প্ৰশাসক পদৰ বাবে কৰা আবেদনসমূহ
(ৱিকিপিডিয়া:Requests for adminshipৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
এই পৃষ্ঠাত প্ৰশাসক পদৰ বাবে আৱেদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপুনি যদি অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক হ’ব বিচাৰে, তলত আপোনাৰ সদস্য নাম লিখি আৱেদন কৰিব পাৰে।
আৰ্কাইভ[সম্পাদনা কৰক]আগৰ আলোচনা আৰ্কাইভ কৰা হ'ল। কাষৰ আৰ্কাইভ বক্সৰ জৰিয়তে চাব পাৰিব। প্ৰভাকৰ শৰ্মা নেওগ 19:49, 17 ফেব্ৰুৱাৰী 2012 (UTC) Hirok Raja[সম্পাদনা কৰক]মই শ্ৰীমান Hirok Rajaৰ নামটো অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসকৰ বাবে প্ৰস্তাৱ কৰিছোঁ। তেওঁক এই প্ৰস্তাৱত আনুষ্ঠানিকভাৱে সন্মতি জনাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ ভোট তলত দিয়ক। Hirok Raja (talk) 10:31, 22 August 2020 (ইউ.টি.চি.) |