ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৪/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব
| “ | আমি সকলোৱেই বিজ্ঞান মানসিকতাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা প্ৰয়োজন৷ বিজ্ঞানৰ জ্ঞান আহৰণ নকৰিলেও আমি যুক্তিৰে উচিত-অনুচিত, সত্য-অসত্য, প্ৰয়োজন-অপ্ৰয়োজনীয় বহু মানি অহা কাম আৰু ৰীতি-নীতি পৰিহাৰ কৰিব পাৰোঁ৷ যুক্তিনিষ্ঠ বিচাৰ-বুদ্ধিয়েই আমাৰ বিজ্ঞান মানসিকতা গঢ়ি তোলে৷ | ” |
| — শান্তনু তামূলী | ||
| “ | মাজত গ্ৰাসে যি ভাত খাই। |
” |
| — ডাকৰ বচন | ||