সমললৈ যাওক

আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(IPAৰ পৰা পুনঃনিৰ্দেশিত)
আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা

"IPA" in IPA ([aɪ pʰiː eɪ])
প্ৰকাৰ বৰ্ণমালা – আংশিকভাৱে বৈশিষ্ট্যপূৰ্ণ
ভাষা যিকোনো ভাষাৰ ধ্বনিগত আৰু বৰ্ণবিজ্ঞানৰ প্ৰতিলেখন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়
সময় ১৮৮৮ ৰ পৰা
মাতৃ লিপি
The official chart of the IPA, revised in 2020

আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা বা আই-পি-এ (ইংৰাজী: International Phonetic Alphabet) এটা ধ্বনিবিজ্ঞানৰ সংকেতৰ বৰ্ণমালা পদ্ধতি যি প্ৰধানকৈ লেটিন লিপিৰ আধাৰত নিৰ্মিত। ইয়াক ১৯ শতিকাৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় ধ্বনি সংস্থাই লিখিত ৰূপত বাক্যৰ শব্দৰ মানক উপস্থাপন হিচাপে উদ্ভাৱন কৰিছিল।[1] আই-পি-এ অভিধানপ্ৰণেতা, বিদেশী ভাষাৰ ছাত্ৰ আৰু শিক্ষক, ভাষাবৈজ্ঞানিক, বাক–ভাষা, বাকচিকিৎসক, গায়ক, অভিনেতা, নিৰ্মিত ভাষা সৃষ্টিকৰ্তা আৰু অনুবাদকসকলে ব্যৱহাৰ কৰে।[2][3]

অসমীয়া বৰ্ণমালা আৰু আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা

[সম্পাদনা কৰক]

স্বৰমালা

[সম্পাদনা কৰক]
আখৰআখৰটোৰ নামক /[kɔ]/-অৰ সৈতে স্বৰবৰ্ণ চিহ্নচিহ্নটোৰ নামIPA
/ɔ/, //
'উৰ্ধ কমা (ক') /ko/
কা আ-কাৰ/ka/
হ্ৰস্ব ইকি হ্ৰস্ব ই-কাৰ/ki/
দীৰ্ঘ ইকী দীৰ্ঘ ঈ-কাৰ/ki/
হ্ৰস্ব উকু হ্ৰস্ব উ-কাৰ/ku/
দীৰ্ঘ উকূ দীৰ্ঘ ঊ-কাৰ/ku/
ৰিকৃ ঋ-কাৰ/kri/
কে এ-কাৰ// and /ke/
অ'ইকৈ ঐ-কাৰ/kɔi/
কো ও-কাৰ//
অ'উকৌ ঔ-কাৰ/kɔw/

ব্যঞ্জনমালা

[সম্পাদনা কৰক]
আখৰআখৰটোৰ নামIPA
/k/
//
/ɡ/
/ɡʱ/
/ŋ/
প্ৰথম চ/s/
দ্বিতীয় চ/s/
বৰ্গীয় জ/z/
/zh/
/j/
মূৰ্ধন্য ট/t/
মূৰ্ধন্য ঠ//
মূৰ্ধন্য ড/d/
মূৰ্ধন্য ঢ//
মূৰ্ধন্য ণ/n/
দন্ত্য ত/t/
দন্ত্য থ//
দন্ত্য দ/d/
দন্ত্য ধ//
দন্ত্য ন/n/
/p/
//
/b/
//
/m/
অন্তঃস্থ য/z/
/ɹ
/l/
ওঅ ব/w/
তালব্য শ/x/~/s/
মূৰ্ধন্য ষ/x/~/s/
দন্ত্য স/x/~/s/
/h/
ক্ষ/kʰj/
ড়ডৰে ৰ/ɾ/
ঢ়ঢৰে ৰ/ɾ/
য়অন্তঃস্থ য়/j/
হসন্ত ত (খণ্ড ত)
অনুস্বৰ
বিসৰ্গ
চন্দ্ৰবিন্দু

অধিক পঢ়ক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. International Phonetic Association (IPA), Handbook.
  2. MacMahon, Michael K. C. (1996). "Phonetic Notation". In P. T. Daniels. The World's Writing Systems. প্ৰকাশক New York: Oxford University Press. পৃষ্ঠা. 821–846. ISBN 0-19-507993-0. https://archive.org/details/isbn_9780195079937/page/821.
  3. Wall, Joan (1989). International Phonetic Alphabet for Singers: A Manual for English and Foreign Language Diction. Pst. ISBN 1-877761-50-8.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]