সমললৈ যাওক

ৱিকিপিডিয়া বাৰ্তা:সমজুৱা পৃষ্ঠা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই ৱিকিৰৃ বাবে কিদৰে সহযোগিতা ক্ৰিব পাৰো ark krit arkkrit@gmail.com

সম্পাদনা

[সম্পাদনা কৰক]

আচলতে ৱিকিপিডিয়াৰ ব্যৱস্থাপকে এজন থলুৱা ব্যক্তিক সকলো সম্পাদনা কৰাৰ দায়িত্ব দিয়া উচিত৷ নহ'লে ইয়াক সৰ্বাঙ্গসুন্দৰ কৰি তোলাত অসুবিধা আছে৷ মই আগতেও অনেক ব্যৱস্থাপকলে লিখিছোঁ কিন্তু কোনো উত্তৰ নাহে৷ এনেকে হ'লে কিছু অসুবিধা আছে৷ আচলতে কোনেনো মূল কামটো পৰিচালনা কৰি আছে তাক নাজানো৷ তাত দায়িত্ব কাৰ হাতত আছে নাজানো৷ এই বিষয়ে কোনোবাই জানে যদি তেওলৈ লিখক আৰু সম্পাদনাৰ দায়িত্ব থলুৱা ব্যক্তিসকলক অৰ্পণ কৰক৷

Anjal Borah ১০:০৫, ২০ জুলাই ২০০৯ (UTC)

মাত্ৰাসমূহ

[সম্পাদনা কৰক]

বহুটো লেখাত শব্দবোৰৰ পৰা মাত্ৰাবোৰ আঁতৰি অহা দেখা পোৱা গৈছে৷ মই আগতে লেখা বা সম্পাদনা কৰাসমূহটো মাত্ৰাসমূহ আঁতৰি আহিছে৷ ইয়াক মেনুৱেলি ঠিক কৰিব লাগিবনেকি? নে কিবা কাৰিকৰী বিজুটিৰ বাবে এনে হৈছে৷ মই উইণ্ড' ভিচটা ব্যৱহাৰ কৰোঁ৷ আপোনাৰ ছিষ্টেমত সঠিক দেখা পোৱা গৈছেনেকি? Anjal Borah