সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৫/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰৰ ৩০ তাৰিখৰপৰা ২ অক্টোবৰলৈ অসমীয়া ৱিকিপিডিয়াত মহাত্মাগান্ধী এডিটাথন অনুষ্ঠিত হৈ যায়। এই এডিটাথনত চাৰিগৰাকী প্ৰতিযোগীয়ে মুঠ ১৫টা প্ৰবন্ধ সৃষ্টি কৰে।
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৯,৮৮৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৭৩৮ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১২১৬ টালৈ বৃদ্ধি পালে।