সমললৈ যাওক

গুজৰাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Gujeratৰ পৰা পুনঃনিৰ্দেশিত)
গুজৰাট
ગુજરાત
ভাৰতীয় ৰাজ্য
ঘড়ীৰ কাটাৰ দিশত: গুজৰাট উচ্চতৰ ন্যায়ালয়, দ্বাৰকা বীচ, লক্ষ্মীবিলাস প্ৰসাদ, Kankaria Lakefront, গান্ধী আশ্ৰম, Salt Desert of Kutch.
ঘড়ীৰ কাটাৰ দিশত: গুজৰাট উচ্চতৰ ন্যায়ালয়, দ্বাৰকা বীচ, লক্ষ্মীবিলাস প্ৰসাদ, Kankaria Lakefront, গান্ধী আশ্ৰম, Salt Desert of Kutch.
গুজৰাটৰ আনুষ্ঠানিক মোহৰ
ভাৰতত গুজৰাট (ৰঙা অংশ)
ভাৰতত গুজৰাট (ৰঙা অংশ)
গুজৰাটৰ ভূচিত্ৰ
গুজৰাটৰ ভূচিত্ৰ
Country  ভাৰত
প্ৰতিষ্ঠিত ১ মে' ১৯৬০
ৰাজধানী চহৰ গান্ধীনগৰ
জিলা ৩৩
চৰকাৰ
  গভাৰ্ণৰ ওম প্ৰকাশ কহলী
  মুখ্যমন্ত্ৰী আনন্দিবেন পটেল
  Legislature Unicameral (১৮২ চীট)
  Parliamentary constituency 26 (SC-2,ST-4)
  উচ্চতৰ ন্যায়ালয় গুজৰাট উচ্চতৰ ন্যায়ালয়
কালি
  মুঠ
১৯৬০২৪ বৰ্গকিমি (৭৫,৬৮৫ বৰ্গমাইল)
  স্থান ৬ষ্ঠ
জনসংখ্যা
 (২০১১)
  মুঠ
৬,০৪,৩৯,৬৯২
  স্থান ৯ম
  ঘনত্ব ৩১০/বৰ্গকিমি (৮০০/বৰ্গমাইল)

গুজৰাট (গুজৰাটী: ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য[1]। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।

সধাৰণ তথ্য

[সম্পাদনা কৰক]

গুজৰাটৰ ক্ষেত্ৰফল ১৯৬০২৪ বৰ্গ কিলোমিটাৰ।[2] এই ৰাজ্যত ৬৩৮৯১৩০৩ জন মানুহে বসবাস কৰে[3]

বুৰঞ্জী

[সম্পাদনা কৰক]
শ্ৰী কৃষ্ণ

হিন্দু বিশ্বাসৰ মতে শ্ৰীকৃষ্ণ আৰু তেওঁৰ ভ্ৰাতৃ বলৰামে তেওঁলোকক দ্বাৰকাত প্ৰতিষ্ঠা কৰিছিল, তেওঁলোক আছিল যাদৱ বংশৰ।[4] মৌৰ্য্য, গুপ্ত, চালুক্য, প্ৰতিহাৰা আদি উল্লেখনীয় ৰাজবংশ।[5] পাৰ্চী সকল ইৰানৰ পৰা ৮ম শতিকাত পলাই গুজৰাটলৈ আহে পবিত্ৰ শিখা লৈ যি এতিয়াও ভলসদত জ্বলি আছে।[6] মুছলমানসকলৰ প্ৰভাৱ এতিয়াও গুজৰাটৰ কলা-সংস্কৃতিত দেখা যায়। পৰ্তুগীজ সকল গুজৰাটলৈ অহা প্ৰথম ইউৰোপীয় লোক। তেওঁলোকে আহি সৌৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলৰ দিউ দ্বীপত বাহৰ পাতে।[7] তাৰ পিছত আহে ইংৰাজ সকল ১৬১২ চনত। তেওঁলোকে চুৰট নামৰ ঠাইত ব্যৱসায় কৰে। ইংৰাজ সকলৰ তলত থাকোঁতে গুজৰাট 'বম্বে প্ৰদেশ'ৰ অংশ আছিল।[8] কিন্তু ১৯৬০ চনত 'গুজৰাটী' লোক সকলে সেই প্ৰদেশৰ পৰা বেলেগ হোৱাৰ সিদ্ধান্ত লয় আৰু বম্বে ২ ৰাজ্য 'গুজৰাট' আৰু 'মহাৰাষ্ট্ৰ'ত বিভক্ত হয়।[9] গুজৰাট এতিয়া ভাৰতৰ আগশাৰীৰ ঔদ্যোগিকৃত ৰাজ্যৰ ভিতৰত অন্যতম। গুজৰাটত বৰ্তমান প্ৰায় ১৫০০ বৃহৎ আৰু মাজু আকাৰৰ উদ্যোগ আৰু প্ৰায় ১৮৪১১৯ সৰু উদ্যোগ আছে।[10]

গুজৰাট নাম গুজ্জৰ নামৰ জনজাতিৰ পৰা অহা। গুজ্জৰ সকলৰ ঠাইক গুজ্জৰ ৰাষ্ট্ৰ বোলা হৈছিলে আৰু সেই গুজ্জৰ ৰাষ্ট্ৰৰ পৰাই গুজৰাট শব্দ আহিল। গুজ্জৰ সকল ৫ম শতাব্দীত হানসকলৰ পৰা পলাই গুজৰাটলৈ আহিছিল।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://gk-2008.blogspot.in/2007/12/indian-geography.html
  2. http://www.mapsofindia.com/gujarat/geography/area.html
  3. http://www.indiaonlinepages.com/population/gujarat-population.html
  4. "আৰ্কাইভ কপি". Archived from the original on 2015-02-16. https://web.archive.org/web/20150216032158/http://gujarat4u.com/about/historyofgujarat1.htm আহৰণ কৰা হৈছে: 2014-08-24.
  5. "আৰ্কাইভ কপি". Archived from the original on 2015-02-16. https://web.archive.org/web/20150216032158/http://gujarat4u.com/about/historyofgujarat1.htm আহৰণ কৰা হৈছে: 2014-08-24.
  6. "আৰ্কাইভ কপি". Archived from the original on 2015-02-16. https://web.archive.org/web/20150216032158/http://gujarat4u.com/about/historyofgujarat1.htm আহৰণ কৰা হৈছে: 2014-08-24.
  7. "আৰ্কাইভ কপি". Archived from the original on 2015-02-16. https://web.archive.org/web/20150216032158/http://gujarat4u.com/about/historyofgujarat1.htm আহৰণ কৰা হৈছে: 2014-08-24.
  8. "আৰ্কাইভ কপি". Archived from the original on 2015-02-16. https://web.archive.org/web/20150216032158/http://gujarat4u.com/about/historyofgujarat1.htm আহৰণ কৰা হৈছে: 2014-08-24.
  9. http://www.gujarat4u.com/about/historyofgujarat1.htm Archived 2015-02-16 at the Wayback Machine 4th paragraph
  10. http://www.gujarat4u.com/about/historyofgujarat1.htm Archived 2015-02-16 at the Wayback Machine 9th paragraph
  11. http://www.gujarat4u.com/about/historyofgujarat1.htm Archived 2015-02-16 at the Wayback Machine 6th paragraph