ৱিকিপিডিয়া:ৱিকিপত্ৰিকাৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকাৰ নিৰ্বাচিত চিত্ৰসমূহ

২০১২ বৰ্ষ

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিৰ অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। এই খেল মহাপুৰুষ শ্ৰী মন্ত শংকদেৱৰ মৃত্যুবাৰ্ষিকীৰ দিনাখন বাৰ্ষিকভাৱে অনুষ্ঠিত হৈ আহিছে।

আলোকচিত্ৰশিল্পী: যুগল ভৰালী
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

২০১৩ বৰ্ষ

মৰণা মৰা হোৱাৰ পাছত ধানৰ পৰা পতান, খেৰ ইত্যাদি বাচিবৰ বাবে ডলাৰে বা দিয়া দৃশ্য

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

২০১৪ বৰ্ষ

কাকডোঙা নদীৰ এক নৈসৰ্গিক দৃশ্য

আলোকচিত্ৰশিল্পী: অনুপম শৰ্মা
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

এগৰাকী অসমীয়া গাভৰুৱে তাঁতশালত গামোচা বৈ থকা অৱস্থাৰ স্থিৰচিত্ৰ।

আলোকচিত্ৰশিল্পী: দ্বীজেন মহন্ত
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

২০১৫ বৰ্ষ

নিৰ্বাচিত চিত্ৰ

গহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।
গহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।
অসমগহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।
আলোকচিত্ৰশিল্পী: দ্বিজেন মহন্ত

নিৰ্বাচিত চিত্ৰ

নিৰ্বাচিত চিত্ৰ

নিৰ্বাচিত চিত্ৰ

নিৰ্বাচিত চিত্ৰ

নিৰ্বাচিত চিত্ৰ

সত্ৰনগৰী মাজুলীৰ বিখ্যাত আউনিআটী সত্ৰৰ সিংহাসন ভাগৰ আলোকচিত্ৰ। সিংহাসন ভাগত সুন্দৰকৈ সজাই থোৱা পিতলৰ শঁৰাই, গছা, ফুল কাপোৰ, বৰবিচনী, ঠপনা, ঠগা, আদি পৰিলক্ষিত হৈছে।

নিতুল বৰা
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

নিৰ্বাচিত চিত্ৰ

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ফেৰীৰে মাজুলীলৈ যাত্ৰা কৰাৰ মুহূৰ্তৰ আলোকচিত্ৰ

সুৰজ কুমাৰ দাস
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

নিৰ্বাচিত চিত্ৰ

২০০৪ চনৰ গণতন্ত্ৰ দিৱসত অগ্নি মিচাইল

ৱিকিমিডিয়া কমনচ
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


নিৰ্বাচিত চিত্ৰ

পৰম্পৰাগত মাছ ধৰা সঁজুলি জাকৈৰে মাছ ধৰি থকা অৱস্থাত এগৰাকী অসমীয়া মহিলা

বিক্ৰমজিত কাকতি
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


নিৰ্বাচিত চিত্ৰ

অসমনগাঁও জিলাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত জলপ্ৰপাত আকাশী গংগা

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


নিৰ্বাচিত চিত্ৰ

নিৰ্বাচিত চিত্ৰ

২০১৬ বৰ্ষ

নিৰ্বাচিত চিত্ৰ

নিৰ্বাচিত চিত্ৰ

নিৰ্বাচিত চিত্ৰ

মুকলি পথাৰত মহিলাই বিহু নচাৰ দৃশ্য

বিক্ৰমজিৎ কাকতি
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


নিৰ্বাচিত চিত্ৰ

২০১৯ বৰ্ষ

নিৰ্বাচিত চিত্ৰ

অসমতিনিচুকীয়াৰ মাগুৰীবিলত পৰিভ্ৰমী অতিথি এজাক ধৃতিৰাজ হাঁহ
আলোকচিত্ৰশিল্পী: নেজিব আহমেদ

নিৰ্বাচিত চিত্ৰ

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ দ্বাৰা ২৬ মে', ২০১৭ ত অসমলোহিত নদীৰ ওপৰত উদ্বোধিত ভূপেন হাজৰিকা সেতুৰ এক বিহংগম দৃশ্য।
আলোকচিত্ৰশিল্পী: প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়, ভাৰত চৰকাৰৰ তথ্য বিভাগ
অসমব’হাগ বিহুৰ এক বাদ্যযন্ত্ৰ সুতুলি। মাটিৰে তৈয়াৰ কৰা এই সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে।
আলোকচিত্ৰশিল্পী: অভিজিত কলিতা
২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কামৰূপ জিলাৰ এখন গাঁওত ৰাভা জনগোষ্ঠীৰ এগৰাকী মহিলাই ভোটদান কৰাৰ দৃশ্য
২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কামৰূপ জিলাৰ এখন গাঁওত ৰাভা জনগোষ্ঠীৰ এগৰাকী মহিলাই ভোটদান কৰাৰ দৃশ্য।

আলোকচিত্ৰশিল্পী: ভাৰতীয় নিৰ্বাচন আয়োগ
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

অসমৰ বনাঞ্চলত দেখা পোৱা এবিধ আপুৰুগীয়া প্ৰাণী সোণালী বান্দৰ। এই বান্দৰক বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত আই ইউ চি এন ৰঙা তালিকাত বিলুপ্তপ্ৰায় প্ৰজাতি ৰূপে চিহ্নিত কৰা হৈছে৷
আলোকচিত্ৰশিল্পী: Yathin S Krishnappa
অসমকামৰূপ জিলাৰ বকোত সত্ৰীয়া নৃত্য দলে পৰিবেশন কৰা ভোৰতাল নৃত্যৰ এক দৃশ্য।
আলোকচিত্ৰশিল্পী: বিপুল ৰাভা
অসমকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাননগাওঁ জিলাত অৱস্থিত বাগৰি ৰেঞ্জত বানপানীৰ সময়ত পোৱালিৰে সৈতে এশিঙীয়া গঁড়-এ আশ্ৰয়ৰ সন্ধান কৰাৰ এক দৃশ্য
আলোকচিত্ৰশিল্পী: দিগন্ত তালুকদাৰ
নামেৰীত সূৰ্যোদয়।
আলোকচিত্ৰশিল্পী: Monish Matthias
কাতি বিহুৰ সন্ধিয়া অসমৰ ধাননি পথাৰত জ্বলোৱা চাকি।
আলোকচিত্ৰশিল্পী: দিগন্ত তালুকদাৰ
দ্বীপান্বিতাৰ সন্ধিয়া অসমগুৱাহাটী মহানগৰৰ দৃশ্য
আলোকচিত্ৰশিল্পী: Kinshuk Kashyap
চানডুবি বিল অসমকামৰূপ জিলাৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল।
আলোকচিত্ৰশিল্পী: ঈশান জ্যোতি বৰা

২০২০ বৰ্ষ

চানডুবি বিল অসমকামৰূপ জিলাৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল।
আলোকচিত্ৰশিল্পী: ঈশান জ্যোতি বৰা
অসমমাঘ বিহুৰ দিনা মেজিত অগ্নিসংযোগ কৰাৰ দৃশ্য৷
আলোকচিত্ৰশিল্পী: ভাস্কৰজ্যোতি ভূঞা
অসমবৰপেটা সত্ৰদৌল উৎসৱৰ অন্তিম দিনা গোহে গুৰুৱা পৰ্ব পালন কৰাৰ দৃশ্য৷ বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
আলোকচিত্ৰশিল্পী: Mayurimdas
অসমবৰপেটা সত্ৰত দৈনিকৰ প্ৰসংগৰ সময়ত ভকতগণ।
আলোকচিত্ৰশিল্পী: ভৃগু বায়ন