সমললৈ যাওক

বাহৰেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bahraihৰ পৰা পুনঃনিৰ্দেশিত)


বাহৰেইন সাম্ৰাজ্য
مملكة البحرين
মামলাকাট আল-বাহৰেইন
Flag of Bahrain
Flag
কোট অব আৰ্মছ of Bahrain
কোট অব আৰ্মছ
Anthem: বাহৰেইননা
আমাৰ বাহৰেইন
মধ্য পূৱত (ধূসৰ) বাহৰেইনৰ (সেউজীয়া) অৱস্থান।
মধ্য পূৱত (ধূসৰ) বাহৰেইনৰ (সেউজীয়া) অৱস্থান।
ৰাজধানীমানামা
Largest cityৰাজধানী
Official languagesআৰবিক
Ethnic groups
(2010)
  • ৪৬% বাহৰেইনি
  • ৪৫.৫% এছিয়ান
  • ৪.৭% অন্য আৰব
  • ১.৬% আফ্ৰিকান
  • ১% ইউৰোপিয়ান
  • ১.২% অন্য
ধৰ্ম
ইছলাম
Demonymবাহৰেইনি
GovernmentUnitary parliamentary constitutional monarchy
• King
Hamad bin Isa Al Khalifa
Salman bin Hamad bin Isa Al Khalifa
Khalifa bin Salman Al Khalifa
LegislatureNational Assembly
Consultative Council
Council of Representatives
Independence
• Declared Independence[1]
14 August 1971
• from UK[2]
15 August 1971
Area
• Total
765 বৰ্গ কি.মি. (295 বৰ্গ মাইল) (187th)
• Water (%)
negligible
Population
• 2014 estimate
1,343,000[3] (155th)
• 2010 census
1,234,571
• Density
1,626.6 /কিমি (4,212.9 /বৰ্গ মাইল) (7th)
GDP (PPP)2013 estimate
• Total
$33.535 billion[4] (98th)
• Per capita
$28,559[4] (12th)
GDP (nominal)2013 estimate
• Total
$28.728 billion[4] (93rd)
• Per capita
$24,465[4] (28th)
HDI (2013)steady 0.815[5]
very high (44th)
Currencyবাহৰেইনি ডিনাৰ (BHD)
Time zoneUTC+3 (AST)
Calling code৯৭৩
ISO 3166 codeBH
Internet TLD.bh

বাহৰেইন (/bɑːˈrn/ ( শুনক); আৰবী: ‏البحرين al-Baḥrayn), চৰকাৰী ভাৱে কিংডম অৱ বাহৰেইন (আৰবী: مملكة البحرين Mamlakat al-Baḥrayn), পাৰ্ছিয়ান গল্ফৰ পশ্চিম উপকূলৰ কাষত অৱস্থিত এখন সৰু দ্বীপ-ৰাষ্ট্ৰ। ২০১০ চনত ৬,৬৬,১৭২ জন অ-দেশীয় লোকৰ সৈতে বাহৰেইন মুঠ জনসংখ্যা আছিল ১২,৩৪,৫৭১ জন।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]