ৱিকিপিডিয়া বাৰ্তা:সন্মিলন/তেজপুৰ ১

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সন্মিলনৰ পূৰ্বৰ আলোচনা[সম্পাদনা কৰক]

TU ত পাতিলে সোনকালে দুই এটা অনুমতি ল’ব লাগিব | কিন্ত ভালেসংখ্যক আগ্ৰহী ছাত্ৰ ওলাব লাগে দীপাংকৰ 19:54, 22 জানুৱাৰী 2012 (UTC)


সেয়ে এই গুৰুদায়িত্ব তোমাৰ ওপৰতেই ন্যস্থ কৰিলো| আমাক তুমিয়েই তেজপুৰ বিশ্ববিদ্যালয়ৰ বাট দেখুৱাব লাগিব| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:40, 22 জানুৱাৰী 2012 (UTC)


বিষ্ণু শইকীয়া ডাঙৰীয়া, আপোনাৰ নিমন্ত্ৰণৰ বাবে ধন্যবাদ। কিন্তু মই যিহেতু বাংগালোৰত থাকো, সেয়ে প্ৰবল ইচ্ছা স্বত্বেও উপস্থিত থাকিব নোৱাৰিম। অৱশ্যে ১৫ ফ্ৰেব্ৰুৱাৰীৰ পিছত এনেধৰণৰ "মিট-আপ" কোনো ঠাইত অনুস্থিত হ'লে অনুগ্ৰহ কৰি জনাব। কাৰণ মই১৫ ফ্ৰেব্ৰুৱাৰীত অসমলৈ যোৱাৰ সম্ভাৱনা আছে। ধন্যবাদ Pranab Jyot Bhuyan 03:58, 23 জানুৱাৰী 2012 (UTC)


মই আক’ কম্পুটাৰৰ অ আ ক খ একো নাজানো।মনে মনে চাবলৈহে যাম।মুলত: আপোনালোকক লগ পাবলৈ ....দ্বিজেন মহন্ত 18:54, 23 জানুৱাৰী 2012 (UTC)


All the best. (Ananya Saikia)