধাৰণতঃ দৌল উৎসৱ বা ফাকুৱা চাবলৈ বিভিন্ন ঠাইৰপৰা বৰপেটা সত্ৰলৈ আহিলে এই হোলীগীতৰ মহত্ত্ব অনুভৱ কৰিব পৰা যায়।
আলোকচিত্ৰ:ময়ূৰী এম. দাস

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...