ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৰাজনীতি বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
WikiProject ৰাজনীতি বিজ্ঞান

মতদানৰ বাবে ব্যৱহৃত বাকচ
Categories [[::ৱিকিপ্ৰকল্প ৰাজনীতি বিজ্ঞান|ৱিকিপ্ৰকল্প ৰাজনীতি বিজ্ঞান]], ৰাজনীতি বিজ্ঞান
Project banner template {{ৱিকিপ্ৰকল্প ৰাজনীতি বিজ্ঞান}}

ৱিকিপ্ৰকল্প ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য অসমীয়া ৱিকিপিডিয়াৰাজনীতি বিজ্ঞান বিষয়ক প্ৰবন্ধ উপলব্ধ কৰোৱা আৰু মান উন্নত কৰা। এই প্ৰকল্পত ৱিকিপ্ৰকল্প একাডেমিয়াৰ কাৰ্যপন্থা প্ৰয়োগ কৰা হৈছে, যাৰ বিষয়ে সেই প্ৰকল্পৰ পৃষ্ঠালৈ গৈ জানিব পৰা যায়।

ৱিকিপিডিয়াৰ এই ৰাজনীতি বিজ্ঞান প্ৰকল্পৰ উদ্দেশ্যক আগত ৰাখি, অসমীয়া ৱিকিপিডিয়াত থাকিবলগীয়া ৰাজনীতি বিজ্ঞান বিষয়ক প্ৰবন্ধৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। একাডেমিয়া প্ৰকল্পৰ সৈতে সংগতি ৰাখি, সেই বিষয়সমূহক প্ৰাধান্য দিয়া হৈছে যি আনুষ্ঠানিক শিক্ষাত প্ৰয়োজনীয়। একেই কাৰণতে বিষয়সমূহক মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ ভাগত বিভক্ত কৰা হৈছে। কোনো কোনো বিষয় একাধিক স্তৰত পঢ়োৱা হয়, সেয়ে সেই বিষয়ৰ প্ৰবন্ধ একাধিকবাৰ উল্লিখিত। পিচে একাডেমিয়া প্ৰকল্পৰ পৰিসৰৰ বাহিৰেও "অন্যান্য" নামৰ ভাগত অন্য গুৰুত্বপূৰ্ণ বিষয় এই প্ৰকল্পই সামৰি লৈছে।

গুৰুত্ব নিৰ্ধাৰণ[সম্পাদনা কৰক]

গুণগত মান নিৰ্ধাৰণ[সম্পাদনা কৰক]

প্ৰত্যেক প্ৰবন্ধৰ মান ০ৰ পৰা ৫লৈকে এটি সংখ্যাৰে চিহ্নিত কৰা হৈছে। যদি কোনো প্ৰবন্ধ অসমীয়া ৱিকিপিডীয়াত উপলব্ধ নহয়, তেন্তে তাৰ মান ০। তাৰ বাহিৰে, এই সংখ্যা কিমান হোৱা উচিত, সেই কথা প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত আলোচনাৰ মাজেৰে সদস্যসকলে নিৰ্ণয় কৰিব। পিচে মান ৫ থকা প্ৰবন্ধসমূহৰ গুণগত মান ফিচাৰ্ড প্ৰবন্ধৰ সমকক্ষ হ'ব বুলি আশা কৰা হ'ল। এই প্ৰকল্পৰ উদ্দেশ্য বিষয় সূচীৰ প্ৰত্যেক প্ৰবন্ধৰ মান ৫লৈ উন্নিত কৰা।

বিষয় সূচী[সম্পাদনা কৰক]

যদিও ৰাজনীতি বিজ্ঞান এক অতিকৈ বহল ক্ষেত্ৰ, প্ৰায়োগিক কাৰণত তলত দিয়া বিষয়সমূহ অসমীয়া ৱিকিপিডিয়াত অন্তৰ্ভুক্তিত প্ৰাদধান্য দিয়া হৈছে।

মধ্য[সম্পাদনা কৰক]

অগ্ৰাধিকাৰ দিয়া বিষয়ৰ তালিকা
স্তৰ বিষয় গুৰুত্ব মান
সামাজিক বৈচিত্ৰ্য উচ্চ
সমাজত বৈষম্য উচ্চ
চৰকাৰ উচ্চ
গণতন্ত্ৰ উচ্চ
পঞ্চায়তী ৰাজ উচ্চ
ভাৰতত গ্ৰামীণ প্ৰশাসন উচ্চ
ভাৰতত নগৰ প্ৰশাসন উচ্চ
ভাৰতত গ্ৰামীণ জীৱিকা উচ্চ
ৰাজনৈতিক সমতা উচ্চ
ভাৰতত স্বাস্থ্য সম্বন্ধীয় চৰকাৰী নীতি উচ্চ
ভাৰতত ৰাজ্য চৰকাৰ উচ্চ
সামাজিক লিংগ উচ্চ
ভাৰতত নাৰী উচ্চ
ভাৰতত সংবাদ মাধ্যম উচ্চ
ভাৰতৰ সংবিধান উচ্চ
ধৰ্মনিৰপেক্ষতা উচ্চ
সংসদ উচ্চ
আইন উচ্চ
ন্যায়পালিকা উচ্চ
ভাৰতীয় অপৰাধিক ন্যায় আইন উচ্চ
প্ৰান্তীয়কৰণ উচ্চ
জনসুবিধা উচ্চ
সামাজিক ন্যায় উচ্চ

মাধ্যমিক[সম্পাদনা কৰক]

অগ্ৰাধিকাৰ দিয়া বিষয়ৰ তালিকা
স্তৰ বিষয় গুৰুত্ব মান
গণতন্ত্ৰ উচ্চ
সংবিধান উচ্চ
নিৰ্বাচন উচ্চ
নিৰ্বাচনীয় ৰাজনীতি উচ্চ
প্ৰতিষ্ঠান উচ্চ
অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ উচ্চ
ক্ষমতাৰ ভাগ-বতৰা উচ্চ
সংঘবাদ উচ্চ
ৰাজনৈতিক বৈচিত্ৰ্য উচ্চ
লিংগ আৰু ৰাজনীতি উচ্চ
জাতি প্ৰথা উচ্চ
সামাজিক আন্দোলন উচ্চ
ৰাজনৈতিক দল উচ্চ
ৰাজনৈতিক সূত্ৰ উচ্চ
স্বাধীনতা উচ্চ
সমতা (সমাজ বিজ্ঞান) উচ্চ
সামাজিক ন্যায় উচ্চ
অধিকাৰ উচ্চ
নাগৰিকতা উচ্চ
জাতীয়তাবাদ উচ্চ
ধৰ্মনিৰপেক্ষতা উচ্চ
শান্তি উচ্চ
অৰ্থনৈতিক উন্নয়ন উচ্চ
সংবিধান উচ্চ
ভাৰতৰ সংবিধানত অধিকাৰ উচ্চ
ভাৰতৰ কাৰ্যপালিকা উচ্চ
ভাৰতৰ বিধায়িকা উচ্চ
ভাৰতৰ ন্য়ায়পালিকা উচ্চ
ভাৰতৰ সংবিধানত সংঘবাদ উচ্চ
ভাৰতত স্থানীয় চৰকাৰ উচ্চ
ভাৰতৰ সংবিধানৰ সংশোধন উচ্চ
ভাৰতৰ সংবিধানৰ দৰ্শন উচ্চ
জাতীয়তাবাদ উচ্চ
ধৰ্মনিৰপেক্ষতা উচ্চ
শান্তি উচ্চ
অৰ্থনৈতিক উন্নয়ন উচ্চ
সংবিধান উচ্চ
ভাৰতৰ সংবিধানত অধিকাৰ উচ্চ
ভাৰতত নিৰ্বাচন উচ্চ
শীতল যুদ্ধ উচ্চ
ছ'ভিয়েট সংঘৰ পতন উচ্চ
বিশ্বৰ ৰাজনীতিত আমেৰিকী আধিপত্য উচ্চ
১৯৯০-২০১০ৰ বিশ্বৰ ৰাজনীতিত শক্তিৰ কেন্দ্ৰ উচ্চ
দক্ষিণ এছিয়াৰ ৰাজনীতি উচ্চ
আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান উচ্চ
সুৰক্ষা উচ্চ
ভূ-ৰাজনীতি উচ্চ
ভাৰতৰ সংবিধানৰ দৰ্শন উচ্চ
ভাৰত বিভাজন মধ্য
ভাৰতৰ দেশীয় ৰাজ্যসমূহৰ ভাৰত গণৰাজ্যৰ সৈতে মিলন মধ্য
ভাৰতৰ ৰাজ্যসমূহৰ গঠন মধ্য
ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ ব্যৱস্থা উচ্চ
ভাৰতৰ পৰিকল্পিত অৰ্থব্যৱস্থা উচ্চ
ভাৰতৰ বিদেশ নীতি উচ্চ
ভাৰতত আপাৎকাল (১৯৭৫) উচ্চ
ভাৰতত সামাজিক আন্দোলন উচ্চ
ভাৰতত আঞ্চলিকতাবাদ উচ্চ
অৰ্থনৈতিক উদাৰীকৰণৰ পাছৰ ভাৰতীয় ৰাজনীতি উচ্চ

স্নাতক[সম্পাদনা কৰক]

স্নাতকোত্তৰ[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]