সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

৺ (স্বৰ্গীয়) এটা চিহ্ন[1], যিটো চিহ্ন সাধাৰণতে হিন্দু ধৰ্মৰ ক্ষেত্ৰত মৃত ব্যক্তিৰ নামৰ আগত বা দেৱতাৰ নামৰ আগত ব্যৱহাৰ কৰা হয়। এই চিহ্নটো দেখাত (চন্দ্ৰবিন্দু)ৰ দৰে যদিও, দুয়োটাৰ মাজত পাৰ্থক্য আছে। ৺ (স্বৰ্গীয়) চিহ্নটো ঁ (চন্দ্ৰবিন্দু)তকৈ ডাঙৰ হয়। বাংলা ভাষাত এই চিহ্নটোক ঈশ্বৰ চিহ্ন বুলি কোৱা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. AG, Compart. "Find all Unicode Characters from Hieroglyphs to Dingbats – Unicode Compart" (en ভাষাত). www.compart.com. https://www.compart.com/en/unicode/U+09FA। আহৰণ কৰা হৈছে: 2023-03-02.