ধনতেৰাচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dhanterasৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


ধন ত্ৰয়োদশী
ধন ত্ৰয়োদশী
পালন কৰে হিন্দু
প্ৰকাৰ ধাৰ্মিক, ভাৰত আৰু নেপাল
মহত্ব ধনবানতাৰীৰ পূজা
তাৰিখ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত
২০১৮ৰ তাৰিখ ৫ নবেম্বৰ
মানিবলগা ধাৰ্মিক কাৰ্য্য মূল্যবান ধাতু ক্ৰয় কৰা হয়

ধনতেৰাচ (ইংৰাজীDhanteras) হ'ল হিন্দু সকলৰ উৎসৱ । এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মূহুৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয় ।‌ এই উৎসৱ মূলত উত্তৰ ভাৰতীয় ৷ এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয় ৷ যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে ৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]