ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ দ্বিতীয় পৰ্যায়, ২০২৬
পটভূমি
ৱিকিপিডিয়া এছিয়ান মাহ হৈছে ৱিকিপিডিয়া এছীয় সম্প্ৰদায়সমূহৰ মাজত সদ্ভাৱ বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে নৱেম্বৰ/ডিচেম্বৰ মাহত আয়োজিত এখনি সম্পাদনা মেলা। অসমীয়া ৱিকিপিডিয়াত প্ৰতিযোগিতাখনৰ বিগত ২০১৫, ২০১৬, ২০২১, ২০২৩ আৰু ২০২৪ চনৰ সংস্কৰণৰ পাছত ২০২৫ চনত পুনৰ ৱিকিপিডিয়া এছিয়ান মাহ এডিটাথন অনুষ্ঠিত হয়। ৱিকিপিডিয়া এছিয়ান মাহ দ্বিতীয় পৰ্যায়, ২০২৬-ৰ সম্পাদনা মেলাত পূৰ্বৰ এছিয়ান মাহৰ সম্পাদনা মেলাত ভুল ৰৈ যোৱা প্ৰবন্ধসমূহৰ গুণগত মান উন্নত কৰিবলৈ পৰিকল্পনা কৰা হৈছে।
লক্ষ্যসমূহ
- পূৰ্বৰ এছিয়ান মাহৰ সম্পাদনা মেলাত ভুল ৰৈ যোৱা প্ৰবন্ধৰ গুণগত মান উন্নত কৰা।
- আধৰুৱাকৈ অনুবাদ হোৱা আৱশ্যকীয় প্ৰবন্ধৰ অনুবাদ সম্পূৰ্ণ কৰা।
- ৱিকিডাটা সংযোগ নকৰা প্ৰবন্ধসমূহত ৱিকিডাটা সংযোগ কৰা।
- ইংৰাজী ৱিকিপিডিয়াৰ শৈলীত বাহ্যিক সংযোগ যোগ কৰা। (যদিহে কৰা হোৱা নাছিল।)
- তথ্যসূত্ৰৰ খেলিমেলি থকা প্ৰবন্ধসমূহৰ তথ্য পেৰা সঠিক কৰা।
- যান্ত্ৰিকভাৱে অনূদিত প্ৰবন্ধসমূহ সম্পাদনা সঠিক কৰা।
- শ্ৰেণীবিহীন প্ৰবন্ধসমূহত উপযুক্ত শ্ৰেণী (কেটেগৰী) যোগ কৰা।
- ৰঙা হৈ থকা লিংকসমূহ যিমান পাৰি ঠিক কৰা।
প্ৰয়োজনীয় সতৰ্কতা
- সম্পাদনাৰ বাবে তলৰ তালিকাত অন্তৰ্ভুক্ত প্ৰবন্ধসমূহ কোনো এটা বাচি লৈ সম্পাদনা কৰিব।
- সম্পাদনা দ্বন্দ্বৰপৰা হাত সাৰিবলৈ সম্পাদনাৰ আগতে সম্পাদনা কৰিবলৈ লোৱা প্ৰবন্ধৰ ওপৰত {{সম্পাদনা দ্বন্দ্ব}} সাঁচ লগাই প্ৰবন্ধটো সাঁচি ল'ব।
- এজনে সম্পাদনা দ্বন্দ্ব লগাই লোৱাৰ পিছত আন এজনে সেইটো প্ৰবন্ধত হাত নিদিব।
- এটা প্ৰবন্ধ সম্পূৰ্ণ কৰি আন এটাত হাত দিব।
পুৰস্কাৰ
- প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে একোখনকৈ ডিজিটেল প্ৰমাণপ্ৰত্ৰ প্ৰদান কৰা হ'ব।
- আটাইতকৈ বেছি প্ৰবন্ধৰ গুণগত মানদ্বন্দ্ব সঠিক কৰা প্ৰতিযোগী সহিতে আয়োজক আৰু সমন্বয়কক একোটিকৈ টি-চাৰ্ট প্ৰদান কৰা হ'ব।
সহায়
- দক্ষতা আৰু সম্পাদনা সহযোগী বৃদ্ধিৰ লক্ষ্যৰে এই সম্পাদনা মেলাৰ সমান্তৰালকৈ এখনি অফলাইন কৰ্মশালা আয়োজন কৰা হ'ব।
আয়োজক
সমন্বয়ক
অংশগ্ৰহণ
অংশগ্ৰহণ কৰক
- 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 08:01, 15 April 2026 (ইউ.টি.চি.)
- Duhita Ragini Kalita (বাৰ্তা) 09:53, 15 April 2026 (ইউ.টি.চি.)
- Jyoti Chiring (বাৰ্তা) 14:39, 15 April 2026 (ইউ.টি.চি.)
- নৰুনা বৰুৱা (বাৰ্তা) 15:17, 15 April 2026 (ইউ.টি.চি.)
- দিম্পল দাস (বাৰ্তা) 15:33, 15 April 2026 (ইউ.টি.চি.)
- কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 14:46, 16 April 2026 (ইউ.টি.চি.)
- Bibhuti gogoi (বাৰ্তা)
- JyotiPN (বাৰ্তা) 13:37, 17 April 2026 (ইউ.টি.চি.)
- যদুমণি গগৈ (বাৰ্তা) 08:02, 16 April 2026 (ইউ.টি.চি.)
- ৰুণুমী বৰ্মন কলিতা (বাৰ্তা) 04:28, 26 April 2026 (ইউ.টি.চি.)
প্ৰবন্ধ জমা কৰক
(নিজৰ ব্যৱহাৰকাৰী নাম লিখি তলত বিস্তাৰ কৰা প্ৰবন্ধ যোগ কৰক)
- অজিত কুমাৰ বেনাৰ্জী
গ্ৰহণ কৰা হ’ল - কিম জি-ৱন
গ্ৰহণ কৰা হ’ল - ছং কাং
গ্ৰহণ কৰা হ’ল - চেন ঝেয়ুয়ান
গ্ৰহণ কৰা হ’ল - অক্ষয় খান্না
গ্ৰহণ কৰা হ’ল - চি কে জানু
গ্ৰহণ কৰা হ’ল - কুম্বৰজুৱা
গ্ৰহণ কৰা হ’ল - সীতা আম্মান মন্দিৰ
গ্ৰহণ কৰা হ’ল - সুবৰ্ণৰেখা নদী
গ্ৰহণ কৰা হ’ল - জল মহল
গ্ৰহণ কৰা হ’ল - ৰণবীৰ শ্ব’ৰে
গ্ৰহণ কৰা হ’ল - নাং মাই
গ্ৰহণ কৰা হ’ল - ৰাজাৰাণী মন্দিৰ
গ্ৰহণ কৰা হ’ল - গংগাৰ অৱতৰণ
গ্ৰহণ কৰা হ’ল - মেগান ইয়ং
গ্ৰহণ কৰা হ’ল - বিজয় বাৰ্মা
গ্ৰহণ কৰা হ’ল - ৰোহন পেথিয়াগোডা
গ্ৰহণ কৰা হ’ল - শ্বীবা চাদ্ধা
গ্ৰহণ কৰা হ’ল - শ্বৰীব হাছমী
গ্ৰহণ কৰা হ’ল - ৰাজপাল সিং যাদৱ
গ্ৰহণ কৰা হ’ল - সুৰু উপত্যকা
গ্ৰহণ কৰা হ’ল - ছিৰিন্ধহৰ্ণ
গ্ৰহণ কৰা হ’ল - ৰায়গড় দুৰ্গ
গ্ৰহণ কৰা হ’ল - শিশুপালগড়
গ্ৰহণ কৰা হ’ল - ওড়িশাৰ সামুদ্ৰিক ইতিহাস
গ্ৰহণ কৰা হ’ল - ৰত্নগিৰি, ওড়িশা
গ্ৰহণ কৰা হ’ল - ছাং থং
গ্ৰহণ কৰা হ’ল - ৰণবীৰ সিং
গ্ৰহণ কৰা হ’ল - ডিস্কিট মঠ
গ্ৰহণ কৰা হ’ল - পশ্চিম প্ৰদেশ, শ্ৰীলংকা
গ্ৰহণ কৰা হ’ল
- ইৰানৰ ক্ৰীড়া
গ্ৰহণ কৰা হ’ল - আদিত্য তিৱাৰী
গ্ৰহণ কৰা হ’ল - তিৰুমালা
গ্ৰহণ কৰা হ’ল - ক’লা নহৰু
গ্ৰহণ কৰা হ’ল - পাঞ্চাল
গ্ৰহণ কৰা হ’ল - অটল সেতু
গ্ৰহণ কৰা হ’ল - হেমেন্দ্ৰ সিং পানৱাৰ
গ্ৰহণ কৰা হ’ল - প্ৰিয়া ডেভিদৰ
গ্ৰহণ কৰা হ’ল - ওম প্ৰকাশ আগৰৱাল
গ্ৰহণ কৰা হ’ল - যমুনা শৰণ সিং
গ্ৰহণ কৰা হ’ল - আলাউদ্দিন আল আজাদ
গ্ৰহণ কৰা হ’ল - নিতিন নবীন
গ্ৰহণ কৰা হ’ল - একলব্য শৰ্মা
গ্ৰহণ কৰা হ’ল - ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন
গ্ৰহণ কৰা হ’ল - স্বাধীনতা পুৰস্কাৰ
গ্ৰহণ কৰা হ’ল - কৃষ্ণা নদী
গ্ৰহণ কৰা হ’ল - সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ
গ্ৰহণ কৰা হ’ল - হৰিচৰণ
গ্ৰহণ কৰা হ’ল
- আশা ভাট
গ্ৰহণ কৰা হ’ল - ৰেৱতী (চুটিগল্প)
গ্ৰহণ কৰা হ’ল - অনন্তনাৰায়ণন ৰমন
গ্ৰহণ কৰা হ’ল - শ্ৰীনিধি শেট্টী
গ্ৰহণ কৰা হ’ল - স্নেহা উল্লাল
গ্ৰহণ কৰা হ’ল - শ্ৰেয়া ধনন্তৰি
গ্ৰহণ কৰা হ’ল - সাক্ষী আগৰৱাল
গ্ৰহণ কৰা হ’ল - যোগিতা বিহানী
গ্ৰহণ কৰা হ’ল - এণ্ড্ৰু কিশোৰ
গ্ৰহণ কৰা হ’ল - উণ্ডৱল্লী গুহা
গ্ৰহণ কৰা হ’ল - এহতেশাম
গ্ৰহণ কৰা হ’ল - কালি নদী
গ্ৰহণ কৰা হ’ল - চৈয়দা ৰিজৱানা হাছান
গ্ৰহণ কৰা হ’ল - মাধৱ চন্দ্ৰ দাশ
গ্ৰহণ কৰা হ’ল - নাককাটি পাহাৰ
গ্ৰহণ কৰা হ’ল - সুভাষ দত্ত
গ্ৰহণ কৰা হ’ল - ছাবিনা ইয়াছমিন
গ্ৰহণ কৰা হ’ল - জহিৰ ৰায়হান
গ্ৰহণ কৰা হ’ল - মক্তাব
গ্ৰহণ কৰা হ’ল - মুল্কৰাজ আনন্দ
গ্ৰহণ কৰা হ’ল - ৰাধা বল্লভ মন্দিৰ, বৃন্দাবন
গ্ৰহণ কৰা হ’ল - ৰেডিঅ' নেপাল
গ্ৰহণ কৰা হ’ল - সামাজিক ন্যায়ৰ মূৰ্তি
গ্ৰহণ কৰা হ’ল - বাংলাদেশৰ প্ৰাণীজগত
গ্ৰহণ কৰা হ’ল - ভাৰতৰ প্ৰাণীজগত
- অমৰাৱতী, অন্ধ্ৰপ্ৰদেশ
গ্ৰহণ কৰা হ’ল - আকাশবাণী ডিব্ৰুগড়
গ্ৰহণ কৰা হ’ল - অহিংসাৰ মূৰ্তি
গ্ৰহণ কৰা হ’ল - বিনয় পাঠক ✗ গ্ৰহণ কৰা নহ’ল চলচিত্ৰপঞ্জী অসমীয়া লিপিৰে লিখা হোৱা নাছিল। সম্পাদনা দ্বন্দ্ব নোলোগোৱা বাবে পৰৱৰ্তী সময়ত বেলেগে সেইখিনি লিপ্যন্তৰ কৰে।
- কলিংগ (অঞ্চল)
গ্ৰহণ কৰা হ’ল - কৌন বনেগা ক্ৰৌড়পতি
গ্ৰহণ কৰা হ’ল - তেহেলকা
গ্ৰহণ কৰা হ’ল - লম্বক
গ্ৰহণ কৰা হ’ল - ডংজি উৎসৱ
গ্ৰহণ কৰা হ’ল - ৰাজীৱ গান্ধী সাগৰীয় সেতু
গ্ৰহণ কৰা হ’ল - জাপানী কাপোৰ
গ্ৰহণ কৰা হ’ল - মুনকেক
গ্ৰহণ কৰা হ’ল - চুলাৱেছি
গ্ৰহণ কৰা হ’ল
- ছিগিৰিয়া
গ্ৰহণ কৰা হ’ল - দক্ষিণ এছিয়া
গ্ৰহণ কৰা হ’ল
- ললিতগিৰি
গ্ৰহণ কৰা হ’ল - চম্বল নদী
গ্ৰহণ কৰা হ’ল - বিভৱ কুমাৰ তালুকদাৰ
গ্ৰহণ কৰা হ’ল - হৰিণী নাগ্ৰেণ্ডা
গ্ৰহণ কৰা হ’ল - আদিত্য নাৰায়ণ পুৰোহিত
গ্ৰহণ কৰা হ’ল - বিনয় পাঠক
গ্ৰহণ কৰা হ’ল - বিশাল জেঠৱা
গ্ৰহণ কৰা হ’ল
- টান্দুৰ নান
গ্ৰহণ কৰা হ’ল - বিধু বিনোদ চোপ্ৰা
গ্ৰহণ কৰা হ’ল - ফতেহ সিং ৰাথোৰ
গ্ৰহণ কৰা হ’ল - চীনা নুডলছ
গ্ৰহণ কৰা হ’ল - বাল্মিক থাপাৰ
গ্ৰহণ কৰা হ’ল - হৰিণী অমৰাছুৰীয়া
গ্ৰহণ কৰা হ’ল - হাথীগুম্ফা শিলালিপি
গ্ৰহণ কৰা হ’ল - ৰোমুলাছ হুইটেকাৰ
গ্ৰহণ কৰা হ’ল
- ঐতিহাসিক চহৰ আহমদাবাদ
গ্ৰহণ কৰা হ’ল - চণ্ডীগড় কেপিটেল কমপ্লেক্স
গ্ৰহণ কৰা হ’ল - দীঘা–সোণপুৰ দলং
গ্ৰহণ কৰা হ’ল - দ্ৰাস
গ্ৰহণ কৰা হ’ল - নীতা লুল্লা
গ্ৰহণ কৰা হ’ল - নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী
গ্ৰহণ কৰা হ’ল - পঞ্চৰথ
গ্ৰহণ কৰা হ’ল - পৰশুৰামেশ্বৰ মন্দিৰ
গ্ৰহণ কৰা হ’ল - বক্সা দুৰ্গ
গ্ৰহণ কৰা হ’ল - বুৰ্জাহোম প্ৰত্নতাত্ত্বিক স্থান
গ্ৰহণ কৰা হ’ল - মনসামঙ্গল কাব্য
গ্ৰহণ কৰা হ’ল - মুক্তেশ্বৰ মন্দিৰ
গ্ৰহণ কৰা হ’ল - যাজ্ঞবল্ক্য আশ্ৰম
গ্ৰহণ কৰা হ’ল - লীলা চিতনিছ
গ্ৰহণ কৰা হ’ল - লেছাৰ চুণ্ডা দ্বীপপুঞ্জ
গ্ৰহণ কৰা হ’ল
- আমেৰ দুৰ্গ
গ্ৰহণ কৰা হ’ল - খাজুৰাহো স্মাৰকসমূহ
গ্ৰহণ কৰা হ’ল
প্ৰতিযোগিতাখনৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন বা প্ৰস্তাৱ থাকিলে আলোচনা পৃষ্ঠাত লিখিব পাৰে মেটা-ৱিকিৰ গোলকীয় প্ৰকল্প পৃষ্ঠাত বাৰ্তা দিব পাৰে।
খতিয়ান
যোৱা ১৫ মাৰ্চৰপৰা ১৫ মে’লৈ অসমীয়া ৱিকিপৰিয়ালৰ সদস্য কন্দৰ্পজিৎ কল্লোল আৰু নৰুনা বৰুৱাৰ তত্ত্বাৱধানত তথা প্ৰাণজ্যোতি নাথৰ সহযোগিতাত অসমীয়া ৱিকিপিডিয়াত ৱিকিপিডিয়া এছিয়ান মাহ দ্বিতীয় পৰ্যায়, ২০২৬ শীৰ্ষক এমহীয়া সম্পাদনা মেলাখনি সফলভাৱে অনুষ্ঠিত হৈ যায়। এই মেলাত ৯ গৰাকী ৱিকি সদস্যই অংশগ্ৰহণ কৰি ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৫ ত লিখা মুঠ ৫২০টা এছীয় বিষয়ক প্ৰৱন্ধ তালিকাৰপৰা ১২০ টা অনুন্নত প্ৰৱন্ধ সংশোধন, বিস্তাৰ তথা পুৰ্ণনিৰ্মাণ কৰে। সদস্যসকলৰ এমাহজোৰা এই আন্তৰিক প্ৰচেষ্টাৰ বাবে ধন্যবাদৰ চিন স্বৰূপে সমন্বয়ক JyotiPNয়ে ১০টাতকৈ অধিক প্ৰৱন্ধ বিস্তাৰিত কৰা ৫ গৰাকী সদস্যক এটিকৈ ৱিকিপিডিয়া এছিয়ান মাহ টি-চাৰ্ট প্ৰদান কৰে। এই সম্পাদনামেলাত ভাগ লৈ অৱদান আগবঢ়োৱা সদস্যসকল ক্ৰমে;
- দুহিতা ৰাগিনী কলিতা - মুঠ ৩০টা প্ৰৱন্ধ
- কন্দৰ্পজিৎ কল্লোল - মুঠ ২৫টা প্ৰৱন্ধ
- নৰুনা বৰুৱা - মুঠ ১৮টা প্ৰৱন্ধ
- ৰুণুমী বৰ্মন কলিতা - মুঠ ১৫টা প্ৰৱন্ধ
- যদুমণি গগৈ - মুঠ ১৩টা প্ৰৱন্ধ
- Jyoti Chiring - মুঠ ৮টা প্ৰৱন্ধ
- JyotiPN - মুঠ ৭টা প্ৰৱন্ধ
- JAKHINI - মুঠ ২টা প্ৰৱন্ধ
- দিম্পল দাস - মুঠ ২টা প্ৰৱন্ধ
| ||||||||||||||||||||||||||||||||
