সমললৈ যাওক

থাইলেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Kingdom of the Thaiৰ পৰা পুনঃনিৰ্দেশিত)
কিংডম অৱ থাইলেণ্ড
ราชอาณาจักรไทย
Ratcha Anachak Thai
Flag of থাইলেণ্ড
Flag
Emblem of থাইলেণ্ড
Emblem
Motto: 
(বেচৰকাৰী) ชาติ ศาสนา พระมหากษัตริย์
চাত, ছাছানা, ফ্ৰা মাহা কাছাত
"ৰাষ্ট্ৰ, ধৰ্ম, ৰজা"
Anthem: ফলাং চাত থাই
থাই ৰাষ্ট্ৰীয় সঙ্গীত (instrumental)
Royal anthem: থাই ৰাজকীয় সঙ্গীত:ছানচয়েন ফ্ৰা বাৰেমি
তেওঁৰ খ্যাতিক মহিমামণ্ডিত কৰক
ASEAN (ডাঠ সেউজীয়া) আৰু এচিয়াত (পাতল সেউজীয়া) থাইলেণ্ডৰ অৱস্থান
ASEAN (ডাঠ সেউজীয়া) আৰু এচিয়াত (পাতল সেউজীয়া) থাইলেণ্ডৰ অৱস্থান
Location of থাইলেণ্ড
ৰাজধানীবেংকক
Largest cityৰাজধানী
Official languagesথাই[1]
চৰকাৰী লিপিথাই বৰ্ণমালা
Ethnic groups
(2009[2])
ধৰ্ম
Buddhism
DemonymThai
GovernmentConstitutional monarchy administered by military junta
• Monarch
Bhumibol Adulyadej
Prayut Chan-o-cha
LegislatureNational Assembly (unelected)
গঠন
1238–1448
1351–1767
1768–1782
6 April 1782
24 June 1932
22 July 2014
Area
• Total
5,13,120 বৰ্গ কি.মি. (1,98,120 বৰ্গ মাইল) (51st)
• Water (%)
0.4 (2,230 km2)
Population
• 2013 estimate
66,720,153[6] (20th)
• 2010 census
64,785,909[7]
• Density
132.1 /কিমি (342.1 /বৰ্গ মাইল) (88th)
GDP (PPP)2013 estimate
• Total
$964.500 billion[8]
• Per capita
US$14,136[8]
GDP (nominal)2013 estimate
• Total
US$387.253 billion[8]
• Per capita
US$5,675[8]
Gini (2010)42.5[9]
medium inequality
HDI (2013)steady 0.722[10]
high (89th)
CurrencyBaht (฿) (THB)
Time zoneUTC+7 (ICT)
Calling code+66
Internet TLD

থাইলেণ্ড (/ˈtlænd/ ty-land বা /ˈtlənd/ ty-lənd; [11] থাই: ประเทศไทย), চৰকাৰী নাম Kingdom of Thailand (থাই: ราชอาณาจักรไทย; ), সাধাৰণতে চিয়াম দেশ বুলি কোৱা হয় (থাই: สยาม), দক্ষিণপূৱ এচিয়াৰ এখন দেশ। ইয়াৰ উত্তৰে মানদেশ আৰু লাউচ, পূৱত লাউচ আৰু কম্বোডিয়া, দক্ষিণে থাইলেণ্ড উপসাগৰ আৰু মালয়েছিয়া, আৰু পশ্চিমত আন্দামান সাগৰ আছে।

থাই লোকসকল ষষ্ঠ শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰত দক্ষিণ-পশ্চিম চীনৰ পৰা দক্ষিণ-পূব এছিয়াৰ মূল ভূখণ্ডলৈ প্ৰব্ৰজন কৰিছিল। মন, খে‍মৰ সাম্ৰাজ্য, মালয় ৰাজ্যৰ দৰে ভাৰতীয়কৃত ৰাজ্যই এই অঞ্চলত শাসন কৰিছিল, থাইলেণ্ডৰ এনগোয়েনিয়াং, সুখোথাই, লান না, আয়ুথায়া ৰাজ্যৰ সৈতেও প্ৰতিযোগিতা কৰিছিল, এইবোৰেও ইটোৱে সিটোৰ সৈতে‍ প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১৫১১ চনত আয়ুথায়ালৈ পৰ্তুগীজ কূটনৈতিক অভিযানৰ জৰিয়তে ইউৰোপীয় সংস্পৰ্শ আৰম্ভ হয় আৰু ১৫ শতিকাৰ শেষৰ ফালে ই আঞ্চলিক শক্তিত পৰিণত হয়। ১৯৭০ আৰু নব্বৈৰ দশকৰ মাজভাগত সংসদীয় গণতন্ত্ৰৰ চমু সময়ৰ বাহিৰেও থাইলেণ্ডে সময়ে সময়ে গণতন্ত্ৰ আৰু সামৰিক শাসনৰ মাজেৰে‍ পৰ্যায়ক্ৰমে আগবাঢি় গৈছে।

থাইলেণ্ড বিশ্ব পৰিক্ৰমাত মধ্য শক্তি আৰু আছিয়ানৰ প্ৰতিষ্ঠাপক সদস্য। দক্ষিণ-পূব এছিয়াৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি আৰু পিপিপিৰ দ্বাৰা বিশ্বৰ ২৩ বৃহত্তম, আৰু নামমাত্ৰ জিপিডিৰ দ্বাৰা ইয়াৰ স্থান ২৯ নম্বৰত। থাইলেণ্ডক নতুন ঔদ্যোগিক অৰ্থনীতিৰ দেশ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, য'ত উৎপাদন, কৃষি, আৰু পৰ্যটনক আগশাৰীৰ খণ্ড হিচাপে গণ্য কৰা হৈছে।[12][13]

ব্যুৎপত্তিগত অৰ্থ

[সম্পাদনা কৰক]

থাইলেণ্ডক ১৯৩৯ চনৰ আগলৈকে বাহিৰৰ লোকে চিয়াম নামেৰে জান‍িছিল। জৰ্জ ক'ডেছৰ মতে থাই (ไทย) শব্দটোৰ অৰ্থ থাই ভাষাত 'মুক্ত মানুহ', "থাই সমাজত দাস হিচাপে সামৰি লোৱা স্থানীয় লোকসকলৰ পৰা থাইসকলক পৃথক কৰা।" [14] চিট ফুমিছাকৰ মতে থাই (ไท)ৰ অৰ্থ কেৱল ‘মানুহ’ বা ‘মানুহ’; তেওঁৰ তদন্তত দেখা গৈছে যে কিছুমান গ্ৰাম্য অঞ্চলত মানুহৰ বাবে সাধাৰণ থাই শব্দ খোন (คน)ৰ পৰিৱৰ্তে "থাই" শব্দটো ব্যৱহাৰ কৰা হৈছিল।[15] মিচেল ফাৰ্লাছৰ মতে থাই-টাই (বা থাই-টাই) নৃতাত্ত্বিক নাম *k(ə)ri: 'মানুহ'ৰ পৰাই বিকশিত হোৱা।[16] পূৰ্বৰ সিয়াম নামটোৰ উৎপত্তি হয়তো সংস্কৃত শ্যাম (শ্যামা, 'অন্ধকাৰ') বা মন (rhmañña,'অচিনাকি')ৰ পৰাই হ'ব পাৰে, সম্ভৱতঃ শন আৰু অসমৰ মূল একেটা।[17] শ্যাম শব্দটো সম্ভৱতঃ প্ৰকৃত উৎপত্তি নহয়, বৰঞ্চ ইয়াৰ সঠিক, মৌলিক অৰ্থৰ পৰা পূৰ্ব-নিৰ্ধাৰিত বিচ্যুতি। আন এটা তত্ত্ব মতে‍ চীনাসকলে এই অঞ্চলটোক ‘জিয়ান’ বুলি কোৱাৰ পৰাই এই নামটো উদ্ভৱ হৈছে। ৰজা মংকুটৰ (মৃত্যু ১৮৫১–১৮৬৮) স্বাক্ষৰত লিখা আছে SPPM (সোমডেট ফ্ৰা পোৰামেন্থ্ৰা মহা) মংকুট ৰেক্স চিয়ামেন্সিয়াম (মংকুট, চিয়ামৰ ৰজা)। দেশখনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্ধিত এই নামটোৰ এই ব্যৱহাৰে চিয়াম নামটোক চৰকাৰী মৰ্যাদা প্ৰদান কৰে, ১৯৩৯ চনৰ ২৪ জুনলৈকে ইয়াক থাইলেণ্ডলৈ সলনি কৰা হয়।[18]

মুঠ ৫১৩,১২০ বৰ্গ কিলোমিটাৰ (১৯৮,১২০ বৰ্গমাইল) মাটিকালিৰে‍ থাইলেণ্ড আয়তনৰ হিচাপত ৫০ নং বৃহত্তম দেশ।[1] থাইলেণ্ডত কেইবাটাও সুকীয়া ভৌগোলিক অঞ্চল আছে, যিবোৰ আংশিকভাৱে প্ৰাদেশিক গোটসমূহৰ সৈতে মিল খায়। দেশৰ উত্তৰ দিশত পাহাৰীয়া অঞ্চল, সমুদ্ৰপৃষ্ঠৰ পৰা ২,৫৬৫ মিটাৰ (৮,৪১৫ ফুট) উচ্চতাত থকা থানন থং চাই ৰেঞ্জৰ ডয় ইনথানন থাইলেণ্ডৰ হাইলেণ্ড।

চাও ফ্ৰায়া আৰু মেকং নদী থাইলেণ্ডৰ গ্ৰাম্য অঞ্চলৰ অপৰিহাৰ্য জলধাৰা। ঔদ্যোগিক পৰ্যায়ত শস্য উৎপাদনত নদী আৰু ইয়াৰ উপনৈ দুয়োটাকে ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Thailand Archived 2010-12-29 at the Wayback Machine, CIA World Factbook.
  2. Barbara A. West (2009), Encyclopedia of the Peoples of Asia and Oceania, Facts on File, p. 794, ISBN 1438119135 
  3. McCargo, Duncan; Hongladarom, Krisadawan (2004), "Contesting Isan-ness: Discourses of politics and identity in Northeast Thailand", Asian Ethnicity (Taylor & Francis) খণ্ড 5 (2): 219, doi:10.1080/1463136042000221898, ISSN 1463-1369, http://www.tandfonline.com/doi/full/10.1080/1463136042000221898#.UyEjBc7iPvc 
  4. David Levinson (1998), Ethnic Groups Worldwide: A Ready Reference Handbook, Oryx Pres, p. 287, ISBN 1573560197 
  5. Paul, Lewis M.; Simons, Gary F.; Fennig, Charles D. (2013), Ethnologue: Languages of the World, SIL International, ISBN 978-1-55671-216-6, http://www.ethnologue.com 
  6. ประกาศสานักทะเบียนกลาง กรมการปกครอง เรื่อง จานวนราษฎรทั่วราชอาณาจักร แยกเป็นกรุงเทพมหานครและจังหวัดต่าง ๆ ตามหลักฐานการทะเบียนราษฎร ณ วันที่ 31 ธันวาคม 2553. Web.archive.org (2011-07-16). Retrieved 20 May 2012.
  7. সাঁচ:Th icon National Statistics Office, "100th anniversary of population censuses in Thailand: Population and housing census 2010: 11th census of Thailand". popcensus.nso.go.th.
  8. 8.0 8.1 8.2 8.3 "Thailand". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2014/02/weodata/weorept.aspx?sy=2013&ey=2018&scsm=1&ssd=1&sort=country&ds=.&br=1&pr1.x=49&pr1.y=10&c=578&s=NGDP_RPCH%2CNGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=। আহৰণ কৰা হৈছে: October 2014. 
  9. "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/। আহৰণ কৰা হৈছে: 2 Mar 2011. 
  10. "2014 Human Development Report Summary". United Nations Development Programme. 2014. পৃষ্ঠাসমূহ: 21–25. http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf। আহৰণ কৰা হৈছে: 27 July 2014. 
  11. "Merriam-Webster Online". Merriam-webster.com. 25 April 2007. http://www.merriam-webster.com/dictionary/thailand। আহৰণ কৰা হৈছে: 25 April 2010. 
  12. Thailand and the World Bank Archived 16 December 2005 at the Wayback Machine, World Bank on Thailand country overview.
  13. The Guardian, Country profile: Thailand Archived 23 May 2010 at the Wayback Machine, 25 April 2009.
  14. Cœdès, George (1968). Walter F. Vella. ed. The Indianized States of Southeast Asia. Trans. Susan Brown Cowing. University of Hawaii Press. ISBN 978-0-8248-0368-1. 
  15. Phumisak, Chit (1992) (th ভাষাত). ความเป็นมาของคําสยาม ไทย, ลาว และขอม และลักษณะทางสังคมของชื่อชนชาติ: ฉบับสมบูรณ์ เพิ่มเติม ข้อเท็จจริงว่าด้วยชนชาติขอม. Samnakphim Sayām. ISBN 978-974-85729-9-4. https://books.google.com/books?id=IadwAAAAMAAJ। আহৰণ কৰা হৈছে: 31 December 2021. 
  16. Pain, Frédéric (2008). "An Introduction to Thai Ethnonymy: Examples from Shan and Northern Thai". Journal of the American Oriental Society খণ্ড 128 (4): 641–662. 
  17. Barend Jan Terwiel, Chaichuen Khamdaengyodtai, Shan Manuscripts. Franz Steiner, 2003, p. 9.
  18. Thailand (Siam) History, CSMngt-Thai. Archived 24 April 2015 at the Wayback Machine