সমললৈ যাওক

অশোক চক্ৰ (পদক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ashoka Chakra (military decoration)ৰ পৰা পুনঃনিৰ্দেশিত)
অশোক চক্ৰ


বঁটাৰ তথ্য
প্ৰকাৰ সামৰিক বঁটা
শ্ৰেণী শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ পদক
বৰ্ণনা বৃত্তাকাৰ পদকৰ মাজত অশোক চক্ৰ আৰু তাৰ চাৰিওফালে পদুম খোদিত থাকে। পিছফালে ইংৰাজী আৰু হিন্দী ভাষাত অশোক চক্ৰ বুলি লিখা থাকে।
প্ৰতিষ্ঠা ১৯৫২
অন্তিমবাৰ প্ৰদান ২০১৮
মুঠ প্ৰদানৰ সংখ্যা ৮৫ (২০১৯ চনলৈ)[1]
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
প্ৰথম প্ৰাপক সুহাস বিশ্বাস
নৰবাহাদুৰ থাপা
বাচিত্ৰৰ সিং
অন্তিম প্ৰাপক নাজিৰ আহমেদ ৱানী, ২০১৯
বঁটাৰ মৰ্যদা
পৰমবীৰ চক্ৰঅশোক চক্ৰপদ্মবিভূষণ

অশোক চক্ৰ ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। এই পদক সামৰিক আৰু অসামৰিক যিকোনো ব্যক্তিয়ে লাভ কৰিব পাৰে। ই আমেৰিকা যুক্তৰাষ্ট্ৰ শান্তিকালীন মেডেল অফ অনাৰ আৰু যুক্তৰাজ্যজৰ্জ ক্ৰচৰ সমতুল্য। ১৯৫২ চনত পোনপ্ৰথম বাৰৰ বাবে এই পদক প্ৰদান কৰা হৈছিল আৰু সুহাস বিশ্বাস, নৰবাহাদুৰ থাপা, বাচিত্ৰৰ সিঙে প্ৰথমে অশোক চক্ৰ লাভ কৰিছিল। প্ৰথমতে অশোকচক্ৰ শ্ৰেণী ১ হিচাপে জনাজাত এই পদকক ১৯৬৭ চনত অশোকচক্ৰ নাম দিয়া হয়। তেতিয়াৰ অশোকচক্ৰ শ্ৰেণী ২ আৰু শ্ৰেণী ৩ পদকক পিছলৈ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ নাম দিয়া হয়।[2]

অশোক চক্ৰ প্ৰথম বৰ্গৰ পদক। ইয়াৰ লগতে শান্তিকালীন সাহসিকতাৰ বাবে ভাৰত চৰকাৰে দ্বিতীয় আৰু তৃতীয় বৰ্গৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ প্ৰদান কৰে।

অশোক চক্ৰ প্ৰাপকৰ তালিকা

[সম্পাদনা কৰক]
চিহ্ন
# মৰণোত্তৰভাৱে পোৱা সূচায়
অশোক চক্ৰ প্ৰাপকৰ তালিকা
চন প্ৰাপক উৎস
২০১৯নাজিৰ আহমেদ ৱানী
২০১৮জ্যোতি প্ৰকাশ নিৰালা #[3]
২০১৬হাংগপন দাদা #[4]
২০১৫মোহন গোস্বামী #[4]
২০১৪মুকুন্দ ভাৰদৰঞ্জন #[4]
২০১৪নিৰজ কুমাৰ সিং #[4]
২০১৩কে. প্ৰসাদ বসু #[5]
২০১২নৱদ্বীপ সিং #[4]
২০১১লাইশ্ৰাম জ্যোতিন সিং #[4]
২০১০ৰাজেশ কুমাৰ #[4]
২০১০ডি. শ্ৰীৰাম কুমাৰ[4]
২০০৯মোহিত শৰ্মা #[4]
২০০৯বাহাদুৰ সিং বহৰা #[6]
২০০৯হেমন্ত কাৰকাৰে #[6]
২০০৯বিজয় চালাস্কাৰ #[6]
২০০৯অশোক কামটে #[6]
২০০৯তুকাৰাম অম্বলে #[6]
২০০৯গজেন্দ্ৰৰ সিং বিষ্ট #[6]
২০০৯সন্দ্বীদ্বীপ উন্নীকৃষ্ণণ #[6]
২০০৯মোহন চান্দ শৰ্মা #[6]
২০০৯জজান থমাছ #[6]
২০০৯আৰ. পি. দিয়েঙদহ #[6]
২০০৯প্ৰমোদ কুমাৰ সতপঠি #[6]
২০০৮দীনেশ ৰঘু ৰমন #[7]
২০০৭ৰাধাকৃষ্ণণ নায়াৰ হৰ্ষন #[7]
২০০৭চুনী লাল #[7]
২০০৭বসন্ত বেণুগোপাল #[7]
২০০৪ত্ৰিবেণী সিং #[7]
২০০৪চাজং ছেত্ৰী #[7]
২০০২চুৰিন্দৰ সিং #[7]
২০০২ৰামবীৰ সিং তমাৰ #[7]
২০০১কমলেশ কুমাৰী #[7]
২০০০সুধিৰ কুমাৰ ৱালীয়া #[7]
১৯৯৭পুনিত নাথ দত্ত #[7]
১৯৯৭শান্তি স্বৰূপ ৰাণা #[7]
১৯৯৬অৰ্জুন সিং জছৰতিয়া #[7]
১৯৯৫ৰাজীৱ কুমাৰ জুন #[7]
১৯৯৫সুজ্জন সিং #[7]
১৯৯৫হৰ্ষ উদয় সিং গৌৰ[7]
১৯৯৪নিলকান্তন জয়চন্দ্ৰন নায়াৰ[7]
১৯৯৩ৰাকেশ সিং[7]
১৯৯২সন্দ্বীপ সংখালা[8]
১৯৯১ৰণধিৰ প্ৰসাদ বাৰ্মা[8]
১৯৮৭নীৰজা ভানোট #[8]
১৯৮৫চেৰিং মুটুঁপ[8]
১৯৮৫নিৰ্ভয় সিং #[8]
১৯৮৫ভৱানী দত্ত যোশী[8]
১৯৮৫ৰাম প্ৰকাশ ৰোপৰিয়া[8]
১৯৮৫যশবীৰ সিং ৰাইনা[8]
১৯৮৫ভূকান্ত মিশ্ৰ[8]
১৯৮৫ৰাকেশ শৰ্মা[8]
১৯৮৪গেনন্দী স্ত্ৰেকলভ[8]
১৯৮৪য়ুৰি মালিচেভ[8]
১৯৮১চাইৰাছ অদি পিঠাৱালা[8]
১৯৭৪গুৰুনাম সিং[8]
১৯৭২উম্মেড সিং মেহৰা #[8]
১৯৬৯যশ ৰাম সিং[8]
১৯৬৫জীয়া লাল গুপ্তা[8]
১৯৬২খৰ্ক বাহাদুৰ লিনীবু[8]
১৯৬২মন বাহাদুৰ ৰায়[8]
১৯৫৮এৰিক জেমছ টুকাৰ #[8]
১৯৫৮জেম বাজিৰাও শাকপাল[8]
১৯৫৭জে. আৰ. চিটনিচ #[8]
১৯৫৭পি. এম. ৰমন #[8]
১৯৫৭যোগিন্দ্ৰৰ সিং #[8]
১৯৫৬সুন্দৰ সিং[8]
১৯৫২সুহাস বিশ্বাস[8]
১৯৫২বাচিত্ৰৰ সিং #[8]
১৯৫২নৰবাহাদুৰ থাপা[8]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Awardees - Gallantry Awards". gallantryawards.gov.in. http://gallantryawards.gov.in/awardees-0.
  2. "ABOUT GALLANTRY AWARDS". gallantryawards.gov.in. https://gallantryawards.gov.in/about-gallantry-awards আহৰণ কৰা হৈছে: 15 June 2020.
  3. https://timesofindia.indiatimes.com/india/martyred-corporal-jyoti-prakash-nirala-joins-elite-iaf-club-tomorrow/articleshow/62647401.cms উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক
  4. 1 2 3 4 5 6 7 8 9 "Ashoka Chakra recipients (2009–16)". Indian Army Web Portal. http://indianarmy.nic.in/Site/FormTemplete/frmPhotoGalleryWithMenuWithTitle.aspx?MnId=Zb02lKANjvkVUclnaE1NSg%3d%3d&ParentID=xvMfYnM+Kb8YsPT0gtXYmg%3d%3d আহৰণ কৰা হৈছে: 18 January 2017.
  5. "The President, Shri Pranab Mukherjee giving away the highest gallantry award Ashok Chakra to Shri K. Venkatraman father of the Reserve Inspector, Govt. of Andhra Pradesh, Shri K.L.V.S.S.H.N.V. Prasad Babu, (Posthumous), during the 65th Republic Day Parade 2014, in New Delhi on January 26, 2014.". Press Information Bureau, India. 26 January 2014. http://pib.nic.in/newsite/photoright.aspx?phid=52360 আহৰণ কৰা হৈছে: 18 January 2017.
  6. 1 2 3 4 5 6 7 8 9 10 11 "Ashoka Chakra awardees and their saga of gallantry" (Press release). Press Information Bureau, India. 25 January 2009. http://pib.nic.in/newsite/PrintRelease.aspx?relid=46980 আহৰণ কৰা হৈছে: 18 January 2017.
  7. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 "Ashoka Chakra recipients (1993–2009)". Indian Army Web Portal. http://indianarmy.nic.in/Site/FormTemplete/frmPhotoGalleryWithMenuWithTitle.aspx?MnId=Zb02lKANjvkVUclnaE1NSg%3d%3d&ParentID=xvMfYnM+Kb8YsPT0gtXYmg%3d%3d আহৰণ কৰা হৈছে: 18 January 2017.
  8. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 "Ashoka Chakra recipients (1952–92)". Indian Army Web Portal. http://indianarmy.nic.in/Site/FormTemplete/frmPhotoGalleryWithMenuWithTitle.aspx?MnId=Zb02lKANjvkVUclnaE1NSg==&ParentID=xvMfYnM+Kb8YsPT0gtXYmg== আহৰণ কৰা হৈছে: 18 January 2017.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]