সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৬/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া চীনা বা মাকুম জনগোষ্ঠী, যাক ঝোংগুম জনগোষ্ঠী বুলিও কোৱা হয়, ভাৰতৰ অসম ৰাজ্যৰ মাকুম চহৰত বসবাস কৰা জনগোষ্ঠীয় চীনা লোকৰ এটা সৰু সম্প্ৰদায় বৰ্তমান সমগ্ৰ অসমতে সিঁচৰতি হৈ আছে। এই গোটটো মূলতঃ দুটা সুকীয়া পৰ্যায়ত অসমলৈ প্ৰব্ৰজন কৰা চীনা অনুপ্ৰৱেশকাৰীৰ বংশধৰেৰে গঠিত। প্ৰথম পৰ্যায়ত ঝোংগামসকলে ডিমাছা ৰাজ্যৰ সৈতে মিত্ৰতা গঠন কৰে, যাৰ ফলত বেংহুও নামেৰে জনাজাত মিং শাখা প্ৰতিষ্ঠা হয়। দ্বিতীয় পৰ্যায়ত ১৮৫০ চনত ইংৰাজে চাহ খেতিৰ বাবে অনাৰ সময়ত আন এটা ঝোংগুমৰ দল অসমলৈ আহিছিল; এই লোকসকলক জুৱাই নামেৰে জনা যায়। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ জ্যোতিৰাও ফুলেৰ বিষয়ে ইয়াত পঢ়ক...