সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
চতুৰ্দশ বৰ্ষ | ছেপ্টেম্বৰ | ২০২৫ | নৱম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ৱিকিউৎস এক ডিজিটেল পুথিভঁৰাল আৰু ই ৰাজহুৱা ক্ষেত্ৰ বা কপিৰাইট উকলা আৰু কপিৰাইট ধাৰকে পুনৰ্বিতৰণ কৰা গ্ৰন্থসমূহৰ এক বিশাল ভঁৰাল হিচাপে কাম কৰে৷ অনলাইন মাধ্যমত সহজলভ্য হোৱা বাবে ই পাঠক, গৱেষক আৰু পণ্ডিতসকলৰ বাবে এক অমূল্য "পকেট লাইব্ৰেৰী" হিচাপে কাম কৰে। সাহিত্য, ইতিহাস, বিজ্ঞান আৰু অধিক গ্ৰন্থৰ বিস্তৃত সংকলনেৰে সমৃদ্ধ ৱিকিউৎসক সহজে উপলভ্য আৰু ব্যৱহাৰ কৰিব পৰা অসীম জ্ঞানৰ ভাণ্ডাৰ বুলিব পাৰি।

ৱিকিউৎসৰ এই বহুল ব্যৱহাৰক অধিক সহজলভ্য কৰাৰ উদ্দেশ্যে CIS-A2K ৰ উদ্যোগত ২০২৫ বৰ্ষৰ ১৭ আগষ্টত Wikisource Reader নামৰ এটা মোবাইল এপ্লিকেচন মুকলি কৰা হৈছে৷ কিতাপ পঢ়ি ভালপোৱা সকলৰ বাবে এটা খুব ভাল খবৰ৷ গুগল প্লেষ্ট’ৰৰ পৰা পাঠকে এই এপটো ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব৷ অসমীয়া, ইংৰাজী, বাংলা, হিন্দীকে ধৰি ২২ টা ভাষাৰ সহস্ৰাধিক গ্ৰন্থ উপলভ্য কৰা হৈছে৷ এই এপটো ডিজিটেল সাহিত্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ বুলি ক’ব পাৰি৷

ৱিকিউৎসৰ ৰীডাৰ এপটো নিৰ্মাণ কৰি থকা সময়তেই অসমীয়া ৱিকিউৎসৰ এটা অডিঅ’ এপ নিৰ্মাণৰ চিন্তা মনলৈ আহিছিল৷ এই কামটো যদি হৈ উঠে তেতিয়া আমি আমাৰ ৱিকিউৎসত থকা কিতাপসমূহ পঢ়াৰ লগতে শুনিব পৰা সুবিধা লাভ কৰিম৷ এতিয়াও এই প্ৰকল্পটো আৰম্ভ কৰা নাই যদিও সকলো স্বেচ্ছাসেৱকে যদি কামটো কৰিম বুলি আগবাঢ়ে আমি এনে ধৰণৰ এটা সঁজুলি নিৰ্মাণ কৰিব পাৰিম বুলি আশাবাদী৷ দিব্য দত্ত (বাৰ্তা) 13:28, 1 September 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ইণ্ডিয়া গেট (পূৰ্বতে সৰ্বভাৰতীয় যুদ্ধ স্মাৰক নামেৰে জনাজাত) নতুন দিল্লীৰ "আনুষ্ঠানিক অক্ষ"ৰ পূব প্ৰান্তত ৰাজপথ (অফিচিয়েলভাৱে কাৰ্তব্য পথ বুলি কোৱা হয়)ৰ ওচৰত অৱস্থিত এখন যুদ্ধ স্মৃতিসৌধ। ১৯১৪ চনৰপৰা ১৯২১ চনৰ ভিতৰত প্ৰথম বিশ্বযুদ্ধত, ফ্ৰান্স, ফ্লেণ্ডাৰছ, মেছ’পটেমিয়া, পাৰস্য, পূব আফ্ৰিকা, গ্যালিপলি আৰু নিকট আৰু সুদূৰ পূবৰ অন্যান্য ঠাইত মৃত্যু হোৱা ভাৰতীয় সেনাবাহিনীৰ ৭৪,১৮৭ জন সৈনিক আৰু তৃতীয় এংলো-আফগান যুদ্ধৰ স্মৃতি স্মৃতিচাৰণ কৰা হয়। গেটখনত যুক্তৰাজ্যৰ কিছুমান সৈনিক আৰু বিষয়াকে ধৰি ১৩,৩০০ সেনাবাহিনীৰ নাম লিখা আছে। ছাৰ এডউইন লুটিয়েন্সৰদ্বাৰা ডিজাইন কৰা এই গেটখনে প্ৰাচীন ৰোমান বিজয়ী তোৰণ যেনে ৰোমৰ আৰ্ক অৱ কনষ্টেণ্টাইনৰ স্থাপত্য শৈলী আৰু পিছৰ স্মৃতিসৌধৰ তোৰণৰ স্থাপত্য শৈলী প্ৰতিফলিত কৰে; ইয়াক প্ৰায়ে পেৰিছৰ আৰ্ক ডি ট্ৰাইমফ, আৰু মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ সৈতে তুলনা কৰা হয়। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ পিত্ত পাথৰৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
আগষ্ট-২০২৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১৯৬

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. আনা ডে আৰ্মাছ
  2. জাক ডেৰিদা
  3. ইয়ান কেৰশ্ব
  4. জোহানা ৱেলিন
  5. সৱিতা পুনিয়া
  6. মেথিউ ৰিকা
  7. জাষ্টিন ছেংগিয়ুমভা
  8. ই গুমচ'ল
  9. মিৰিয়াম ছিলভাৰবাৰ্গ
  10. লি সল্ক
  11. এলিছ ষ্টাৰলিং হনিগ

গ্ৰন্থ বিষয়ক

  1. হিয়া (আলোচনী)
  2. প্ৰাইভেট (আলোচনী)

অন্যান্য

  1. ধুলাবাৰী
  2. ৰাছ হ্ৰদ
  3. চেভিয়াৰ হ্ৰদ
  4. এৰোমেৰিন কলম্বাছ ৭৫ দুৰ্ঘটনা
  5. এয়াৰ ইউনিয়নৰ ফাৰ্মান এফ.৬০ গলিয়াথ দুৰ্ঘটনা, মে’
  6. এয়াৰ ইউনিয়নৰ ফাৰ্মান এফ.৬০ গলিয়াথ বিমান দুৰ্ঘটনা, আগষ্ট
  7. ডেইমলাৰ এয়াৰৱে ডি হেভিলেণ্ড ডি এইচ.৩৪ বিমান দুৰ্ঘটনা
  8. ইউৰোপত কথা কোৱা লোকৰ সংখ্যা অনুসৰি ভাষাৰ তালিকা
  9. ১৯২৪ৰ কে এল এম ফকাৰ এফ.III দুৰ্ঘটনা
  10. আটাইতকৈ দামী আলোকচিত্ৰৰ তালিকা
  11. ঢাকেশ্বৰী জাতীয় মন্দিৰ
  12. আন্তৰ্জাতিক আৰু দেশীয় দিৱসৰ তালিকা
  13. বিশ্ব আলোকচিত্ৰ দিৱস
  14. ভয়েচ অফ আমেৰিকা
  15. সাৰংগী
  16. বিশ্ব দয়া দিৱস
  17. পুপুছা
  18. কেডবেৰী
  19. মেৰিন কিটাগাৱা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. জয়ন্ত বন্দ্য‍োপাধ্যায়
  2. অম্লান দত্ত
  3. অনিল ঘড়াই
  4. শীৰ্ষেন্দু মুখোপাধ্যায়
  5. নাকৰ
  6. সাগৰময় ঘোষ
  7. প্ৰিয়ংকা চতুৰ্বেদী
  8. জনী লিভাৰ
  9. ফৌজা সিং
  10. ৰঘু ৰায়
  11. মুখতাৰ খান
  12. দাৰ ইয়াচিন
  13. প্ৰিয়া কাম্বলী
  14. বিজয় ৰাজ
  15. নিমি
  16. অসুৰী
  17. আচাৰ্য পিংগলা
  18. প্ৰফুল্ল চাকী
  19. অসিত ঋষি
  20. অৱৎসৰ
  21. দীৰ্ঘতমা
  22. অত্ৰি
  23. শাকল্য
  24. সাংখ্যয়ান
  25. ইৰশ্বাদ কামিল
  26. আৰুণি
  27. হৰিহৰণ (গায়ক)
  28. সত্যকাম জাবালা
  29. শংকৰ মহাদেৱন
  30. ব্ৰাত্য বসু
  31. বাদল সৰকাৰ
  32. বনানী চৌধুৰী (অভিনেত্ৰী)
  33. নাগসেনা
  34. বদৰায়ণ
  35. যাজ্ঞবল্ক্য
  36. জাকিৰ খান (কমেডিয়ান)
  37. বীৰ দাস
  38. অশ্বল
  39. বৌদ্ধযান
  40. প্ৰতাৰ্দনা
  41. শ্বেতকেতু
  42. প্ৰৱাহন জয়ৱালী
  43. শকতায়ন
  44. ভাৰতী সিং
  45. পিপ্পলাড়া
  46. শাণ্ডিল্য
  47. দেৱল
  48. মহৰ্ষি গৌতম
  49. পাৰ্শ্বনাথ

গ্ৰন্থ বিষয়ক

  1. পাগলী, তোমাৰ সঙ্গে
  2. জানকী ৰামায়ণ
  3. ভানুভক্ত ৰামায়ণ
  4. পুনশ্চ (কাব্য সংকলন)
  5. নিউ ৱমেন (আলোচনী)
  6. গৰ্গ সংহিতা
  7. মই কিয় নাস্তিক
  8. অমৰ চিত্ৰ কথা
  9. ঐতৰেয় ব্ৰাহ্মণ
  10. সেই সময় (গ্ৰন্থ)
  11. বঙ্গদৰ্শন
  12. গোৱা টুডে
  13. দ্য প্ৰিণ্ট
  14. মনুস্মৃতি

চলচ্চিত্ৰ বিষয়ক

  1. অনুদামিনী
  2. আঁখেঁ
  3. কামৰূপ কী কাহানী
  4. দিল ক্যা কৰে
  5. কাদম্বৰী (চলচ্চিত্ৰ)
  6. মহাৱতাৰ নৰসিংহ (চলচ্চিত্ৰ)

অন্যান্য

  1. ডি ডি নেচনেলৰ দ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানৰ তালিকা
  2. কংস
  3. ৰংগোলী (দূৰদৰ্শনৰ অনুষ্ঠান)
  4. মহাত্মা গান্ধী বিশ্ববিদ্যালয়, মেঘালয়
  5. আলিবাগ
  6. ইণ্ডিয়া গেট
  7. ৰাগ দৰবাৰী
  8. গোলোক
  9. পদুম মন্দিৰ
  10. ভাৰতীয় দাৰ্শনিকৰ তালিকা
  11. অমৰ জোৱান জ্যোতি
  12. ৰাগ শিৱৰঞ্জনী
  13. ৰাগ মলহাৰ
  14. ৰাগ মালকোশ
  15. ৰাগ ভৈৰৱী (হিন্দুস্থানী)
  16. চান্দেৰী শাৰী
  17. চালেমত বস্ত্ৰ উদ্যোগ
  18. চোলাপুৰ টেৰী টাৱেল
  19. চোলাপুৰী চাদ্দৰ
  20. কোটা ডৰিয়া
  21. স্বৰ
  22. ৰাগ ভৈৰৱ
  23. ৰাগ কেদাৰ
  24. পোচাম্পালি ইকাট
  25. মহীশূৰ ধূপ
  26. কুল্লু চাদৰ
  27. মহীশূৰ ৰোজউড ইনলে
  28. কংৰা চাহ
  29. অন্নপূৰ্ণা মুহিম
  30. ঠাট
  31. ৰাগ
  32. কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ
  33. শ্ৰীকালহস্তি কালামকাৰী
  34. মহীশূৰ চন্দন তেল
  35. নিধিবন
  36. মহীশূৰৰ চন্দন চাবোন
  37. বন্দিশ
  38. ৰাগ ভূপালী
  39. দাৰ্জিলিং চাহ
  40. ঠুমৰী
  41. বঙ্কিম পুৰস্কাৰ
  42. ৰাগ হিন্দোল
  43. ৰাগ ললিত
  44. ৰাগ জৌনপুৰী
  45. ৰাগ আশাৱৰী
  46. আশাৱৰী ঠাট
  47. বিলাৱল ঠাট
  48. খামাজ ঠাট
  49. কাফী ঠাট
  50. কল্যাণ ঠাট
  51. পূৰ্বী ঠাট
  52. ভৈৰৱ ঠাট
  53. ভৈৰৱী ঠাট
  54. তোড়ী ঠাট
  55. খেয়াল
  56. ষড়জ (স্বৰ)
  57. ঋষভ (স্বৰ)
  58. কৰ্মা নিউজ
  59. ব্ৰহ্ম
  60. সংগীত (ভাৰতীয় পৰম্পৰা)
  61. মাত্ৰা (সংগীত)
  62. তিনতাল
  63. ৰূপক তাল

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. সত্যকৃষ্ণ মিশ্ৰ
  2. ৰুবী সিংহ
  3. বিপুল কুমাৰ দত্ত
  4. শান্তনু হাজৰিকা (চিত্ৰশিল্পী)
  5. বিপুলজ্যোতি শইকীয়া
  6. মেঘৰঞ্জনী মেধি
  7. ফণী ভূষণ চৌধুৰী
  8. কবিৰঞ্জন শইকীয়া
  9. মাহিকা শৰ্মা
  10. ভাস্কৰ হাজৰিকা
  11. চক্ৰধৰ ডেকা
  12. কিৰণ শংকৰ
  13. দেউতি বৰুৱা

গ্ৰন্থ বিষয়ক

  1. তুংখুঙীয়া বুৰঞ্জী
  2. শংকৰদেৱৰ ভাগৱত

অন্যান্য

  1. শলগুৰি সত্ৰ
  2. শিক্ষা সেতু অসম
  3. অসমত দেখা পোৱা কাছৰ তালিকা
  4. বেংতল মহাবিদ্যালয়
  5. শদিয়া মহাবিদ্যালয়
  6. জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়, বাক্সা
  7. আজি (অসমীয়া দৈনিক)
  8. অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা
  9. গুৱাহাটীস্থিত হিন্দু মন্দিৰৰ তালিকা
  10. বৰপেটীয়া উপভাষা
  11. অসমীয়া ভাষাৰ অন্ধকাৰ যুগ
  12. আমিনগাঁও
  13. তেজপুৰ গৌৰৱযাত্ৰা
  14. অটল উদ্যান
  15. গুৱাহাটী চিটি চেণ্টাৰ মল
  16. বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ
  17. জালাহ
  18. তেজপুৰ উন্নয়ন প্ৰাধিকৰণ
  19. তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ
  20. নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ
  21. দৰবাৰ হাউছ শিলালিপি
  22. অসমী দুৰা কাছ

সানমিহলি

  1. বৈকল্পিক পৰজীৱী
  2. বিয়োজক
  3. ব্লুটুথ
  4. মেঘ পৰিকলন
  5. ৱেব পেজ
  6. ব্ৰহ্মমুহূৰ্ত
  7. গুঁই
  8. সত্ত্ব
  9. ৰজঃ
  10. তম:
  11. সোণগুঁই
  12. বিশ্ব হস্তী দিৱস
  13. মেচিন লাৰ্নিং
  14. অনিৰ্ণেয় = অসংক্ৰমণযোগ্য
  15. ৰাগ অহিৰ ভৈৰৱ
  16. জৰায়ুৰ হাইপ’প্লাছিয়া
  17. ধৰ্ষণৰ পৰিসংখ্যা
  18. এমব্ৰয়ডাৰী
  19. সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা
  20. ভেগানবাদ
  21. সান্ধ্য ভাষা
  22. শুক্ৰনীতি
  23. অমূলক ভীতিৰ তালিকা
  24. গুগল ছাইটচ
  25. গুগল এআই
  26. শুনো এআই
  27. পাৰ্বত্য নিবাস
  28. ভজন
  29. ইমেজেন (টেক্সট-টু-ইমেজ মডেল)
  30. জলতৰংগ
  31. এছৰাজ/দিলৰুবা
  32. দয়া
  33. মন্সুন মালাবাৰ
  34. শ্ৰুতি (সংগীত)
  35. বছৰৰ দিনৰ তালিকা
  36. উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ
  37. ব’গাৰ
  38. আন্তৰ্জাতিক প্ৰাইমেট দিৱস
  39. ৱান থাউজেণ্ড ডলাৰ
  40. ষ্টিল আই এম এলাইভ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু নন্দোৎসৱ উপলক্ষ্যে বৰপেটা সত্ৰত পেকযাত্ৰা এক ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰা হয় য'ত সত্ৰৰ আগফালৰ চোতালত সৰু ল'ৰাবোৰে বোকা খেচি স্ফূৰ্তি কৰে।
চিত্ৰ শিল্পী: ময়ূৰী এম দাস
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
গীতাৰ্থ বৰদলৈ
ৱিকি শতক পদক
মৃদুল কুমাৰ শৰ্মা
সংগীত শিৰোমণি পদক
মৃদুল কুমাৰ শৰ্মা
চিকুণ কৰ্মী পদক
কন্দৰ্পজিৎ কল্লোল






বিশেষ অভিলেখ
আগষ্ট-২০২৫ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান মৃদুল কুমাৰ শৰ্মাই ৱিকিপিডিয়াত ১০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি অভিলেখ গঢ়ে।
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৯,৪০৭ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৭১১ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১২১০ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

১৭ ফেব্ৰুৱাৰী ২০০৪ চনত অটল বিহাৰী বাজপেয়ীৰ সৈতে ভূপেন হাজৰিকা


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
দিব্য দত্ত ১৭৮ ৫১ ৩৪৩
কন্দৰ্পজিৎ কল্লোল ২৩২২ ২৪৩
বাবুল বৈশ্য ৩৬১ ১৯৯৬
দিপাংকৰ দাস ১২০ ৬১
ঈশান জ্যোতি বৰা ১৪৩ ১৮
প্ৰণামিকা অধিকাৰী ১০১৪ ৬৯ ১৪৮
ৰাকেশ মোদক ১০১
কুমুদ ঘোষ ১১২০ ৪৫ ৩৪
গীতাৰ্থ বৰদলৈ ১০ ৯৮২ ২৮১ ৪৪৭৮
১০ জ্যোতি চিৰিং ২২৭
১১ প্ৰাণজ্যোতি নাথ ২৩ ৩১৮ ৩৮৪ ৯৮
১২ দিম্পল দাস ২৯৬
১৩ চাণক্য দাস ৩৬ ১৬৪
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।