সমললৈ যাওক

ৰাজ্যিক চলচ্চিত্ৰ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Assam State Film Awardsৰ পৰা পুনঃনিৰ্দেশিত)

ৰাজ্যিক চলচ্চিত্ৰ বঁটা অসম ৰাজ্য চৰকাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট অবদানৰ বাবে আগবঢ়ায়।

ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৪

[সম্পাদনা কৰক]

১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ নিৰ্মিত অসমীয়া কাহিনী আৰু অ-কাহিনী ছবিৰ মাজত ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৪ প্ৰদান কৰা হয়। বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় ১৩ এপ্ৰিল, ২০০৫ তাৰিখে।

বৰ্ষ বঁটা বিজয়ী ছবি
১৯৯৮-৯৯শ্ৰেষ্ঠ ছবিমোহমুক্তি
শ্ৰেষ্ঠ পৰিচালকধীৰাজ কাশ্যপমোহমুক্তি
শ্ৰেষ্ঠ অভিনেতাজয়ন্ত ভাগৱতীমোহমুক্তি
শ্ৰেষ্ঠ অভিনেত্ৰীবৰ্ণালী পূজাৰীযৌৱনে আমনি কৰে
১৯৯৯-২০০০শ্ৰেষ্ঠ ছবিঅনল
শ্ৰেষ্ঠ পৰিচালকবিদ্যুৎ চক্ৰৱৰ্তীনিষিদ্ধ নদী
শ্ৰেষ্ঠ অভিনেতাবিভাষ চক্ৰৱৰ্তীমহাৰথী
শ্ৰেষ্ঠ অভিনেত্ৰীতৃষা দেৱীনিষিদ্ধ নদী
২০০০-০১শ্ৰেষ্ঠ ছবিমৎস্যগন্ধা
শ্ৰেষ্ঠ পৰিচালকসঞ্জীৱ হাজৰিকামৎস্যগন্ধা
শ্ৰেষ্ঠ অভিনেতাদিব্যজ্যোতি কাকতিমৎস্যগন্ধা
শ্ৰেষ্ঠ অভিনেত্ৰীসাগৰিকা গোস্বামীসেউজী ধৰণী ধুনীয়া
২০০১-০২শ্ৰেষ্ঠ ছবিগুণ গুণ গানে গানে
শ্ৰেষ্ঠ পৰিচালকমুনিন বৰুৱানায়ক
শ্ৰেষ্ঠ অভিনেতাতপন দাসগুণ গুণ গানে গানে
শ্ৰেষ্ঠ অভিনেত্ৰীপ্ৰস্তুতি পৰাশৰগুণ গুণ গানে গানে
২০০২-০৩শ্ৰেষ্ঠ ছবিকণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ পৰিচালকজাহ্নু বৰুৱাকণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ অভিনেতাৰবি শৰ্মামন
শ্ৰেষ্ঠ অভিনেত্ৰীজেৰিফা ৱাহিদ
পাকিজা বেগম
অগ্নিশাক্ষী
পত্নী
২০০৩-০৪শ্ৰেষ্ঠ ছবিবাৰুদ
শ্ৰেষ্ঠ পৰিচালকমঞ্জু বৰাআকাশীতৰাৰ কথাৰে...
শ্ৰেষ্ঠ অভিনেতাযতীন বৰাজুয়ে পোৰা সোন
শ্ৰেষ্ঠ অভিনেত্ৰীবীণা পতংগীয়াজুয়ে পোৰা সোন

ছয় বছৰৰ শ্ৰেষ্ঠ

[সম্পাদনা কৰক]
বঁটা বঁটাৰ নাম বিজয়ী ছবি
শ্ৰেষ্ঠ ছবিৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বঁটামৎস্যগন্ধা
শ্ৰেষ্ঠ পৰিচালকব্ৰজেন বৰুৱা বঁটাজাহ্নু বৰুৱাকণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ চিত্ৰনাট্যo ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰঞ্জিত শৰ্মাবৈভৱ
শ্ৰেষ্ঠ সম্পাদনাভবেন বৰুৱা বঁটাকাজুসৰু বোৰাৰী
শ্ৰেষ্ঠ সংগীত পৰিচালকপাৰ্বতী প্ৰসাদ বৰুৱা বঁটাশ্বেৰ চৌধুৰীনিষিদ্ধ নদী
শ্ৰেষ্ঠ অভিনেতানটসূৰ্য ফণী শৰ্মা বঁটাযতীন বৰাজুয়ে পোৰা সোন
শ্ৰেষ্ঠ অভিনেত্ৰীআইদেউ সন্দিকৈ বঁটাপাকিজা বেগমপত্নী
শ্ৰেষ্ঠ সহ অভিনেতাগিৰিশ চৌধুৰী বঁটাহাদি আলম বৰাগুণ গুণ গানে গানে
শ্ৰেষ্ঠ সহ অভিনেত্ৰীইভা আচাও বঁটামৃদুলা বৰুৱাগুণ গুণ গানে গানে
শ্ৰেষ্ঠ কৌতুক অভিনেতামোৱাজ্জন আলি বঁটাহিৰণ্য দাসইমান মৰম কিয় লাগে
শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰতঁচদ্দুক ইউচুফ বঁটাপ্ৰাঞ্জনা দত্তমিঠা মিঠা লগনত
শ্ৰেষ্ঠ নেপঠ্য গায়কৰুদ্ৰ বৰুৱা বঁটাজুবিন গাৰ্গবিধাতা
শ্ৰেষ্ঠ নেপঠ্য গায়িকাপ্ৰতিমা বৰুৱা পাণ্ডে বঁটাকুইন দাসঅনল
শ্ৰেষ্ঠ গীতিকাৰo নিৰ্মলপ্ৰভা বৰদলৈ বঁটাকেশৱ মহন্তপত্নী
শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাগজেন বৰুৱা বঁটাজিনি মহলীয়ামন
শ্ৰেষ্ঠ বাণীবন্ধনপীযুষকান্তী ৰয় বঁটাযতীন শৰ্মাবৈভৱ
শ্ৰেষ্ঠ কলা নিৰ্দেশনাযুগল দাস বঁটাফটিক বৰুৱামোহমুক্তি
শ্ৰেষ্ঠ শিশু শিল্পীশ্ৰীমান সিদ্ধাৰ্থ বঁটাৰণিককণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ ৰূপসজ্জাবংশী দাস বঁটাযোগেন দাসমোহমুক্তি
শ্ৰেষ্ঠ সাজসজ্জাপ্ৰদীপ চলিহা বঁটাগীতাৰাণী গোস্বামীমোহমুক্তি
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীমৃণালকান্তি দাসনিষিদ্ধ নদী
শ্ৰেষ্ঠ তথ্যচিত্ৰনৰেন বৰুৱা বঁটাজ্যোতিপ্ৰসাদ দাসদি গ্ৰীণ ৱাৰিয়ৰ্ছ
শ্ৰেষ্ঠ তথ্যচিত্ৰ পৰিচালকপ্ৰবীণ ফুকন বঁটাআলটাফ মজীদজীৱন
জীৱনজোৰা সাধনাপ্ৰমথেশ বৰুৱা বঁটাঅনুপমা ভট্টাচাৰ্য
জুৰীৰ বিশেষকলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটানিপন গোস্বামী
বিশেষ জুৰী বঁটাপানৈ জংকী
মা
শ্ৰেষ্ঠ চুটি ছবিনিপ বৰুৱা বঁটাবিবেচিত নহ'ল