ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৬/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব

| “ | অসমীয়া ভাষাৰ ওপৰত ইউৰোপ নেলাগে ভাৰতীয় মূল ভূখণ্ডৰ সাংস্কৃতিক প্ৰভুত্বৰ, দমনৰ প্ৰয়াস পৰিকল্পতভাবে চলি আহিছে যুগ যুগ ধৰি। সেই দমন ওফৰাই দিবলৈ আমি কবিসকলে চিন্তা কৰিব পাৰোঁ। কবিতাৰ মাজেৰেই সেই পথ আমি উলিয়াব লাগিব। | ” |
| — অনুভৱ তুলসী | ||
| “ | মানুহ হিচাপে দায়িত্বশীল হ’লেহে কবিসত্ত্বালৈ সেই গুণ যাব– মই কবি আৰু মানুহ– দুয়ো সত্ত্বাৰ মাজত স্ব-বিৰোধ পছন্দ নকৰোঁ | ” |
| — অনুভৱ তুলসী। | ||