সমললৈ যাওক

ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত মিডিয়াৰ সংৰক্ষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০২৬

জুন

বগেজাৰী নৃত্য ভাৰতৰ অসমৰ পাতিৰাভা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য।


মিডিয়া সংগ্ৰহকাৰী: কমল দাস

পূৰ্বৰ নিৰ্বাচিত মিডিয়াসমূহ – অধিক নিৰ্বাচিত মিডিয়া...

জুলাই

দেওপাহাৰ বা দেওপৰ্বত হৈছে, অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত নুমলীগড়ত অৱস্থিত তথা অসম চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগৰ দ্বাৰা সংৰক্ষিত এটি পুৰাতাত্ত্বিক স্থান। জনশ্ৰুতি অনুসৰি, ই দিহিঙ্গিয়া ৰজা চুহুংমুং বা স্বৰ্গদেউ স্বৰ্গনাৰায়ণে তেওঁৰ ৰাজ্যত নিৰ্মাণ কৰা এটি পুৰণি শিৱ-মন্দিৰ, যি ১৮৯৭ চনৰ বৰ ভূমিকম্পত ধ্বংস হৈছিল।


মিডিয়া সংগ্ৰহকাৰী: প্ৰাণজ্যোতি নাথ

পূৰ্বৰ নিৰ্বাচিত মিডিয়াসমূহ – অধিক নিৰ্বাচিত মিডিয়া...

অক্টোবৰ

যোৰহাট, অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ এটা হাতীৰ জাক। হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে Hollongapar Reserved Forest বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল) হৈছে ভাৰতৰ অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।


মিডিয়া সংগ্ৰহকাৰী: কুমুদ ঘোষ

পূৰ্বৰ নিৰ্বাচিত মিডিয়াসমূহ – অধিক নিৰ্বাচিত মিডিয়া...