সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৫/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাকুৱা উপলক্ষে ভক্তসকলে বৰপেটাৰ গণক কুচি সত্ৰ ভ্ৰমণৰ বাবে ভগৱান শ্ৰীকৃষ্ণ আৰু ঘুনুছাৰ দোলা কঢ়িয়াই সত্ৰৰ মূল দুৱাৰৰ ফালে লৈ যোৱাৰ দৃশ্য।
চিত্ৰ শিল্পী:ভৃগু বায়ন