ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৫

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Which is correct between ছেপ্টেম্বৰ or ছেপ্তেম্বৰ ? I prefer ছেপ্টেম্বৰ . বিষ্ণু শইকীয়া 10:18, 29 August 2015 (UTC)

I have seen newspapers like Amar Asom and Dainik Janambhumi using ছেপ্টেম্বৰ. নিয়ৰপৰশ (talk) 13:53, 31 August 2015 (UTC)
ইতিমধ্যে ‘ছেপ্তেম্বৰ’ৰ পৰা ‘ছেপ্টেম্বৰ’ কৰা হৈছে।--দিব্য দত্ত (talk) 15:25, 31 August 2015 (UTC)

ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সম্ভাব্য তালিকা[সম্পাদনা কৰক]

ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমুহৰ সাম্ভাব্য তালিকাৰ এইমাহত ভালেমান কাম হৈছে৷ তাৰো হিচাপ এটা লৈ উল্লেখ কৰিলে ভাল হ’ব নেকি বাৰু? জলি বৰা (talk) 07:56, 31 August 2015 (UTC)

ভালেই হ'ব। --দিব্য দত্ত (talk) 15:19, 31 August 2015 (UTC)