সমললৈ যাওক

দৰ্শন ৰাৱল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Darshan Ravalৰ পৰা পুনঃনিৰ্দেশিত)
দৰ্শন ৰাৱল

প্ৰিঞ্চ নাৰুলাৰ সৈতে দৰ্শন (সোঁফালে)
জন্ম ১৮ অক্টোবৰ ১৯৯৪ (বয়স ২৬)
আহমেদাবাদ, গুজৰাট, ভাৰত
নাগৰিকত্ব  ভাৰত
পেচা
  • গায়ক
  • ৰচয়িতা
  • গীতিকাৰ
  • অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১৪-বৰ্তমান
জনা যায় ইণ্ডিয়াছ ৰ' ষ্টাৰ
মুঠ আয় ৪.৮ কোটি ভাৰতীয় টকা [1]
'সঙ্গীত যাত্ৰা'
উৎসস্থান গুজৰাট, ভাৰত
সংগীতৰ ধৰণ
লেবেল

দৰ্শন ৰাৱল (গুজৰাটী: દર્શન રાવલ; জন্ম ১৮ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় গায়ক, ৰচয়িতা, গীতিকাৰ আৰু অভিনেতা। ১৯৯৪ চনৰ ১৮ অক্টোবৰত ভাৰতআহমেদাবাদত তেওঁৰ জন্ম হৈছিল। তেওঁক টেলিভিশ্যনৰ পৰ্দাত প্ৰথমবাৰৰ বাবে ইণ্ডিয়াছ ৰ' ষ্টাৰ নামৰ এটা ৰিয়েলিটী শ্ব'ত দেখা গৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]