সমললৈ যাওক

জাপান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Japangৰ পৰা পুনঃনিৰ্দেশিত)


জাপান
日本国
নিপ্পন-ককু বা নিহন-ককু
Flag of জাপান
Flag
ইম্পেৰিয়েল মোহৰ of জাপান
ইম্পেৰিয়েল মোহৰ
Anthem: কিমিগায়’  (君が代)
সাম্ৰাজ্যৰ ৰাজত্ব
জাপান চৰকাৰৰ মোহৰ
  • জাপান চৰকাৰৰ মোহৰ
Location of জাপান
ৰাজধানীটকিঅ'
Largest cityট’কিঅ
Official languagesজাপানী
Governmentসাংবিধানিক ৰাজতন্ত্ৰ
Naruhito
শ্বিঞ্জ’ও আবে
গঠন
• জাতীয় ভিত্তি দিন
১১ ফেব্ৰুৱাৰী, ৬৬০ খ্ৰীষ্টপূৰ্বাব্দ
নৱেম্বৰ ২৯ ১৮৯০
মে’ ৩ ১৯৪৭
এপ্ৰিল ২৮ ১৯৫২
• Water (%)
০.৮
Population
• ২০০৭ estimate
১২৭,৪৩৩,৪৯৪ (১০ম)
• ২০০৪ census
১২৭,৩৩৩,০০২
GDP (PPP)২০০৬ estimate
• Total
$৪.২২০ ট্ৰিলিয়ন (৩য়)
• Per capita
$৩৩,১০০ (১২তম)
GDP (nominal)২০০৬ estimate
• Total
$৪.৯১১ ট্ৰিলিয়ন (২য়)
• Per capita
$৩৮,৩৪১ (১৪তম)
HDI (২০১৪)বৃদ্ধি ০.৮৯০
Error: Invalid HDI value (১৭)
Currencyয়েন (¥/円) (JPY)
Time zoneUTC+৯ (জাপান মান সময়)
Calling code+৮১
Internet TLD.jp

জাপান (আই.পি.এ: zapan) (জাপানী: 日本 নিপ্পন) এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হোক্কাইডো, কিয়ুছু আৰু ছিক’কু। ইয়াৰ উপৰিও জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহ’ন বা নিপ্প’ন বোলে , যাৰ অৰ্থ "সূৰ্যৰ উৎস"। জাপান চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলিয়েই এই নাম ৰখা হৈছিল। ইংৰাজীত জাপানক "land of the rising sun" অৰ্থাৎ "সূৰ্যোদয়ৰ দেশ"ও বোলা হয়। টকিঅ' জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী।




তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

আৰু চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]