ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৫/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব

| “ | যিসকল অন্য ৰাজ্যৰ পৰা আহি অসমবাসী হৈ গ’ল, তেওঁলোকে নিজ স্বাৰ্থতে অসমখনক সন্মানসহকাৰে আপোন কৰি লোৱাটোৱেই স্বাভাৱিক নৈতিকতা। | ” |
| — ভূপেন হাজৰিকা | ||
| “ | অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো। তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ।
|
” |