আনন্দৰাম বৰুৱা বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Anundoram Borooah Awardৰ পৰা পুনঃনিৰ্দেশিত)

ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷[1] আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা (ABILAC )ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ৷ বৰ্তমানলৈকে ১৬ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।

আনন্দৰাম বৰুৱা বঁটা বিজয়ীসকল[সম্পাদনা কৰক]

নাম বৰ্ষ
ৰজনী কান্ত দেৱ শৰ্মা ১৯৯১
আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী ১৯৯২
বিশ্বনৰায়ণ শাস্ত্ৰী ১৯৯৩
বীৰেন্দ্ৰ কুমাৰ ফুকন ১৯৯৪
প্ৰফুল্লদত্ত গোস্বামী ১৯৯৫
যজ্ঞেশ্বৰ শৰ্মা ১৯৯৬
হেৰম্বকান্ত বৰপূজাৰী ১৯৯৭
স‍ত্যেন্দ্ৰ নাথ শৰ্মা ১৯৯৮
যোগেশ্বৰ শৰ্মা ১৯৯৯
মুকুন্দ মাধৱ শৰ্মা ২০০০
গোলোক চন্দ্ৰ গোস্বামী ২০০১
যোগেন্দ্ৰনাৰায়ণ ভূঞা ২০০৬
প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য ২০০৭
হৰিনাথ শৰ্মা দলৈ ২০১১
Bhadanta Sasana Bangsha Mahathera ২০১২
কেশৱানন্দ দেৱ গোস্বামী ২০১৪

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Recipients of Anundoram Borooah Award". Anundoram Borooah Institute of Language, Art & Culture, Assam (ABILAC). Archived from the original on 28 June 2017. https://web.archive.org/web/20170628174753/http://abilac.org/page.php?id=Awards/Fellowship। আহৰণ কৰা হৈছে: 22 August 2017.