সমললৈ যাওক

ইংগা (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Inga (book)ৰ পৰা পুনঃনিৰ্দেশিত)
ইংগা  
Inga book cover.png
লেখক পইলে সে‍নগুপ্ত
দেশ ভাৰত
ভাষা ইংৰাজী
প্ৰকাৰ উপন্যাস
মিডিয়া প্ৰকাৰ ছপা, ই-বুক
পৃষ্ঠা সংখ্যা ৩১৫
আই.এচ.বি.এন. 978-93-84030-64-3

ইংগা (ইংৰাজী: Inga; ২০১৪) হৈছে পইলে সে‍নগুপ্তৰ দ্বাৰা ৰচিত এখন ভাৰতীয় ইংৰাজী উপন্যাস। উপন্যাসখনৰ কাহিনীটো তামিল ব্ৰাহ্মণ নাৰী ৰাপাৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আধাৰিত।[1][2]

সেনগুপ্ত মূলতঃ এজন নাট্যকাৰ আৰু এজন থিয়েটাৰ ব্যক্তিত্ব হিচাপে পৰিচিত। "ইংগা" আছিল তেওঁৰ প্ৰথম উপন্যাস ২০১৪ চনৰ ৩০ অক্টোবৰত ভাৰতৰ বাংগালোৰত এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।[1]

ৰাপাৰ জন্ম দিল্লীত আৰু আৰু লালন-পালন হৈছিল দিল্লীতে‍। শিক্ষা জীৱনত তাই বিদেশী (ইংৰাজী) সাহিত্যৰ সৈতে পৰিচয় হয়, যিটোক তাই "আকৰ্ষণীয়" বুলি বিবেচনা কৰে।

এই কিতাপখন ২০১৪ চনৰ ৩০ অক্টোবৰত ভাৰতৰ বাংগালোৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল। এই অনুষ্ঠানতে‍ ভাৰতীয় লেখক শশী দেশপাণ্ডেই কিতাপখন উন্মোচন কৰে আৰু ইউনেস্কোৰ প্ৰাক্তন ৰাষ্ট্ৰদূত চিৰঞ্জীৱ সিঙে প্ৰথম প্ৰতিলিপিটো গ্ৰহণ কৰে। [3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 . 24 October 2014. 
  2. "Inga book". Crossword. Archived from the original on 26 October 2014. https://web.archive.org/web/20141026085025/http://www.crossword.in/books/inga/p-books-9789384030643.html। আহৰণ কৰা হৈছে: 26 October 2014. 
  3. "Book launch Inga". http://bangalore.afindia.org/events/book-launch-inga-by-poile-sengupta/। আহৰণ কৰা হৈছে: 26 October 2014.