সমললৈ যাওক

খৰিকা লতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Jasminum coarctatumৰ পৰা পুনঃনিৰ্দেশিত)
Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।


খৰিকা লতা
খৰিকা লতা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Oleaceae
গণ: Jasminum
প্ৰজাতি: J. coarctatum
বৈজ্ঞানিক নাম
Jasminum coarctatum
Roxb.

খৰিকা লতা (বৈজ্ঞানিক নাম: Jasminum coarctatum) হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]