সমললৈ যাওক

ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Forbes list of billionairesৰ পৰা পুনঃনিৰ্দেশিত)

ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (ইংৰাজী: Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ (ইংৰাজী: Forbes) আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত[1]


প্ৰতীক বিৱৰণ
steady ২০১০ চনৰ প্ৰাপ্ত তালিকাৰ পৰা অৱস্থান বা সম্পদৰ পৰিবৰ্তন হোৱা নাই।
বৃদ্ধি ২০১০ চনৰ তুলনাত অৱস্থান বা সম্পদ বাঢিছে।
decrease ২০১০ চনৰ তুলনাত সম্পদ বা অৱস্থান হ্ৰাস পাইছে।

২০১২ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন

[সম্পাদনা কৰক]
ক্ৰমিক নং নাম মুঠ আয় (USD) বয়স নাগৰিকত্ব সম্পদৰ উৎস
1 steadyকাৰ্লছ শ্লীম$৬৯.০ বিলিয়ন decrease৭২ মেক্সিকোTelmex, América Móvil, Grupo Carso
2 steadyবিল গেটছ$৬১.০ বিলিয়ন বৃদ্ধি৫৬ আমেৰিকা যুক্তৰাষ্ট্ৰMicrosoft
3 steadyৱাৰেন বাফলেট$৪৪.০ বিলিয়ন decrease৮১ আমেৰিকা যুক্তৰাষ্ট্ৰBerkshire Hathaway
4 steadyবাৰ্নাৰ্ড আৰ্নাউল্ট$৪১.০ বিলিয়ন বৃদ্ধি৬৩ ফ্ৰান্সLVMH Moët Hennessy • Louis Vuitton
5 বৃদ্ধিঅৰ্টেগা আমাণিক’$৩৭.৫ বিলিয়ন বৃদ্ধি৭৫ স্পেইনInditex Group
6 decreaseলৰেন্স এল্লিছন$৩৬.০ বিলিয়ন বৃদ্ধি৬৭ আমেৰিকা যুক্তৰাষ্ট্ৰOracle Corporation
7 বৃদ্ধিএইক বটিষ্টা$৩০.০ বিলিয়ন বৃদ্ধি৫৫ ব্ৰাজিলEBX Group
8 বৃদ্ধিষ্টিফেন পাৰচ্চন$২৬.০ বিলিয়ন বৃদ্ধি৬৪ ছুইডেনH&M
9 বৃদ্ধিলি কা-সিং$২৫.৫ বিলিয়ন বৃদ্ধি৮৩ হংকংCheung Kong Holdings
10 বৃদ্ধিকাৰ্ল আলব্ৰেটছ$২৫.৪ বিলিয়ন বৃদ্ধি৯২ জাৰ্মানীAldi

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন

[সম্পাদনা কৰক]

তলৰ তালিকাখন ১০ মাৰ্চ, ২০১১ তাৰিখ পৰ্যন্ত সম্পদ আৰু অৱস্থানৰ ভিত্তিত নিৰুপন কৰা হৈছে। এই বছৰ এই তালিকাত মুঠ ১,২১০ জনৰ নাম লিপিবদ্ধ কৰা হৈছে।[2]

ক্ৰমিক নং নাম সম্পদৰ পৰিমাণ বয়স জন্ম নাগৰিকত্ব বাসস্থান সম্পদৰ উৎস
1 steadyকাৰ্লছ শ্লীম$৭৪.০ বিলিয়ন বৃদ্ধি৭২ মেক্সিকো মেক্সিকো মেক্সিকোটেলমেক্স, আমেৰিকা মবিল, গ্ৰুপো কাৰ্চো
2 steadyবিল গেটচ$৫৬.০ বিলিয়ন বৃদ্ধি৫৬ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰমাইক্ৰ’ছফ্ট
3 steadyৱাৰেন বাফেট$৫০.০ বিলিয়ন বৃদ্ধি৮১ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰবাৰ্কচায়াৰ হাথাৱে
4 বৃদ্ধিবাৰ্নাৰ্ড আৰ্নল্ট$৪১.০ বিলিয়ন বৃদ্ধি৬২ ফ্ৰান্স ফ্ৰান্স ফ্ৰান্সএলভিএমএইচ
5 বৃদ্ধিলৰেন্স এলিচন$৩৯.৫ বিলিয়ন বৃদ্ধি৬৬ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰঅৰেকল কৰ্প’ৰেশ্যন
6 decreaseলক্ষ্মী মিত্তাল$৩১.১ বিলিয়ন বৃদ্ধি৬০ ভাৰত ভাৰত যুক্তৰাজ্যআৰচেলোৰ মিত্তাল
7 বৃদ্ধিআমাকিঅ’ ৱেৰ্তেগা$৩১.০ বিলিয়ন বৃদ্ধি৭৪ স্পেইন স্পেইন স্পেইনইণ্ডিটেক্স গ্ৰুপ
8 steadyএইকে বাতিষ্টা$৩০.০ বিলিয়ন বৃদ্ধি৫৩ ব্ৰাজিল ব্ৰাজিল ব্ৰাজিলইবিএক্স গ্ৰুপ
9 decreaseমুকেশ আম্বানি$২৯.০ বিলিয়ন বৃদ্ধি৫৩ য়েমেন ভাৰত ভাৰতৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ
10 বৃদ্ধিক্ৰিষ্টি ওয়াল্টন$২২.৫ বিলিয়ন বৃদ্ধি৫৫ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৱালমাৰ্ট

২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম বিলয়নাৰসকল

[সম্পাদনা কৰক]

১২ ফেব্ৰুৱাৰী, ২০১০ তাৰিখে প্ৰকাশিত তালিকাত কাৰ্লছ শ্লীম আৰু তেখেতৰ পৰিয়ালে ৬০.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে শীৰ্ষস্থান দখল কৰে। এই বছৰ এই তালিকাত মুঠ ১,০১১ জনৰ নাম লিপিবদ্ধ কৰা হৈছিল।[3] বৰ্তমান শীৰ্ষ ১০ বিলিয়নাৰৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থাকিলেও, শীঘ্ৰেই ভাৰতে এই অৱস্থানকো অতিক্ৰম কৰি যাব পাৰে বুলি ফৰ্বছ আলোচনীয়ে মত পোষণ কৰে[4]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]