ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৫/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব

| “ | ঢেঁকীটোৰ এমূৰে তুমি উঠি আছা, সিমূৰে তোমাৰ মাতৃভূমি। তুমি ওপৰলৈ উঠিলে মাতৃভূমি তললৈ যাব। মাতৃভূমিক ওপৰলৈ তুলিব খুজিছা যদি তুমি তোমাক সৰুটি কৰি তললৈ নিয়া। | ” |
| — লক্ষ্মীনাথ বেজবৰুৱা | ||
| “ | আগতে যেনে এতিয়াও তেনে, লোকে দেখিলে ভকত হওঁ; মালাও জপোঁ, প্ৰসাদো খাওঁ, লগ পালে এতিয়াওঁ যাওঁ। (ফকৰা)
|
” |