ৱিকিপিডিয়া বাৰ্তা:ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সম্ভাব্য তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মনোৰোগ বিজ্ঞান[সম্পাদনা কৰক]

"মনো ৰোগ বিজ্ঞান"-টো Psychology-ৰ পৰা আঁতৰাই দিছোঁ। কাৰণ মনোৰোগ বিজ্ঞান Psychiatry-হে হয়। ছাইক'লজীত মন সম্বন্ধীয় সকলো বিষয় অধ্যয়ন কৰা হয়, কিন্তু ছাইকিয়াট্ৰি-ত অকল মানসিক ৰোগসমূহহে অধ্যয়ন কৰা হয়। দুয়োটা বিভাগৰে অধ্যয়ন সম্পূৰ্ণ বেলেগ দিশৰপৰা হয়। উদ্দীপতালুকদাৰ 15:05, 8 ফেব্ৰুৱাৰী 2012 (UTC)