৬ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈকে বিভিন্ন শিতানত ২০২০ চনৰ ন'বেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। লগতে মাহটোৰ আৰম্ভণিতে দুদিনীয়াকৈ অনুষ্ঠিত মহাত্মা গান্ধী সম্পাদনা মেলাত অসমীয়া ৱিকিপিডিয়াত পঞ্চাশৰো অধিক প্ৰবন্ধৰ সৃষ্টি হয়। তদুপলক্ষে বিশেষ ভাৱে সজ্জিত নৱেম্বৰ মাহৰ ৱিকিপত্ৰিকা।