ৱিকিপিডিয়া বাৰ্তা:নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৫
বিষয় যোগ কৰকপ্ৰবন্ধ গ্ৰহণ নকৰাৰ সংক্ৰান্তত
[সম্পাদনা কৰক]@Ishanjyotibora, মোৰ দুটা প্ৰবন্ধ, জোৰাসাঁকো ঠাকুৰবাড়ী আৰু বেকাৰ হোষ্টেল নাৰীবাদ আৰু লোকগাথাৰ সৈতে সম্পৰ্ক নথকা বুলি কাৰণ দেখাই গ্ৰহণ কৰা নহ'ল। সম্ভৱতঃ প্ৰবন্ধ দুটা পঢ়ি নোচোৱাকৈ, মাত্ৰ প্ৰবন্ধৰ title দুটা চাই এনে সিদ্ধান্ত লোৱা হৈছে। folklore বিষয়টোৰ পৰিসৰ বহুত বহল। আপোনাক জনাও, এই দুয়োটা প্ৰতিষ্ঠানেই সংগ্ৰহালয় হিচাপে কাম কৰি আছে। আনহাতে প্ৰতিযোগিতা পৃষ্ঠাৰ প্ৰবন্ধ তালিকাত দিয়া লিংকৰ পৰা প্ৰবন্ধ দুটা আহৰণ কৰা হৈছে। সেয়েহে প্ৰবন্ধ দুটা পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনালো। Kashyap2023 (বাৰ্তা) 01:58, 7 February 2025 (ইউ.টি.চি.)
ভাৰতীয় মহিলা লোকগায়িকা
[সম্পাদনা কৰক]নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৫ৰ মূল পৃষ্ঠাৰ পৰা ভাৰতীয় মহিলা লোকগায়িকা পৃষ্ঠাটোৰ লিংক আঁতৰাই তাৰ ঠাইত নতুনকৈ তিনিটা লিংক সংযোজন কৰি দিলোঁ। কাৰণভাৰতীয় মহিলা লোকগায়িকা শ্ৰেণীৰ অন্তৰ্গত আটাইকেইটা প্ৰবন্ধ ইতিমধ্যে অসমীয়ালৈ অনূদিত হৈছে। ~ কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 11:19, 8 March 2025 (ইউ.টি.চি.)