সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০২৫/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিমিডিয়া সমাজৰ উদ্যোগত যোৱা ১৮ এপ্ৰিল ২০২৫ৰ পৰা ২৪ এপ্ৰিল ২০২৫ লৈ চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়৷
  • অসমীয়া ৱিকিমিডিয়া সমাজ আৰু A2Kৰ সদস্যসকলৰ যৌথ উদ্যোগত ৱিকিমিডিয়ান “প্ৰয়াত চন্দন চিৰিং ফুকনৰ সোঁৱৰণ’’ত অহা ২৭ এপ্ৰিল, ২০২৫ৰ পৰা ২৭ এপ্ৰিল ২০২৬ চনলৈ এক বছৰজোৰা কাৰ্যসূচী “সোঁৱৰণ আৰু সংকল্প ২০২৫”ৰ প্ৰথমখন অধিৱেশন যোৱা ইং ২৭-০৪-২০২৫ তাৰিখে নগাঁৱৰ বুক নুক পুথিভঁৰাল প্ৰাঙ্গণত অনুষ্ঠিত হয়।