ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৪/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব
| “ | কিবা কথা নাজানিলে নাজানো বুলি স্বীকাৰ কৰিবলৈ শিকক আৰু পৰা কথাখিনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে পাৰোঁ বুলি ক'বলৈ শিকক। তেতিয়া দেখিব নজনা কথাটো জানিবৰ বাবে আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু বিজ্ঞজনৰ পৰা কিবা কথা জানিবলৈ পালে আপুনি সন্তোষ লভিব। | ” |
| — দিতিমণি গগৈ | ||