সমললৈ যাওক

পাস্কেলৰ ত্ৰিভুজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Khayyam triangleৰ পৰা পুনঃনিৰ্দেশিত)


পাস্কেলৰ ত্ৰিভুজ হ’ল এটা গাণিতিক ত্ৰিভুজ। এই ত্ৰিভুজটো এজন ফ্ৰান্সদেশৰ গণিতজ্ঞ ব্লেইজ পাস্কেলৰ নামেৰে নামাকৰণ কৰা হৈছে। এই ত্ৰিভুজৰ সহায়ত কিছুমান গণিতীয় সমাধান কৰিব পাৰি।

পাস্কেলৰ ত্ৰিভুজৰ প্ৰথম ছটা শাৰী



তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]