সমললৈ যাওক

অসম ক্ৰিকেট দল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Assam cricket teamৰ পৰা পুনঃনিৰ্দেশিত)
অসম ক্ৰিকেট দল
অধিনায়ক: ভাৰত অমিত সিনহা
প্ৰশিক্ষক: অজয় ৰাট্ৰা
স্বত্বাধিকাৰী: অসম ক্ৰিকেট সন্থা
প্ৰতিষ্ঠা: ১৯৬০
ঘৰুৱা খেলপথাৰ: অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম
সামৰ্থ্য: ৪০,০০০
ৰঞ্জি ট্ৰফী বিজয়:
বিজয় হাজাৰে ট্ৰফী বিজয়:
চৈয়দ মুস্তাক আলী ট্ৰফী বিজয়:

অসম ক্ৰিকেট দল অসম ৰাজ্যৰ ক্ৰিকেট দল। অসম ক্ৰিকেট সন্থাই দলটো পৰিচালনা কৰে। অসম ক্ৰিকেট দলটোৱে ২০০৯-১০ ৰ ৰঞ্জি ট্ৰফীত প্লেট গ্ৰুপৰ শীৰ্ষ স্থান দখল কৰি ছুপাৰ লীগলৈ অগ্ৰসৰ হৈছিল। তাৰ পিছৰ ছিজন সমূ্হত অসমৰ প্ৰদৰ্শন নিৰাশাজনক আছিল আৰু পুনৰ প্লেট গ্ৰুপলৈ অৱনমিত হৈছিল। ২০১২-১৩ ৰ বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰি ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছিল।[1] ২০১৪-১৫ ৰ ৰঞ্জি ট্ৰফিত অসমে পুনৰ আকৰ্ষণীয় দলীয় প্ৰদৰ্শনেৰে গ্ৰুপ লৈ অগ্ৰসৰ হয়।[2] ২০১৫-১৬ ৰ ৰঞ্জি ট্ৰফিত দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে পোন প্ৰথম বাৰৰ বাবে ছেমি ফাইনেললৈ উন্নীত হৈছিল। [3]

ঘৰুৱা খেলপথাৰ

[সম্পাদনা কৰক]

বিখ্যাত খেলুৱৈ

[সম্পাদনা কৰক]
  • অনুপ ঘটক
  • হেমাংগ বৰুৱা
  • ৰাজেশ বৰা
  • গৌতম দত্ত
  • পৰাগ দাস
  • শুভ্ৰজিৎ শইকীয়া
  • জাভেদ জামান
  • চৈয়দ জাকাৰিয়া জুফ্ৰী
  • মুন্না কাকতি
  • অৰ্লেন কোঁৱৰ
  • জাহিৰ আলম

বৰ্তমান দলটো

[সম্পাদনা কৰক]
নং নাম জন্ম তাৰিখ বেটিং শৈলী বলিং শৈলী টোকা
বেট্‌ছমেন
ঋষভ দাস১৬ ডিচেম্বৰ, ১৯৮৯ (৩৬ বছৰ)সোঁহতীয়াসোঁহতীয়া অফ ব্ৰে'ক
পল্লৱ কুমাৰ দাস১৭ জানুৱাৰী, ১৯৯০ (৩৬ বছৰ)বাওঁহতীয়াসোঁহতীয়া মেডিয়াম
পাৰভেজ আজিজ৮ ডিচেম্বৰ, ১৯৮৭ (৩৮ বছৰ)বাওঁহতীয়াবাওঁহতীয়া শ্ল'
অমিত সিনহা২৬ নৱেম্বৰ, ১৯৮৮ (৩৭ বছৰ)সোঁহতীয়ালেগ ব্ৰে'কঅধিনায়ক
গকুল শৰ্মা১৫ ফেব্ৰুৱাৰী, ১৯৮৬ (৪০ বছৰ)সোঁহতীয়াসোঁহতীয়া অফ ব্ৰে'ক
শিৱশংকৰ ৰয়১০ অক্টোবৰ, ১৯৯০ (৩৫ বছৰ)বাওঁহতীয়াসোঁহতীয়া অফ ব্ৰে'ক
ৰিয়ান পৰাগ১০ নৱেম্বৰ, ২০০১ (২৪ বছৰ)সোঁহতীয়াসোঁহতীয়া অফ ব্ৰে'ক
ৰ'মাৰিঅ' শৰ্মা১৯ ডিচেম্বৰ, ১৯৯৪ (৩১ বছৰ)বাওঁহতীয়াসোঁহতীয়া অফ ব্ৰে'ক
অল-ৰাউণ্ডাৰ
স্বৰূপম পুৰকায়স্থ১৫ ছেপ্টেম্বৰ, ১৯৮৯ (৩৬ বছৰ)সোঁহতীয়াসোঁহতীয়া অফ ব্ৰে'ক
উইকেটৰক্ষক
ৱাছিকুৰ ৰহমান২৯ ডিচেম্বৰ, ১৯৯৪ (৩১ বছৰ)সোঁহতীয়া
কুণাল শইকীয়া১৯ জুন, ১৯৮৮ (৩৭ বছৰ)সোঁহতীয়া
পেচ বলাৰ
আবু নেচিম৫ নৱেম্বৰ, ১৯৮৮ (৩৭ বছৰ)সোঁহতীয়াসোঁহতীয়া ফাষ্ট-মেডিয়াম
ৰঞ্জিত মালী৫ নৱেম্বৰ, ১৯৮৮ (৩৭ বছৰ)সোঁহতীয়াসোঁহতীয়া ফাষ্ট-মেডিয়াম
অৰূপ দাস২৭ জুলাই, ১৯৯১ (৩৪ বছৰ)সোঁহতীয়াসোঁহতীয়া ফাষ্ট-মেডিয়াম
কৃষ্ণ দাস১২ অক্টোবৰ, ১৯৯০ (৩৫ বছৰ)সোঁহতীয়াসোঁহতীয়া ফাষ্ট-মেডিয়াম
প্ৰীতম দাস১৬ অক্টোবৰ, ১৯৮৮ (৩৭ বছৰ)সোঁহতীয়াসোঁহতীয়া ফাষ্ট-মেডিয়াম
মৃণ্ময় দত্ত২৪ নৱেম্বৰ, ১৯৯৮ (২৭ বছৰ)বাওঁহতীয়াবাওঁহতীয়া ফাষ্ট-মেডিয়াম
মুখতাৰ হুছেইন১১ জানুৱাৰী, ১৯৯৯ (২৭ বছৰ)সোঁহতীয়াসোঁহতীয়া ফাষ্ট-মেডিয়াম
স্পিন বলাৰ
ৰাহুল সিং১৩ ছেপ্টেম্বৰ, ১৯৯৭ (২৮ বছৰ)সোঁহতীয়াবাওঁহতীয়া শ্ল'
জিতুমণি কলিতা১০ অক্টোবৰ, ২০০০ (২৫ বছৰ)সোঁহতীয়ালেগ ব্ৰে'ক

বৰ্তমানৰ কাৰিকৰী ষ্টাফ

[সম্পাদনা কৰক]
  • মুখ্য প্ৰশিক্ষক: অজয় ৰাট্ৰা
  • প্ৰশিক্ষক: ষ্টুৱাৰ্ট বিন্নী
  • প্ৰশিক্ষক: সলিল সিনহা
  • ট্ৰেইনাৰ: ভাস্কৰ বৰা
  • ফিজিঅ': কৌস্তভ ভৰদ্বাজ
  • ভিডিঅ' এনালিষ্ট: ৰাজেশ শৰ্মা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]