সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৫/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত ২০২৫ চনৰ ১৬ মে’ৰ পৰা-৩০ মে’লৈ এক পোখালি বিস্তাৰ সম্পাদনা মেলাৰ আয়োজন কৰা হয়। এই সম্পাদনা মেলাখনত ১০জন সদস্যই মুঠ ১২৯টা প্ৰবন্ধ বিস্তাৰ কৰে।