সমললৈ যাওক

চেন্নাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Channaiৰ পৰা পুনঃনিৰ্দেশিত)
চেন্নাই
சென்னை
মাদ্ৰাছ
উপনাম: 
ডেট্ৰৈট অৱ ইণ্ডিয়া (Detroit of India)
দেশ ভাৰত
ৰাজ্য তামিল নাডু
জিলা চেন্নাই, কাঞ্চিপুৰম আৰু তিৰুভেল্লুৰ[upper-alpha 1]
পূৰ্বৰ নাম মাদ্ৰাছ
চৰকাৰ
  ধৰণ মেয়ৰ–কাউন্সিল
  পৰিচালনা চেন্নাই কৰ্পৰেশ্যন
  মেয়ৰ চৈদয় দুৰাইস্বামী[1]
  ডেপুটি মেয়ৰ পি বেঞ্জামিন
  কৰ্পোৰেশ্যন কমিশ্যনাৰ ডি কৰ্থেকেয়ন
  পুলিছ কমিছনাৰ S George[2]
কালি
৪২৬.৫ বৰ্গকিমি (১৬৪.৫ বৰ্গমাইল)
  মেট্ৰ’
১,১৮৯ বৰ্গকিমি (৪৬৪.৪৫ বৰ্গমাইল)
উচ্চতা
 মিটাৰ (২০ ফুট)
জনসংখ্যা
 (2011)[3]
৫০,০৮,৭৬৩
  স্থান ৩য়
  ঘনত্ব ১২,০০০/বৰ্গকিমি (৩০,০০০/বৰ্গমাইল)
  মেট্ৰ’ 86,96,010
  মেট্ৰ ৰেংক
৩য়
  1. The Chennai metropolitan area also includes the entire Kanchipuram and Tiruvallur districts.

চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ মাদ্ৰাজ (তামিল: மதறாஸ் মাড্ৰাছ‍) দক্ষিণ ভাৰততামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত। ৩৬৮ বছৰ পুৰনি এই চহৰৰ জনসংখ্যা আনুমানিক ৬.৯১ মিলিয়ন (২০০৬)[5]; জনসংখ্যাৰ দিশৰ পৰা এইখন পৃথিৱীৰ ৩৬তম বৃহত্তম মেট্ৰোপলিটান চহৰ।

চেন্নাই এখন শিল্প আৰু বাণিজ্যৰ এটা ডাঙৰ কেন্দ্ৰ আৰু সাংস্কৃতিক ঐতিহ্য আৰু মন্দিৰ স্থাপত্যৰ বাবে বিখ্যাত। চেন্নাই ভাৰতৰ মটৰগাড়ী উদ্যোগৰ ৰাজধানী। ইয়াত ভাৰতৰ মটৰ গাড়ী উদ্যোগৰ প্ৰায় ৪০% কোম্পানী আছে। ভাৰতত উৎপাদিত গাড়ীৰ এটা প্ৰধান অংশ ইয়াত তৈয়াৰ কৰা হয়। চেন্নাইক দক্ষিণ এছিয়াৰ "ডেট্ৰয়েট" হিচাপেও উল্লেখ কৰা হয়।[6]

চেন্নাইৰ পুৰনা নাম মাদ্ৰাজ আছিল য’ৰ উৎপত্তি মাদ্ৰাজপত্তনম শব্দৰ পৰা হৈছিল। ১৬৩৯ চনত ব্ৰিটিশ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা স্থায়ী উপনিবেশ স্থাপনৰ বাবে মাদ্ৰাজপত্তনমক নিৰ্বাচন কৰে। চেন্নাপত্তনম নামে এখন গাওঁ দক্ষিণত অৱস্থিত আছিল। পৰৱৰ্তীসময়ত এই দুই চহৰ একত্ৰিত কৰা হয় আৰু ব্ৰিটিছসকলৰ পছন্দ অনুসৰি মাদ্ৰাজ নামে পৰিচিত হয়। তথাপিও স্থানীয় কিছুলোকে চহৰখনক চেন্নাপত্তনম বা চেন্নাপুৰি হিচাপে উল্লেখ কৰিছিল।

১৯৯৬ চনৰ আগষ্ট মাহত এই চহৰৰ নাম মাদ্ৰাজৰ পৰা পৰিবৰ্তন কৰি চেন্নাই কৰা হয়,[7]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Who's Who". About Corporation of Chennai. Corporation of Chennai. Archived from the original on 2019-01-07. https://web.archive.org/web/20190107001608/http://www.chennaicorporation.gov.in/about-chennai-corporation/PublicCMSPages.do?do=listWhoswho আহৰণ কৰা হৈছে: 2012-12-28.
  2. "Commissioner of Police". Government of Tamil Nadu. http://www.thehindu.com/news/cities/chennai/article3915661.ece আহৰণ কৰা হৈছে: 2012-12-28.
  3. "Cities with population of 1 Lakh and Above". censusindia.gov.in. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf আহৰণ কৰা হৈছে: 30 January 2014.
  4. "INDIA STATS : Million plus cities in India as per Census 2011". National Informatics CentrePress Information Bureau, Mumbai. http://pibmumbai.gov.in/scripts/detail.asp?releaseId=E2011IS3 আহৰণ কৰা হৈছে: 20 August 2015.
  5. "World Gazetteer: Chennai agglomeration". Archived from the original on 2012-12-09. https://archive.today/20121209042925/http://www.world-gazetteer.com/wg.php?x=&men=gpro&lng=en&dat=32&geo=-104&srt=pnan&col=aohdq&pt=a&va=&geo=-1048954 আহৰণ কৰা হৈছে: 2013-08-17.
  6. "Chennai has the 'potential' to become Detroit of South Asia". দ্য হিন্দু. http://www.hindu.com/2005/07/18/stories/2005071803510600.htm আহৰণ কৰা হৈছে: ২০০৫.
  7. "আৰ্কাইভ কপি". Archived from the original on 2005-08-28. https://web.archive.org/web/20050828090112/http://www.shashitharoor.com/articles/iht/name-game.php আহৰণ কৰা হৈছে: 2013-03-10.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]