সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ্য বিশেষ
চতুৰ্দশ বৰ্ষ | অক্টোবৰ | ২০২৫ | দশম সংখ্যা
মুখবন্ধ
মুখবন্ধ সম্পাদনা কৰক
আলোকচিত্ৰ শিল্পী- ডাঃ গীতাৰ্থ বৰদলৈ

  ২০২৫ বৰ্ষৰ ১৯ ছেপ্তেম্বৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰে। অগণন অনুৰাগীক শোকৰ সাগৰত পেলোৱা এই ঘটনাই অসমীয়া ৱিকিমিডিয়া সমাজকো মৰ্মান্তিক আঘাত দিয়ে। ৱিকিপত্ৰিকাৰ এই সংখ্যাৰ জৰিয়তে আমি অসমীয়া ৱিকিমিডিয়া সমাজে শোকসন্তপ্ত পৰিয়াললৈ আনুষ্ঠানিকভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে জুবিন গাৰ্গৰ বৰ্ধিত পৰিয়াল অৰ্থাৎ সমূহ জুবিনপ্ৰেমীৰ দুখৰ সমভাগী হৈছোঁ। এই সময় যন্ত্ৰণাময়! এই খবৰ অসহনীয়! আমি প্ৰাৰ্থনা কৰিছোঁ যাতে শীঘ্ৰেই ৰহস্যৰ কলীয়া ডাৱৰ আঁতৰি পোহৰ হওক সত্যৰ বাট।

 এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী হোৱাৰ উপৰি জুবিন গাৰ্গ সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, কবি আৰু সমাজকৰ্মী। তেওঁ আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰি থৈ গ'ল। অসমীয়া ভাষাক গীতৰ জৰিয়তে জনপ্ৰিয় কৰি তোলা জুবিন গাৰ্গে প্ৰায় ৪০টা ভাষাত গীত বাণীবদ্ধ কৰি গৈছে। প্ৰায় ৩৮০০০ গীতত কণ্ঠদান কৰা জুবিন গাৰ্গে বহুকেইবিধ বাদ্যযন্ত্ৰও বজাব জানিছিল।

 অসামান্য প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গ স্বভাৱতে শিশুসুলভ আৰু আনৰ দুখত দুখী হৈ মন খুলি সহায় কৰা এজন ব্যক্তি। সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলে সেয়ে অতিকৈ ভাল পায় তেওঁক। আকস্মিকভাৱে অহা দুঃখবৰটোত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ গৈ অন্তিম যাত্ৰাত লোকে লোকাৰণ্য কৰি তোলে। কেৱল গুৱাহাটীতে নহৈ জিলাই জিলাই অনুৰাগীসকলৰ মৌন সমদল পৰিলক্ষিত হয়। প্ৰান্তে প্ৰান্তে প্ৰাৰ্থনা হৈ নিনাদিত হয় মায়াবিনী ৰাতিৰ বুকুত। সেইদিন ধৰি চিত্ৰ, দেৱাল-অংকন, কাৰ্টুন, গীত, দৃশ্য-শ্ৰব্য আদি অনেক মাধ্যমেৰে অনুৰাগীসকলে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকাৰ সমান্তৰালকৈ অসমীয়া ৱিকিমিডিয়া সমাজেও নীৰৱে তেওঁ আৰু তেওঁৰ সৃষ্টিক যুগমীয়া কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

শেষত ৱিকিপত্ৰিকাৰ এই সংখ্যা জুবিন গাৰ্গলৈ উছৰ্গা কৰি তেওঁৰ ভাষাতেই গাওঁ আহক -

উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

নৱপত্ৰিকা হʼল বংগ, অসম আৰু ওড়িশাৰ দুৰ্গাপূজাৰ এক বিশিষ্ট অংগ। নৱপত্ৰিকা শব্দটিৰ আক্ষৰিক অৰ্থ হৈছে নবিধ গছৰ পাত। কিন্তু, আচলতে নৱপত্ৰিকা মানে নপ্ৰকাৰৰ পাত নহয়, নবিধ উদ্ভিদহে।

ৰম্ভা কচ্চী হৰিদ্ৰাচ জয়ন্তী বিল্ব দাড়িমৌ।
অশোক মানকশ্চৈব ধান্যঞ্চ নৱপত্ৰিকা।

অৰ্থাৎ: কদলী বা ৰম্ভা (কল), কচু, হৰিদ্ৰা (হালধি), জয়ন্তী, বিল্ব (বেল), দাড়িম্ব (ডালিম), অশোক, মানকচু আৰু ধান

এজোপা সপত্ৰ (পাতযুক্ত) কলগছৰ লগত আঠবিধ সমূল (শিপাযুক্ত) সপত্ৰ (পাতযুক্ত) উদ্ভিদ একেলগ কৰি এযোৰ বেলৰ সৈতে শ্বেত (বগা) অপৰাজিতা লতাৰে বান্ধি ৰঙা-পাৰিযুক্ত বগা শাৰী মেৰিয়াই ওৰণি দি কইনাৰ ৰূপ দিয়া হয়; স্ত্ৰীৰূপৰ বাবে দুটা বেলেৰে স্তনযুগল নিৰ্মাণ কৰা হয়। তাৰপিছত সেন্দূৰ দি সপৰিবাৰে দেৱী-প্ৰতিমাৰ সোঁফালে থিয় কৰোৱাই পূজা কৰা হয়। প্ৰচলিত বঙালী ভাষাত নৱপত্ৰিকাৰ নাম কলা বউইয়াত বিতংকৈ পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ ইণ্ডিয়া গেটৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ছেপ্টেম্বৰ-২০২৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ২৩১

  1. পখাৱজ
  2. বৰ্খা সিং
  3. ঝপতাল
  4. তান (সংগীত)
  5. জাভাস্ক্ৰীপ্ট
  6. স্বৰলিপি
  7. স্বৰগম
  8. ইউনিয়ন খ্ৰীষ্টান কলেজ, মেঘালয়
  9. ডন বস্কো কলেজ, তুৰা
  10. আলাপ
  11. আকাশ গুপ্তা
  12. তন্ময় ভাট
  13. ৰত্নোত্তমা দাস বিক্ৰম
  14. কুৎস
  15. শুষ্ণ
  16. তুৰ্বায়ণ
  17. পখ্টা
  18. চ্যাৱন
  19. ভৰত মুনি
  20. মাদ
  21. ঔৰ্ব
  22. কায়াকল্প
  23. চ্যাৱনপ্ৰাছ
  24. শৌনক
  25. দয়া (গুণ)
  26. সমত্ব
  27. উইলিয়াম কেৰী বিশ্ববিদ্যালয়
  28. নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী
  29. লেডী কিন কলেজ
  30. সন্তুৰ
  31. নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স
  32. কাকজান মহাবিদ্যালয়
  33. ঋষি
  34. কুব্জা
  35. সুদামা
  36. সুন্দ আৰু উপসুন্দ
  37. নিকুম্ভ
  38. হোৰি
  39. আন্দোলন (সংগীত)
  40. পৌণ্ড্ৰক
  41. আলভি
  42. আৰ্ঘন
  43. আনছাৰী
  44. আৱান (জনগোষ্ঠী)
  45. বাঘৱান
  46. বাল্টি লোক
  47. ভিষ্টি
  48. বিছাটি
  49. ছিপি
  50. খটকা (সংগীত)
  51. অনন্ত চতুৰ্দশী
  52. ছাউচ (সম্প্ৰদায়)
  53. মুছলিম ঘোষী
  54. মলকানা
  55. শ্বেইখ
  56. হাজ্জাম
  57. হুছেইনী ব্ৰাহ্মণ
  58. মুছলিম তেলী
  59. ঘাঁচী(মুছলিম)
  60. তেলী
  61. বিপুল গোয়েল
  62. ৰাজু শ্ৰীবাস্তৱ
  63. উৰুজ আছফাক
  64. কান (সংগীত)
  65. সুমুখী সুৰেশ
  66. সৌৰভ দাস
  67. নাই(নাপিত)
  68. কুণ্ডিনাপুৰী
  69. ওছান
  70. পুছলান
  71. থাংগল
  72. থাংগল (জনগোষ্ঠী)
  73. খলিফা (জাতি)
  74. লোহাৰ (জাতি)
  75. চুণাৰা
  76. পটুৱা (জাতি)
  77. কাহাৰৱা
  78. একতাল
  79. তিলৱাড়া
  80. অকালবোধন
  81. ঝুমৰা
  82. চিকি ঘাঁহৰ শিল্প
  83. মালাবাৰ জালুক
  84. এলাহাবাদী মধুৰীআম
  85. ইষ্ট ইণ্ডিয়া লেডাৰ
  86. চেলেম ৰেচম
  87. কোৱাই কোৰা কপাহী শাড়ী
  88. আৰাণী ৰেচম
  89. ধোকৰা
  90. বালেন্দ্ৰ শ্বাহ
  91. পাম্বট্টি সিদ্ধাৰ
  92. তক্ষক
  93. জৰৎকাৰু
  94. শ্ৰীধৰ
  95. আদিকবি পম্পা
  96. আদি পুৰাণ
  97. কানন গীল
  98. সুলতাল
  99. বিজয়নগৰ সাম্ৰাজ্য
  100. তিহাই
  101. কৰ্দম
  102. সুশীলা কাৰ্কী
  103. মৰিচি
  104. মৰুৎ
  105. হৰি ঔম
  106. হৰ হৰ মহাদেৱ
  107. ব্ৰহ্মতাল
  108. অংগিৰস
  109. অথৰ্বন
  110. মানসপুত্ৰ
  111. হিমৱত
  112. জয় শ্ৰী কৃষ্ণ
  113. জয় চিয়া ৰাম
  114. মুখৰা আৰু মোহৰা
  115. ৰাগ দীপক
  116. দেৱনাগৰী সংযোগী শব্দ
  117. সৃষ্টিশীল কৃত্ৰিম বুদ্ধিমত্তা
  118. ৰাধে ৰাধে
  119. বৰসনা
  120. গোকুল
  121. নন্দগাঁও
  122. ভান্দিৰবন
  123. গোবৰ্ধন
  124. সোংখ
  125. মথুৰা
  126. শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়
  127. ৰাগ ভীমসেন
  128. ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, মণিপুৰ
  129. ৰাগ বাহাৰ
  130. ৰাগ বসন্ত
  131. দুৰ্গমাসুৰ
  132. লক্ষ্মী তন্ত্ৰ
  133. ৰাগ দুৰ্গা
  134. প্ৰস্থানত্ৰয়ী
  135. স্বৰ্গাৰোহণ পৰ্ব
  136. গন্ধবণিক
  137. ব্যাধগীতা
  138. ৰাগ জয়জয়ৱন্তী
  139. জয় হিন্দ
  140. জয় জোৱান জয় কিষাণ
  141. খেলা হবে
  142. ১৪ ছেপ্টেম্বৰ, ২০২৫ ওদালগুৰি ভূমিকম্প
  143. জয় ভীম
  144. বাবু হৰদাস
  145. নেপালৰ জেন জী আন্দোলন, ২০২৫
  146. ৰাজমোহন নাথ
  147. ৰাগ ইমন
  148. কিষাণ ফাগুজী বনচোড়
  149. চোখামেলা
  150. কৰ্মমেলা
  151. সোয়াৰাবাই
  152. নিৰ্মলা
  153. বাংকা
  154. ৱাৰকাৰী
  155. একনাথ
  156. একবীৰা দেৱী
  157. ৰাসায়নিক মৌলৰ তালিকা
  158. অভংগ
  159. যমাই দেৱী
  160. এম ভি ধুৰন্ধৰ
  161. জন গ্ৰীফিথছ
  162. কেওঁট জনগোষ্ঠী
  163. ৰাগ কাফী
  164. ডোগ্ৰা মুছলমান
  165. মাৰাঠী মুছলমান
  166. আট্টাৰৱালা
  167. ভাদলা
  168. মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়
  169. ভাণ্ড
  170. জানকীলাল ভাণ্ড
  171. বেহৰুপিয়া শিল্পী
  172. ডাফাৰ
  173. দৰ্জি
  174. বি আৰ গাৱাই
  175. ফাকুৱা দৌল, জয়সাগৰ
  176. নশ্যা শ্বেখ
  177. কাৰাণী বংশ
  178. ভুৰিশ্ৰেষ্ঠ
  179. গোসাঁনীমাৰী
  180. বায়াজিদ
  181. চুলেইমান খান কাৰাণী
  182. তৰ্পণ
  183. তাজ খান কাৰাণী
  184. দাউদ খান কাৰাণী
  185. মুনিম খান
  186. য়ে দিল মাংগে মোৰ
  187. জাগো গ্ৰাহক জাগো
  188. লাল চালাম
  189. হেল্লো
  190. অষ্টবক্ৰ
  191. কহোদা
  192. ভাণ্ডিন
  193. শাস্ত্ৰাৰ্থ
  194. অষ্টবক্ৰ গীতা
  195. উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ
  196. জুবিন গাৰ্গে ৰেকৰ্ডিং কৰা গীতৰ তালিকা
  197. উপস্কাৰ
  198. শংকৰ মিশ্ৰ
  199. নব্য ন্যায়
  200. তত্ত্বচিন্তামণি
  201. আয়াছী মিশ্ৰ
  202. ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন, নতুন দিল্লী
  203. কণাদ
  204. মায়াবিনী ৰাতিৰ বুকুত
  205. হাটশিঙিমাৰী মহাবিদ্যালয়
  206. কনৰাড মুৰে
  207. প্ৰীতম চক্ৰৱৰ্তী
  208. জুবিন
  209. ষষ্ঠী (তিথি)
  210. হোমবাউণ্ড (চলচ্চিত্ৰ)
  211. সপ্তমী
  212. অষ্টমী
  213. নৱমী
  214. দশমী
  215. ঢাক
  216. জেনিফাৰ এনিষ্টন
  217. ৰাগ বিহাগ
  218. নৱপত্ৰিকা
  219. এমা ষ্টোন
  220. বাৰোৱাৰী
  221. কৰণ জোহৰ
  222. লাজাৰাচ দ্বীপ
  223. মতিলাল জটৱানী
  224. ৰাম নাথ পুৰী
  225. ৰজা মহেন্দ্ৰ প্ৰতাপ
  226. গান্ধী, মাই ফাদাৰ
  227. প্ৰণামী সম্প্ৰদায়
  228. পুতলীবাই
  229. মোধ (জনসমষ্টি)
  230. নাৰায়ণ দত্তাত্ৰেয় আপ্তে
  231. গোপাল গডছে
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
সুৰত হেৰাই যোৱা জুবিন – মঞ্চত নিজৰ আত্মা ঢালি সংগীত পৰিৱেশন কৰি থকা অৱস্থাত জুবিন গাৰ্গ
চিত্ৰ শিল্পী: বিক্ৰমজিৎ কাকতী
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
বাবুল বৈশ্য
ৱিকি শতক পদক
ৰাকেশ মোদক







বিশেষ অভিলেখ
ছেপ্টেম্বৰ-২০২৫ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান ৰাকেশ মোদকে ৱিকিপিডিয়াত ১০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি অভিলেখ গঢ়ে।
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৯,৬৪২ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৭২৪ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১২১৩ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
দিব্য দত্ত ৬৩ ২৫ ২৪ ২৩
নয়ন জ্যোতি নাথ ৭৭ ২১৪
কন্দৰ্পজিৎ কল্লোল ৭৪১ ২৬
বাবুল বৈশ্য ৫০ ৯৯৫ ৩৬ ১৩২৮
দিপাংকৰ দাস ১০৪ ৪৮
ঈশান জ্যোতি বৰা ১৮২ ১০১ ১৭
মৃদুল কুমাৰ শৰ্মা ১১৮ ২৫
প্ৰণামিকা অধিকাৰী ১৪৩৬ ১২৯ ১৫৫
ৰাকেশ মোদক ১৫৭ ১৬
১০ কুমুদ ঘোষ ১০৮ ১০১৫
১১ গীতাৰ্থ বৰদলৈ ৬৩ ১৬ ১৯৫
১২ জ্যোতি চিৰিং ২৭১
১৩ প্ৰাণজ্যোতি নাথ ৬১ ৩৮৪ ৩৮৯ ১৭
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।