সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
চতুৰ্দশ বৰ্ষ | জুলাই | ২০২৪ | সপ্তম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

প্ৰথম অৱস্থাত (১২ বছৰ পূৰ্বে) সম্পাদনাৰ সৈতে জড়িত হৈ ৱিকিপিডিয়াৰ সৈতে মোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। তাৰ পিছত মাজে-সময়ে এটা-দুটাকৈ প্ৰবন্ধ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিলোঁ যদিও, তেতিয়া মই সম্পূৰ্ণৰূপে সক্ৰিয় হৈ থাকিব পৰা নাছিলোঁ। আনহাতে ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা আজিৰ তাৰিখলৈকে সক্ৰিয়ভাৱে কাম কৰি আছোঁ, আৰু বৰ্তমান ই হৈ পৰিছে মোৰ বাবে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ।

প্ৰথমতে কেৱল তথ্য যোগ কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু অলপ অলপকৈ উপলব্ধি কৰিলোঁ — ৱিকিপিডিয়া কেৱল জ্ঞানৰ ভঁৰাল নহয়, ই হৈছে এক সহযাত্ৰীৰ সমাজ, য'ত প্ৰতিজন সম্পাদকে একেটা লক্ষ্যত আগবাঢ়ে, “সৰ্বজনৰ বাবে মুক্ত জ্ঞান সৃষ্টিৰ উদ্দেশ্যৰে”।

জীৱনত শিকাৰ অন্ত নাথাকে। ভুলৰ পৰাই হয়তো শুদ্ধৰ পাতনি হয়। অসমীয়া ৱিকিপিডিয়াৰ “পোখালি বিস্তাৰ সম্পাদনা মেলা”, “নাৰীবাদ আৰু লোকগাথা” আদিৰ দৰে সম্পাদনা আৰু প্ৰবন্ধ সৃষ্টিৰ অভিযানত অংশগ্ৰহণ কৰি, সকলোৰে সৈতে কাম কৰি মই বহুত শিকিব পাৰিছোঁ। কাৰণ এইখন এনে এক মঞ্চ, য'ত এজনে আনজনৰ ভুল মুক্তভাৱে আঙুলিয়াই দিব পাৰে, শুধৰাই দিব পাৰে।

আশা কৰোঁ, আগলৈও মই এনেদৰে মুক্ত জ্ঞানৰ এই অভূতপূৰ্ব আন্দোলনত মোৰ ক্ষুদ্ৰ অৱদান হিচাপে বিভিন্ন বিষয়ত মুক্ত জ্ঞানসম্ভাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত নিজকে জড়িত কৰি ৰাখিব পাৰিম, লগতে আনকো উদ্গনি যোগাব পাৰিম।

কন্দৰ্পজিৎ কল্লোল  (বাৰ্তা)

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

চুবেদাৰ পান সিং তোমৰ এজন ভাৰতীয় সৈনিক, খেলুৱৈ আৰু বিদ্ৰোহী (বাগী) আছিল। তেওঁ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল। সেনাবাহিনীত থাকোঁতেই তেওঁৰ তীব্ৰ গতিত দৌৰিব পৰা প্ৰতিভাৰ আৱিষ্কাৰ হৈছিল। ১৯৫০ আৰু ১৯৬০ দশকত তেওঁ সাতবাৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন হৈছিল আৰু ১৯৫৮ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেনাবাহিনীৰ পৰা আগতীয়া অৱসৰ লোৱাৰ পিছত তোমৰ নিজৰ জন্ম গাঁৱলৈ উভতি যায়। মাটিবাৰীক লৈ হোৱা কাজিয়াত হিংসাৰ আশ্ৰয় লোৱাৰ সূত্ৰ ধৰি পিছলৈ তেওঁ চম্বল উপত্যকাৰ ডাকু হিচাপে কুখ্যাতি লাভ কৰে। ১৯৮১ চনৰ শেষৰ ফালে, মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ এখন গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত তোমৰৰ মৃত্যু হয়।

ভাৰতত ব্ৰিটিছ ৰাজৰ শাসনৰ অধীনস্থ দেশীয় ৰাজ্য গোৱালিয়ৰৰ পূৰ্বৰ টোনৱাৰঘৰ জিলাৰ চম্বল নদীৰ পাৰৰ পোৰছাৰ ওচৰৰ ভিড়োছা নামৰ সৰু গাঁৱত, এটা হিন্দু ৰাজপুত পৰিয়ালত পান সিং তোমৰৰ জন্ম হৈছিল। তোমৰৰ পিতৃ আছিল ইশ্বৰী সিং তোমৰ, যাৰ কনিষ্ঠ ভাতৃ দয়াৰাম সিং তোমৰ ভিড়োছা অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা বেছিভাগ উৰ্বৰ কৃষিভূমিৰ মালিক আছিল। পিছলৈ পান সিং তোমৰে ১৯৭৭ চনত সন্দেহজনক ভূমি বিবাদৰ পিছত তেওঁৰ ভতিজাক আৰু দয়াৰাম সিং তোমৰৰ নাতিয়েক বাবু সিং তোমৰক হত্যা কৰে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ সন্ত্ৰাসবাদৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুন-২০২৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ২৯১

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. লৰ্ড বায়ৰন
  2. নিলুফাৰ ৰহমানী
  3. নায়েৰা নুৰ
  4. আলেকজেণ্ডাৰ পুস্কিন
  5. ন'ম চম্‌স্কি
  6. ফ্ৰেডৰিখ নিৎসে
  7. ৰিচাৰ্ড ৱেগনাৰ
  8. সোফোক্লেচ
  9. ভিক্টৰ হিউগ'
  10. এবে ব্ৰুকছ
  11. ইভা এঞ্জেলিনা
  12. জনী চিন্স
  13. ওছামা বিন লাডেন
  14. আলী খামেনেই
  15. মাৎসু বাসো
  16. পাওলো কোৱেলহো
  17. ছিমন বলিভাৰ
  18. মাৰ্টিন লুথাৰ
  19. আগষ্ট এমেছ
  20. ভিক্টোৰিয়া ঝড্ৰক
  21. জোয়ানা শ্বাফহাউজেন
  22. এন এপলবাম
  23. এৰিনা ছ’
  24. ৰবীন শৰ্মা
  25. কেনি ৰজাৰচ্‌

গ্ৰন্থ বিষয়ক

  1. লজ্জা (উপন্যাস)
  2. পেণ্টহাউছ

চলচ্চিত্ৰ বিষয়ক

  1. মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ)

অন্যান্য

  1. নৰকৰ দুৱাৰ
  2. পৰ্তুগাল
  3. ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা)
  4. কিনশাচা
  5. হজ আৰু উমৰাৰ মন্ত্ৰালয়
  6. ৰ’জা ক্লিন’ফিলা
  7. কিউবা
  8. ভেনিজুৱেলা
  9. ইথিঅ'পিয়া
  10. এথেন্স
  11. ৰিঅ' ডি জেনেৰ'
  12. ৰোম
  13. বাৰ্লিন
  14. চেণ্ট পিটাৰছবাৰ্গ
  15. বগোটা
  16. লাগ'চ
  17. ব্ৰুচেলছ
  18. চাও পাওল'
  19. ব্যুনেচ আইৰিচ
  20. লচ এঞ্জেলচ
  21. কাইৰো
  22. মাদ্ৰিদ
  23. মেক্সিকো চিটি
  24. কেপ টাউন
  25. ব্ৰিটিছ সাম্ৰাজ্য
  26. ৰুছ বিপ্লৱ
  27. ষ্টেচু অফ লিবাৰ্টি
  28. ফেচিবাদ
  29. উইলিয়াম শ্বেইকছপীয়েৰৰ ৰচনাৱলীৰ তালিকা
  30. আফ্ৰিকান ইউনিয়ন
  31. ৰেডক্ৰছ
  32. মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা
  33. থানাকা
  34. আৰব লীগ
  35. অ'পেক
  36. বৰাক (প্ৰসাধন সামগ্ৰী)
  37. নৱ-জাগৰণ
  38. ইউৰোপীয় জ্ঞানোদয়
  39. ক্ৰুচেদ
  40. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি
  41. ফেজেণ্ট দ্বীপ
  42. কেপেল দ্বীপ, ছিংগাপুৰ
  43. ডেনমাৰ্ক
  44. আৰাফাত পৰ্বত
  45. জিণ্ডো (দ্বীপ)
  46. খিলান
  47. অপেৰা
  48. চিম্ফনী
  49. হিপ-হপ
  50. ৰেগে
  51. ৰক সংগীত
  52. ইলেকট্ৰনিক সংগীত
  53. চাম্বা
  54. উৰুগুৱেৰ বায়ুসেনাৰ বিমান ৫৭১
  55. ইৰাণ-ইজৰাইলৰ সংঘাত
  56. এম্পায়াৰ ষ্টেট বিল্ডিং
  57. লাল পাহাড়িৰ দেশে যা
  58. হাজিয়া চ'ফিয়া
  59. গিজাৰ পিৰামিড পৰিসৰ
  60. তিনি গিৰিসংকটৰ বান্ধ
  61. বিশ্ব বতৰ বিজ্ঞান সংস্থা
  62. ফাক ট্ৰি
  63. ১১ ছেপ্টেম্বৰৰ আক্ৰমণ
  64. আব্বাচীয় খিলাফত
  65. এজটেক
  66. বাইজেণ্টাইন সাম্ৰাজ্য
  67. পবিত্ৰ ৰোমান সাম্ৰাজ্য
  68. মিং ৰাজবংশ
  69. মংগোল সাম্ৰাজ্য
  70. মালি সাম্ৰাজ্য
  71. ইনকা সাম্ৰাজ্য
  72. খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন
  73. চিং ৰাজবংশ
  74. টাং সাম্ৰাজ্য
  75. মেইজি পুনৰ্গঠন
  76. ভিয়েটনাম যুদ্ধ
  77. আৰব-ইজৰাইল বিবাদ
  78. আমেৰিকান গৃহ যুদ্ধ
  79. হৰমুজ প্ৰণালী
  80. হৰমুজ দ্বীপ
  81. উইংফুট এয়াৰ এক্সপ্ৰেছ দুৰ্ঘটনা
  82. কেপ্ৰ’নি Ca.48 বিমান দুৰ্ঘটনা
  83. ফ্ৰেংকফুট গ্ৰন্থমেলা
  84. লণ্ডনৰ গোল্ডাৰ্ছ গ্ৰীণ বিমান দুৰ্ঘটনা
  85. স্নেটা ফাৰ্মান গলিয়াথ বিমান দুৰ্ঘটনা
  86. বেইজিং-হান এয়াৰলাইন্সৰ হেণ্ডলি পেজ O/7 দুৰ্ঘটনা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. চন্দ্ৰ শেখৰ ঘোষ
  2. লোকনাথ ব্ৰহ্মচাৰী
  3. পান সিং তোমৰ
  4. কবিৰ সুমন
  5. চাবা সৌদাগৰ
  6. আইশা আহমেদ
  7. খান ছাৰ
  8. জটিলেশ্বৰ মুখোপাধ্যায়
  9. শিৱাজী চট্টোপাধ্যায়
  10. সায়ন্তিকা বন্দ্যোপাধ্যায়
  11. বিনয় ঘোষ
  12. লাকী আলী
  13. আয়ুষ্মান খুৰানা
  14. ধৰ্মদাস
  15. প্ৰিয়া সৰোজ
  16. পায়েল সৰকাৰ
  17. মহেশ ভট্ট
  18. শিৱাংগী যোশী
  19. স্বপ্নময় চক্ৰৱৰ্তী
  20. নবাৰুণ ভট্টাচাৰ্য
  21. চি.ডি. সাহায়
  22. দিব্যেন্দু পালিত
  23. ৰাণা প্ৰতাপ কলিতা
  24. ক্ষুদিৰাম বসু
  25. জেছমিন বাজৱা
  26. গোপালচন্দ্ৰ মুখোপাধ্যায়
  27. আচৰানী
  28. খুশী কাপুৰ
  29. ব্ৰহ্মানন্দম
  30. ৰোহিত শেট্টী
  31. শুভাংশু শুক্লা
  32. পিপল বাবা
  33. ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস
  34. শ্বেফালী জাৰিৱালা
  35. হিউমেন সাগৰ
  36. দুৰ্গেশ কুমাৰ
  37. গুল পানাগ
  38. অশোক পাঠক
  39. নিশ্চলানন্দ সৰস্বতী

গ্ৰন্থ বিষয়ক

  1. হাজাৰ চুৰাশিৰ মা (উপন্যাস)
  2. শেষেৰ কবিতা (উপন্যাস)
  3. পুতুল নাচেৰ ইতিকথা
  4. গোৰা (উপন্যাস)
  5. অনিমেষ চতুষ্ক (উপন্যাস)
  6. পথেৰ পাঁচালী (উপন্যাস)
  7. পদ্মানদীৰ মাঝি (উপন্যাস)
  8. নিৰ্বাচিত কলাম (গ্ৰন্থ)
  9. সানন্দা

চলচ্চিত্ৰ বিষয়ক

  1. নাট বল্টু
  2. গোপাল ভাঁড় (টেলিভিছন ধাৰাবাহিক)
  3. বৰবাদ (২০১৪ চলচ্চিত্ৰ)
  4. পান সিং তোমৰ (চলচ্চিত্ৰ)
  5. কাঞ্চনজঙ্ঘা (চলচ্চিত্ৰ)
  6. ৰুদ্ৰ (চলচ্চিত্ৰ)

অন্যান্য

  1. ভাৰতৰ ভিছা নীতি
  2. আনন্দ পুৰস্কাৰ
  3. জগত্তাৰিণী পদক
  4. দীনবন্ধু পুৰস্কাৰ
  5. উমছিয়াং ডাবল-ডেকাৰ ৰুট ব্ৰীজ
  6. ৰংথাইলিয়াং ১ শিপা দলং
  7. চেনাব ৰেল সেতু
  8. গোৱাৰ গীৰ্জা আৰু কনভেণ্ট
  9. ৰাজস্থানৰ পাহাৰীয়া দুৰ্গ
  10. নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান
  11. গুণ্ডিচা মন্দিৰ
  12. ভট্ট পৰিয়াল
  13. এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১
  14. ইণ্ডিয়ান এয়াৰলাইনছ ফ্লাইট ৮১৪
  15. ভাৰতীয় আৰক্ষী সেৱা
  16. ৰাষ্ট্ৰপতি ভৱন
  17. চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন
  18. ভাৰত বতৰ বিজ্ঞান বিভাগ
  19. ভাৰতীয় সংসদ ভৱন আক্ৰমণ, ২০০১
  20. অখণ্ড ভাৰত
  21. দিল্লী আৰক্ষী
  22. হয়চালৰ পবিত্ৰ সংহতি
  23. চেন্নাকেশৱ মন্দিৰ, বেলুৰ
  24. বঙালী কবিৰ তালিকা
  25. কলকাতা গ্ৰন্থমেলা
  26. ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ
  27. ভাৰতৰ অসামৰিক প্ৰতিৰক্ষাৰ মক ড্ৰিল,২০২৫
  28. মেচুকা
  29. ছেং খাছি আন্দোলন

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. দীনেশ গোস্বামী
  2. ধীৰেশ্বৰ কলিতা
  3. অতুল ফুকন
  4. শুক্ৰাচাৰ্য ৰাভা
  5. বুলন কুমাৰ শইকীয়া

গ্ৰন্থ বিষয়ক

  1. নামমালিকা
  2. জন্মৰহস্য
  3. সাম্প্ৰতিক সাময়িকী (আলোচনী)

চলচ্চিত্ৰ বিষয়ক

  1. ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)

অন্যান্য

  1. চলিহা বাৰেঘৰ সত্ৰ
  2. বাঁহৰ চালানী
  3. শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান
  4. সৰলপাৰা

সানমিহলি

  1. ১৯৮৭
  2. গুৰু
  3. অনশন ধৰ্মঘট
  4. গণমাধ্যম
  5. যন্ত্ৰ
  6. ভাস্কৰ্য
  7. মৃৎশিল্প
  8. মতাদৰ্শ
  9. সাম্ৰাজ্যবাদ
  10. ঔপনিৱেশিকতাবাদ
  11. একনায়কত্ববাদ
  12. ৰাজতন্ত্ৰ
  13. গণৰাজ্য
  14. মাইক্ৰʼপ্লাষ্টিক
  15. ঘঁৰিয়াল
  16. পিৰামিড
  17. এথলেটিকছ
  18. ৰাষ্ট্ৰ
  19. ৰেলগাড়ী
  20. সৈন্যবাহিনী
  21. শান্তি
  22. সংবিধান
  23. অপপ্ৰচাৰ
  24. অস্ত্ৰ
  25. তৰোৱাল
  26. বৰ্ণবৈষম্য
  27. দাসত্ব
  28. নিৰ্মিত ভাষাৰ তালিকা
  29. অপাৰেটিং চিষ্টেম
  30. মুদ্ৰণ
  31. নবীকৰণীয় শক্তি
  32. কাঁচ
  33. কাঠ
  34. বাঁওপন্থী ৰাজনীতি
  35. সোঁপন্থী ৰাজনীতি
  36. নাস্তিকৰ বাজি
  37. বৈদ্যুতিক প্ৰবাহ
  38. পাৰমাণবিক শক্তি
  39. পাৰমাণবিক অস্ত্ৰ
  40. বিস্ফোৰক সামগ্ৰী
  41. জীৱাশ্ম ইন্ধন
  42. স্ক্ৰু
  43. ধাতুবিজ্ঞান
  44. নেন'প্ৰযুক্তি
  45. কম্পনাংক
  46. আৱেশক
  47. চেণ্ট্ৰেল প্ৰচেছিং ইউনিট
  48. অন্তৰ্দাহী ইঞ্জিন
  49. ৰূপান্তৰক
  50. ৰোধক
  51. ডুবযান
  52. আগ্নেয়াস্ত্ৰ
  53. মেছিন গান
  54. টেঙ্ক
  55. মটৰ গাড়ী
  56. দলং
  57. বান্ধ
  58. গম্বুজ
  59. খাল
  60. পিয়ান'
  61. ট্ৰাম্পেট
  62. বাস্কেটবল
  63. গৰৰৰৰৰৰৰৰৰৰ!!
  64. দ্য কম্বেট: ৱ'মেন প্লিডিং ফ'ৰ দ্য ভেংকুইছড
  65. নগ্ন
  66. ছাবেলা পাভোনিনা
  67. বেকগেমন
  68. গ' খেল
  69. বেছবল
  70. ৰাগবী ফুটবল
  71. গল্ফ
  72. জুডো
  73. লিংগ সমতা
  74. সেউজ নৈৰাজ্যবাদ
  75. বেঁতাৰ শক্তি স্থানান্তৰ
  76. পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ
  77. এমৰ্ফ’ফেলাছ নাপালেন্সিছ
  78. বিভিন্ন ভাষাৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা
  79. বাণিজ্যিক বিমানৰ সৈতে জড়িত ঘটনা আৰু দুৰ্ঘটনাৰ তালিকা
  80. দীৰ্ঘম্যাদী ক'ভিড
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
নোহকালিকাই জলপ্ৰপাত ভাৰতৰ সবাটোকৈ ওখ প্লাঞ্জ জলপ্ৰপাত। ইয়াৰ উচ্চতা ৩৪০ মিটাৰ (১,১১৫ ফুট)। ভাৰতৰ মেঘালয় ৰাজ্যৰ এই জলপ্ৰপাতটো পৃথিৱীৰ অন্যতম আৰ্দ্ৰ অঞ্চল চেৰাপুঞ্জীৰ ওচৰত অৱস্থিত।
চিত্ৰ শিল্পী: বিক্ৰমজিৎ কাকতী
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
কুমুদ ঘোষ
ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫, অসম বিজেতা
ভৃগু বায়ন,
বিক্ৰমজিৎ কাকতি,
গীতাৰ্থ বৰদলৈ,
প্ৰাণজ্যোতি নাথ,
দিব্য দত্ত,
অংকিতা দেৱ,
বিকাশ দিহিঙ্গীয়া
প্ৰতিভাবান ন-সম্পাদকৰ পদক
হিউমেন অনুভৱ
বিশিষ্ট লেখক পদক
দিম্পল দাস
পোখালি বিস্তাৰ সম্পাদনা মেলা পদক
প্ৰথম স্থান - কন্দৰ্পজিৎ কল্লোল
দ্বিতীয় স্থান - দিম্পল দাস,
তৃতীয় স্থান - কুমুদ ঘোষ






উল্লেখনীয় কাম সম্পাদনা কৰক
ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৫/উল্লেখনীয় কাম
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
দিব্য দত্ত ৬১ ৭০
নয়ন জ্যোতি নাথ ৪১ ৪৪
কন্দৰ্পজিৎ কল্লোল ২৬৫৪ ১০৯ ২৬২
বাবুল বৈশ্য ১৩৬ ২১ ৭০৮
দিপাংকৰ দাস ৩৩৭ ২২৮
ঈশান জ্যোতি বৰা ২৮৯ ৩২
Human Anubhav ১৭৩
প্ৰণামিকা অধিকাৰী ৩৩৪ ৮২ ৪৯ ৫৪
কুমুদ ঘোষ ১২১২ ৪১ ৪৯
১০ জ্যোতি চিৰিং ৪৬২
১১ প্ৰাণজ্যোতি নাথ ১৩ ৪৮৬ ১২১ ৪০
১২ দিম্পল দাস ২৬৯ ১৩
১৩ নৰুনা বৰুৱা ২৪৬
১৪ চাণক্য দাস ২৯ ২৮৬ ২০ ৫৫ ২২
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।