সমললৈ যাওক

আৰাৱল্লী পৰ্বতমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Aravali Rangeৰ পৰা পুনঃনিৰ্দেশিত)
আৰাৱল্লী পৰ্বতমালা

ৰাজস্থানৰ আৰাৱলী পৰ্বতমালা
উচ্চতা 1,722 m (5,650 ft)
উচ্চাৰণ Hindi pronunciation: [əɾaːʋ(ə)li]
অৱস্থান
স্থানাংক 24°35′33″N 74°42′30″E / 24.5925°N 74.70833°E / 24.5925; 74.70833
ভূতত্ত্ব
শিলাবৰ্ষ প্ৰিকেম্ব্ৰিয়ান

আৰাৱল্লী পৰ্বতমালা (ইংৰাজী: Aravalli Range; বানানভেদে আৰাৱলী বুলিও লিখা হয়) হʼল উত্তৰ-পশ্চিম ভাৰতৰ এলানি পৰ্বতমালা। দক্ষিণ-পশ্চিম দিশত ই প্ৰায় ৬৭০ কিলোমিটাৰ (৪২০ মাইল) বিস্তৃত। ই দিল্লীৰ ওচৰত আৰম্ভ হৈ দক্ষিণ হাৰিয়ানা[1] আৰু ৰাজস্থানৰ মাজেৰে গৈ গুজৰাটআহমেদাবাদত শেষ হৈছে।[2][3] আৰাৱল্লী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ হʼল ৰাজস্থানৰ মাউণ্ট আবুত অৱস্থিত গুৰু শিখৰ, যাৰ উচ্চতা ১,৭২২ মিটাৰ (৫,৬৫০ ফুট)। আৰাৱল্লী পৰ্বতমালা ভাৰতৰ প্ৰাচীনতম ভংগিল পৰ্বতমালা। পেলিঅʼপ্ৰোটেৰোজোইক যুগতেই ইয়াৰ উৎপত্তি হৈছিল।[4][5]

ব্যুৎপত্তি-তত্ত্ব

[সম্পাদনা কৰক]

আৰাৱল্লী, "আৰা" আৰু "ৱলী" শব্দ দুটা লগ লাগি সৃষ্টি হোৱা এটা সংমিশ্ৰিত সংস্কৃত শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হʼল "শিখৰৰ শ্ৰেণী"[6][7]

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Aravalli Biodiversity Park, Gurgaon". Archived from the original on 28 May 2012. https://web.archive.org/web/20120528194722/http://aravalibiodiversitypark.in/?q=node%2F1. 
  2. , 2004, pp. 29–, ISBN 978-81-7387-135-1, https://books.google.com/books?id=GIs4zv17HHwC&pg=PA29 
  3. Dale Hoiberg; Indu Ramchandani (2000). "Aravali Range". Students' Britannica India. Popular Prakashan. পৃষ্ঠা. 92–93. ISBN 978-0-85229-760-5. https://books.google.com/books?id=Kpd9lLY_0-IC&q=Aravali&pg=PA92. 
  4. Verma, P. K.; Greiling, R. O. (1995-12-01). "Tectonic evolution of the Aravalli orogen (NW India): an inverted Proterozoic rift basin?" (en ভাষাত). Geologische Rundschau খণ্ড 84 (4): 683–696. doi:10.1007/BF00240560. ISSN 1432-1149. https://doi.org/10.1007/BF00240560. 
  5. Roy, A.B. (1990-01-01). "Evolution of the Precambrian Crust of the Aravalli Mountain Range" (en ভাষাত). Developments in Precambrian Geology খণ্ড 8: 327–347. doi:10.1016/S0166-2635(08)70173-7. ISBN 9780444883100. ISSN 0166-2635. Archived from the original on 28 June 2021. https://web.archive.org/web/20210628223223/https://www.sciencedirect.com/science/article/pii/S0166263508701737। আহৰণ কৰা হৈছে: 28 June 2021. 
  6. George Smith (1882). The Geography of British India, Political & Physical. J. Murray. পৃষ্ঠা. 23. https://archive.org/details/geographybritis01smitgoog. 
  7. "Aravali Range". Britannica.com. 13 August 2024. https://www.britannica.com/EBchecked/topic/32222/Aravali-Range. 

অতিৰিক্ত পঠন

[সম্পাদনা কৰক]
  • Watershed Management in Aravali Foothills, by Gurmel Singh, S. S. Grewal, R. C. Kaushal. Published by Central Soil & Water Conservation Research & Training Institute, 1990.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

পশ্চিম ভাৰত ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

সাঁচ:GeoSouthAsia