সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০১৯/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫৪৫৪ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত গ্ৰন্থৰ সংখ্যা ১০৩ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত এপ্ৰিল ২০১৯ মাহটোক পদ্মনাথ গোহাঞিবৰুৱা মাহ হিচাপে পালন কৰা হয়৷ এইমাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-
    • অসমৰ বুৰঞ্জী (মুদ্ৰণ সংশোধন হোৱা নাই)
    • গদাধৰ (পাঠ্য স্তৰৰ প্ৰয়োজন)
    • গাওঁবুঢ়া (মুদ্ৰণ সংশোধন হোৱা নাই)
    • গীতাসাৰ (মুদ্ৰণ সংশোধন হোৱা নাই)
    • জয়মতী (পাঠ্য স্তৰৰ প্ৰয়োজন)
    • জুৰণি (মুদ্ৰণ সংশোধন হোৱা নাই)
    • টেটোন তামুলি (মুদ্ৰণ সংশোধন হোৱা নাই)
    • ভূত নে ভ্ৰম (মুদ্ৰণ সংশোধন হোৱা নাই)
    • লাহৰী (পাঠ্য স্তৰৰ প্ৰয়োজন)
    • লীলা (মুদ্ৰণ সংশোধন হোৱা নাই)
    • সাধনী (পাঠ্য স্তৰৰ প্ৰয়োজন)
  • ১১ আৰু ১২ মে’ ২০১৯ তাৰিখে গুৱাহাটীত প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ এই পৃষ্ঠা চাওক।