মাহ
অৱয়ব
(Full monthৰ পৰা পুনঃনিৰ্দেশিত)
মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।

অসমীয়া বৰ্ষপঞ্জি
[সম্পাদনা কৰক]অসমীয়া বৰ্ষপঞ্জিৰ বৰ্তমান মাহটো:
| March | পুহ | April | ||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ০১ 15 |
০২ 16 |
০৩ 17 |
০৪ 18 |
০৫ 19 |
০৬ 20 |
০৭ 21 |
| ০৮ 22 |
০৯ 23 |
১০ 24 |
১১ 25 |
১২ 26 |
১৩ 27 |
১৪ 28 |
| ১৫ 29 |
১৬ 30 |
১৭ 31 |
১৮ 01 |
১৯ 02 |
২০ 03 |
২১ 04 |
| ২২ 05 |
২৩ 06 |
২৪ 07 |
২৫ 08 |
২৬ 09 |
২৭ 10 |
২৮ 11 |
| ২৯ 12 |
৩০ 13 |
|||||
| ১৪২৬ ভাস্কৰাব্দ | ||||||
অসমীয়া বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:
| # | বৰ্ণানুক্ৰম | চলিত ইংৰাজী মাহ |
|---|---|---|
| ১ | ব'হাগ | এপ্ৰিল- মে |
| ২ | জেঠ | মে- জুন |
| ৩ | আহাৰ | জুন- জুলাই |
| ৪ | শাওণ | জুলাই- আগষ্ট |
| ৫ | ভাদ | আগষ্ট - ছেপ্টেম্বৰ |
| ৬ | আহিন | ছেপ্টেম্বৰ - অক্টোবৰ |
| ৭ | কাতি | অক্টোবৰ - নৱেম্বৰ |
| ৮ | আঘোণ | নৱেম্বৰ - ডিচেম্বৰ |
| ৯ | পুহ | ডিচেম্বৰ - জানুৱাৰী |
| ১০ | মাঘ | জানুৱাৰী - ফেব্ৰুৱাৰী |
| ১১ | ফাগুন | ফেব্ৰুৱাৰী - মাৰ্চ |
| ১২ | চ’ত |
মাৰ্চ- এপ্ৰিল |
আহোম বৰ্ষপঞ্জি
[সম্পাদনা কৰক]আহোম বৰ্ষপঞ্জিত মাহ সমূহক ডু'ন বুলি কোৱা হয়। লাক-নি প্ৰথাত মুঠ ১২টা মাহ থাকে।[1]টাই আহোম নববৰ্ষৰ প্ৰথমটো মাহৰ নাম ডু'ন-চিঙ।[2] এই মাহ ইংৰাজী নৱেম্বৰ-ডিচেম্বৰ মাহত পৰে।
| ক্ৰমিক | অসমীয়া লিপিত | টাই-আহোম লিপিত | ইংৰাজী মাহ |
|---|---|---|---|
| ১ | ডু'ন-চিঙ | 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜂𑜫 | নৱেম্বৰ-ডিচেম্বৰ |
| ২ | ডু'ন-কাম | 𑜓𑜢𑜤𑜃𑜫 𑜀𑜪 | ডিচেম্বৰ-জানুৱাৰী |
| ৩ | ডু'ন-ছাম | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜪 | জানুৱাৰী-ফেব্ৰুৱাৰী |
| ৪ | ডু'ন-ছি | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢 | ফেব্ৰুৱাৰী-মাৰ্চ |
| ৫ | ডু'ন-হা | 𑜓𑜢𑜤𑜃𑜫 𑜑𑜡 | মাৰ্চ-এপ্ৰিল |
| ৬ | ডু'ন-ৰুক | 𑜓𑜢𑜤𑜃𑜫 𑜍𑜤𑜀𑜫 | এপ্ৰিল-মে' |
| ৭ | ডু'ন-চিত | 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜄𑜫 | মে'-জুন |
| ৮ | ডু'ন-পেট | 𑜓𑜢𑜤𑜃𑜫 𑜆𑜢𑜤𑜄𑜫 | জুন-জুলাই |
| ৯ | ডু'ন-কাও | 𑜓𑜢𑜤𑜃𑜫 𑜀𑜰𑜫 | জুলাই-আগষ্ট |
| ১০ | ডু'ন-ছিপ | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 | আগষ্ট-ছেপ্টেম্বৰ |
| ১১ | ডু'ন-ছিপ-ইট | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜒𑜪𑜄𑜫 | ছেপ্টেম্বৰ-অক্টোবৰ |
| ১২ | ডু'ন-ছিপ-ছং | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜁 | অক্টোবৰ-নবেম্বৰ |
ইছলামিক বৰ্ষপঞ্জি
[সম্পাদনা কৰক]ইছলামিক বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :
| # | বৰ্ণানুক্ৰম | দিন | আৰবী |
|---|---|---|---|
| ১ | মুহৰম | ৩০ দিন | محرّم |
| ২ | সফৰ | ২৯ দিন | صفر |
| ৩ | ৰবিউল আউয়াল | ৩০ দিন | ربيع الأول |
| ৪ | ৰবিউস সানি | ২৯ দিন | ربيع الآخر أو ربيع الثاني |
| ৫ | জমাদিউল আউয়াল | ৩০ দিন | جمادى الأول |
| ৬ | জমাদিউস সানি | ২৯ দিন | جمادى الآخر أو جمادى الثاني |
| ৭ | ৰজব | ৩০ দিন | رجب |
| ৮ | শা'বান | ২৯ দিন | شعبان |
| ৯ | ৰমজান | ৩০ দিন | رمضان |
| ১০ | শাওয়াল | ২৯ দিন | شوّال |
| ১১ | জ্বিলকদ | ৩০ দিন | ذو القعدة |
| ১২ | জ্বিলহজ্জ | ২৯ দিন অথবা ৩০ দিন | ذو الحجة |
জুলিয়ান আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জি
[সম্পাদনা কৰক]| # | বৰ্ণানুক্ৰম | দিন |
|---|---|---|
| ১ | জানুৱাৰী | ৩১ দিন |
| ২ | ফেব্ৰুৱাৰী | ২৮ দিন, ২৯ দিন লিপ ইয়েৰ |
| ৩ | মাৰ্চ | ৩১ দিন |
| ৪ | এপ্ৰিল | ৩০ দিন |
| ৫ | মে' | ৩১ দিন |
| ৬ | জুন | ৩০ দিন |
| ৭ | জুলাই | ৩১ দিন |
| ৮ | আগষ্ট | ৩১ দিন |
| ৯ | ছেপ্টেম্বৰ | ৩০ দিন |
| ১০ | অক্টোবৰ | ৩১ দিন |
| ১১ | নৱেম্বৰ | ৩০ দিন |
| ১২ | ডিছেম্বৰ | ৩১ দিন |
বঙালী/হিন্দু বৰ্ষপঞ্জি
[সম্পাদনা কৰক]বাংলা বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :
| # | বৰ্ণানুক্ৰম | দিন | |
|---|---|---|---|
| ১ | বৈশাখ | ৩০ দিন | |
| ২ | জ্যৈষ্ঠ | ৩১ দিন | |
| ৩ | আষাঢ় | ৩১ দিন | |
| ৪ | শ্ৰাবণ | ৩১ দিন | |
| ৫ | ভাদ্ৰ | ৩১ দিন | |
| ৬ | আশ্বিন | ৩০ দিন | |
| ৭ | কাৰ্তিক | ২৯ দিন | |
| ৮ | অগ্ৰহায়ণ | ২৯ দিন | |
| ৯ | পৌষ | ২৯ দিন | |
| ১০ | মাঘ | ২৯ দিন | |
| ১১ | ফাল্গুন | ২৯ দিন | |
| ১২ | চৈত্ৰ | ৩০ দিন |
তামিলসকলৰ মাহবোৰ
[সম্পাদনা কৰক]তামিল বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :
| # | বৰ্ণানুক্ৰম | |
|---|---|---|
| ১ | চিতিৰাই | |
| ২ | ভাইকাচি | |
| ৩ | আনি় | |
| ৪ | আদি | |
| ৫ | আভানি | |
| ৬ | পুৰৰাথিচি | |
| ৭ | আইয়পাচি | |
| ৮ | কাৰথিগাই | |
| ৯ | মাৰগাযহি | |
| ১০ | থাই | |
| ১১ | মাচি | |
| ১২ | পাঙ্গুনি |
সিংহলি বৰ্ষপঞ্জি
[সম্পাদনা কৰক]সিংহলি বৰ্ষপঞ্জিৰ শ্ৰীলঙ্কাত প্ৰচলিত। সিংহলি বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :
| # | বৰ্ণানুক্ৰম | |
|---|---|---|
| ১ | ভেসাক | |
| ২ | পসন | |
| ৩ | এসাল | |
| ৪ | নিকিন | |
| ৫ | বিনাৰ | |
| ৬ | ভাপ | |
| ৭ | ইল | |
| ৮ | অন্দুভাপ | |
| ৯ | দুৰুথ | |
| ১০ | নাভাম | |
| ১১ | মেদিন | |
| ১২ | বাক |
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ (Phukan Baruah 1964:193)
- ↑ (Phukan Baruah 1964:193)
উৎস প্ৰসংগ
[সম্পাদনা কৰক]- Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies. https://books.google.co.in/books/about/Ahom_Lexicons.html?id=MfqkboCUdzwC&redir_esc=y.
| ||||||||||
