প্ৰশাসক পদৰ বাবে কৰা আবেদনসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:Requests for adminshipৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৱিকিপিডিয়া প্ৰশাসনৰ শিতানসমূহ
প্ৰশাসন
লক্ষ্য ৰাখক | সন্ধান
ৱিকিপিডিয়া প্ৰশাসন সম্পৰ্কীয় বিষয়সমূহ চাবৰ বাবে।
আবেদনসমূহ
আবেদন কৰক | লক্ষ্য ৰাখক | সন্ধান

ৱিকিপিডিয়া প্ৰশাসক পদৰ বাবে আবেদন কৰিবৰ কাৰণে।

অনুমোদনসমূহ
লক্ষ্য ৰাখক | সন্ধান

প্ৰশাসক পদৰ অনুমোদন পোৱা আৱেদনসমূহ চাবৰ বাবে।

প্ৰশাসকবৃন্দ
লক্ষ্য ৰাখক | সন্ধান

ৱিকিপিডিয়াৰ বৰ্তমান প্ৰশাসকসকলৰ তালিকা আৰু সম্পৰ্কীয় বিষয়সমূহ চাবৰ বাবে।

এই পৃষ্ঠাত প্ৰশাসক পদৰ বাবে আৱেদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপুনি যদি অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক হ’ব বিচাৰে, তলত আপোনাৰ সদস্য নাম লিখি আৱেদন কৰিব পাৰে।



সংৰক্ষিত পাঠ

সংৰক্ষিত পাঠ ১

আৰ্কাইভ[সম্পাদনা কৰক]

আগৰ আলোচনা আৰ্কাইভ কৰা হ'ল। কাষৰ আৰ্কাইভ বক্সৰ জৰিয়তে চাব পাৰিব। প্ৰভাকৰ শৰ্মা নেওগ 19:49, 17 ফেব্ৰুৱাৰী 2012 (UTC)

Nominating myself for the administrative post[সম্পাদনা কৰক]

I was active in English Wikipedia and I have recently joined Assamese Wikipedia. I really want to be an administrator and want to contribute. Jogesh 69 (বাৰ্তা) 12:30, 8 June 2021 (ইউ.টি.চি.)

(-) বিৰোধিতা[সম্পাদনা কৰক]

  1. I think at present there have enough administrators for maintaining the Assamese wiki projects, and from my view point, Assamese Wikipedia has much senior and skilled members for this requirement.--Nayan j Nath (বাৰ্তা) 14:16, 8 June 2021 (ইউ.টি.চি.)
  2. সম্প্ৰতি অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক কেইগৰাকী যথেষ্ট সক্ৰিয় আৰু সুদক্ষ। গতিকে অতিৰিক্ত প্ৰশাসকৰ প্ৰয়োজন নেদেখোঁ‌। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 16:53, 8 June 2021 (ইউ.টি.চি.)
  3. সম্প্ৰতি অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক কেইগৰাকী যথেষ্ট সক্ৰিয় আৰু সুদক্ষ। লগতে আৱেদন কৰা সদস্যজনে অসমীয়া ৱিকিপিডিয়াৰ ক্ষতি কৰাহে পৰিলক্ষিত হৈছে। সেয়ে তেখেতৰ আৱেদন অপ্ৰয়োজনীয়, অযুক্তিকৰ আৰু অসংগত বুলি ক'ম। ধন্যবাদ। অনামিকা(চুমু) বড়া (বাৰ্তা) 06:38, 9 June 2021 (ইউ.টি.চি.)