আলোক তন্তু


আলোক তন্তু বা আলোক আঁহ (ইংৰাজী: optical fibre) হৈছে, বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ । আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । [1] আলোক তন্তুৰ লগত জড়িত প্ৰায়োগিক বিজ্ঞান আৰু আভিযান্ত্ৰিক বিজ্ঞানৰ শাখাটোক "তন্তু পোহৰবিজ্ঞান" বোলা হয় । মূলতঃ তন্তু পোহৰবিজ্ঞানত যোগাযোগ মাধ্যম হিচাপে ইয়াৰ ব্যৱহাৰ হয়, ইয়াৰ যোগেদি অধিক দূৰলৈ অধিক প্ৰস্থৰ তথ্যৰ পতি (bandwidth) (অধিক হাৰ তথ্য পৰিবহন) পঠিয়াব পাৰি । ধাতৱীয় তাঁৰৰ বিকল্প হিচাপে আলোক তন্তুৰ ব্যৱহাৰ কৰা হয়, ই যোগাযোগ ব্যৱস্থাত তথ্যৰ গুণগত মান হ্ৰাস হোৱা ৰোধ কৰে আৰু তথ্যক বিদ্যুত চুম্বকীয় সমাৰোপনৰ পৰা ৰক্ষা কৰে । তাৰোপৰি আলোক তন্তুক কোনো বিশেষ বস্তুক পোহৰোৱা কাৰ্য আৰু চিত্ৰ পৰিবহনৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰা হয়, আন ব্যৱহাৰ সমূহ হৈছে - চেঞ্চৰ, তন্তু লেজাৰ ইত্যাদি ।

ইতিহাস
[সম্পাদনা কৰক]প্ৰায়োগিক দিশ
[সম্পাদনা কৰক]আলোক তন্তু যোগাযোগ
[সম্পাদনা কৰক]চেঞ্চৰ
[সম্পাদনা কৰক]অন্যান্য
[সম্পাদনা কৰক]মূল নীতি
[সম্পাদনা কৰক]প্ৰতিসৰণাংক
[সম্পাদনা কৰক]পূৰ্ণ প্ৰতিফলন
[সম্পাদনা কৰক]মাল্টি ম’ড তন্তু
[সম্পাদনা কৰক]ম’ন’ ম’ড তন্তু
[সম্পাদনা কৰক]বিশেষ তন্তু
[সম্পাদনা কৰক]তথ্য হ্ৰাস/বিকৃতকৰণ প্ৰক্ৰিয়া
[সম্পাদনা কৰক]পোহৰৰ বিচ্ছুৰণ
[সম্পাদনা কৰক]UV-Vis-IR শোষণ
[সম্পাদনা কৰক]নিৰ্মাণ
[সম্পাদনা কৰক]পদাৰ্থসমূহ
[সম্পাদনা কৰক]চিলিকা
[সম্পাদনা কৰক]ফ্ল’ৰাইড
[সম্পাদনা কৰক]ফছফেট
[সম্পাদনা কৰক]কেলগ’জেনাইড
[সম্পাদনা কৰক]প্ৰক্ৰিয়া
[সম্পাদনা কৰক]লেপন
[সম্পাদনা কৰক]