এছিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Asiaৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


এছিয়া
Globe centered on Asia, with Asia highlighted. The continent is shaped like a right-angle triangle, with Europe to the west, oceans to the south and east, and Australia visible to the south-east.
মাটিকালি 4,45,79,000 বৰ্গ কি.মি. (1 বৰ্গ মাইল)[1]
জনসংখ্যা 3,879,000,000 (1st)[2]
জন. ঘনত্ব 87/km2 (225/sq mi)
বাসিন্দা এছিয়ান
দেশসমূহ 48 (তালিকা)
অধীনস্থ অঞ্চলসমূহ
অস্বীকৃত অঞ্চলসমূহ
ভাষাসমূহ ভাষাসমূহৰ তালিকা
সময় অঞ্চলসমূহ UTC+2 ৰ পৰা UTC+12 লৈ
ইন্টাৰনেট TLD .asia
বৃহত্তম নগৰসমূহ

এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত।ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।

ক্ষেত্ৰ[সম্পাদনা কৰক]

  • দক্ষিণ এছিয়া
  • পূব এছিয়া
  • পশ্চিম এছিয়া
  • দক্ষিণ পূব এছিয়া
  • মধ্য এছিয়া

দেশৰ সূচী[সম্পাদনা কৰক]

  1. নেপাল
  2. ভাৰত
  3. পাকিস্তান
  4. চীন
  5. জাপান
  6. থাইলেণ্ড
  7. বাংলাদেশ
  8. ভূটান
  9. ওমান
  10. শ্ৰীলঙ্কা
  11. ম্যানমাৰ
  12. ভিয়েটনাম
  13. লাউচ
  14. দক্ষিণ কোৰিয়া
  15. ইৰাণ
  16. ইৰাক
  17. ছিংগাপুৰ
  18. মালয়েছিয়া
  19. টাইৱান
  20. মালদ্বীপ
  21. ফিলিপাইন
  22. চৌদি আৰৱ
  23. সংযুক্ত আৰৱ আমিৰাত
  24. আফগানিস্তান
  25. উজবেকিস্তান
  26. তুৰ্কমেনিস্তান
  27. কিৰগিজস্তান
  28. কাজাখাস্তান
  29. কাটাৰ
  30. য়েমেন
  31. জৰ্ডান
  32. ইণ্ডোনেছিয়া
  33. পূৱ টিমোৰ
  34. ব্ৰুনেই
  35. কম্বোডিয়া
  36. উত্তৰ কোৰিয়া
  37. কোৱেইট
  38. বাহৰেইন
  39. ইজৰাইল
  40. লেবানন
  41. ছিৰিয়া
  42. মংগোলিয়া
  43. তাজিকিস্তান
  44. আৰ্মেনিয়া
  45. আজাৰবাইজান
  46. জৰ্জিয়া
  47. তুৰস্ক
  48. ছাইপ্ৰাছ
  49. ইজিপ্ত
  50. ৰাছিয়া
  51. পাপুৱা নিউ গিনি
  52. শ্ৰীলংকা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. National Geographic Family Reference Atlas of the World. প্ৰকাশক Washington, D.C.: National Geographic Society (U.S.). 2006. পৃষ্ঠা. 264. 
  2. "Continents of the World". The List. Worldatlas.com. http://www.worldatlas.com/geoquiz/thelist.htm। আহৰণ কৰা হৈছে: 25 July 2011.