সমললৈ যাওক

গংগা (১৯৬০ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ganga (1960 film)ৰ পৰা পুনঃনিৰ্দেশিত)
গংগা

ডিভিডি কভাৰ
পৰিচালক ৰাজেন তৰফদাৰ
সংগীত পৰিচালক সলীল চৌধুৰী
মুক্তি
১৭ নৱেম্বৰ ১৯৬০ (1960-11-17)
দেশ ভাৰত
ভাষা বঙালী

গংগা (ইংৰাজী: Ganga) ১৯৬০ চনৰ ৰাজেন তৰফদাৰৰ পৰিচালনাত নিৰ্মিত এখন বঙালী নাট্যধৰ্মী ছবি। [1] এই ছবিখনত নদীয়ালসকলৰ জীৱনৰ বৰ্ণনা কৰা হৈছে। [2] ১৯৪৬ চনত প্ৰকাশ পোৱা সমৰেশ বসুৰ [3] একে নামৰ উপন্যাসখনৰ আধাৰিত এই ছবিখন চিনে আৰ্ট প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। [4] ছবিখনৰ সংগীত সলিল চৌধুৰীয়ে ৰচনা কৰিছে। [5] মুখ্য ভূমিকাত অভিনয় কৰিছে জ্ঞানেশ মুখাৰ্জী, নিৰঞ্জন ৰায়, সন্ধ্যা ৰায় আৰু ৰুমা গুহ ঠাকুৰতাই।

১৯৬০ চনৰ ১৭ নৱেম্বৰত মুক্তি পোৱা ছবিখনে অষ্টম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে। [6]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • জ্ঞানেশ মুখাৰ্জী
  • সন্ধ্যা ৰায়
  • ৰুমা গুহ ঠাকুৰতা
  • মণি শ্ৰীমণি
  • নিৰঞ্জন ৰায়
  • সীতা মুখোপাধ্যায়
  • মহম্মদ ইজৰাইল
  • নমিতা সিংহ
  • সুমনা ভট্টাচাৰ্য
  • সুৰুচি সেনগুপ্ত
অষ্টম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬০)
  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Bimal Mukherjee; Sunil Kothari; Ananda Lal; Chidananda Das Gupta; Anamika Kala Sangam (1995). Rasa: Theatre and cinema. Anamika Kala Sangam. পৃষ্ঠা. 252. https://books.google.com/books?id=uwFlAAAAMAAJ.
  2. Kironmoy Raha; Nandan (Organization : Calcutta, India) (1991). Bengali cinema. Nandan. পৃষ্ঠা. 61. https://books.google.com/books?id=DIJZAAAAMAAJ.
  3. Basu, Samaresh (1946). Ganga গঙ্গা. http://archive.org/details/dli.bengal.10689.6657.
  4. "GANGA (1960)". BFI. https://www2.bfi.org.uk/films-tv-people/4ce2b6aad00b7 আহৰণ কৰা হৈছে: 2021-12-26.
  5. "Ganga 1960 movie". Gomolo. Archived from the original on 4 September 2018. https://web.archive.org/web/20180904142013/http://www.gomolo.com/ganga-movie/13754 আহৰণ কৰা হৈছে: 22 December 2012.
  6. "8th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm8thNFAAward.aspx আহৰণ কৰা হৈছে: 7 September 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]