লিংগ অনুপাত অনুসৰি দেশৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of countries by sex ratioৰ পৰা পুনঃনিৰ্দেশিত)
লিংগ অনুপাত অনুসৰি দেশসমূহৰ মানচিত্ৰ
  পুৰুষতকৈ মহিলা বেছি থকা দেশ
  পুৰুষ আৰু মহিলা সমানে থকা দেশ
  মহিলাতকৈ পুৰুষ বেছি থকা দেশ
  তথ্য নাই
মুঠ জনসংখ্যা অনুসৰি দশসমূহৰ লিংগ অনুপাত।
নীলা= বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ গড় লিংগ অনুপাত= ১.০১)
১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ লিংগ অনুপাত।
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ গড় লিংগ অনুপাত=১.০৬)
৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ লিংগ অনুপাত।
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ গড় লিংগ অনুপাত=০.৭৯)

জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।

লিংগ অনুপাত[সম্পাদনা কৰক]

তালিকাখনৰ কিছুমান তথ্য The World Factbook (২০১২)[1]ৰপৰা সংগ্ৰহ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰCIA নামৰ সংস্থাটোৱে এই পুৰুষ-মহিলাৰ লিংগ অনুপাতৰ তথ্যখিনি যুগুত কৰিছে। The World Factbook-ৰ তথ্যসমূহ আৰু নিজ নিজ দেশসমূহৰ লোকপিয়লৰ তথ্যসমূহৰ মাজত পাৰ্থক্য থাকিব পাৰে। উদাহৰণস্বৰূপে ২০০১ চনত The World Factbook-ৰ তথ্য অনুসৰি ছুইজাৰলেণ্ডৰ শিশুৰ জন্মৰ লিংগ অনুপাত আছিল ১.০৫[2], কিন্তু ছুইজাৰলেণ্ডৰ চৰকাৰী পৰিসংখ্যা মতে এই অনুপাত আছিল ১.০৭[3]ছুইডেন, নৰৱে, আয়াৰলেণ্ড, ভাৰত আৰু জাপানৰ লিংগ অনুপাতৰ ক্ষেত্ৰতো এনে বিসংগতি দেখা গৈছিল।

অনুপাত ১-তকৈ বেছি হ'লে মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক, আৰু অনুপাত ১-তকৈ কম হ'লে পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক। অনুপাত ১ হ'লে পুৰুষ আৰু মহিলাৰ সংখ্যা সমান।

দেশ/অঞ্চল জন্ম (CIA-ৰ তথ্য)[1] ১৫ বছৰৰ অনূৰ্ধ্ব ১৫-৬৪ ৬৫ বছৰৰ উৰ্দ্ধ সৰ্বমুঠ জন্ম (WDB-ৰ তথ্য)[4]
 বিশ্ব ১.০৭ ১.০৬ ১.০২ ০.৭৮ ১.০১ ১.০৭
 আফগানিস্তান ১.০৫ ১.০৫ ১.০৫ ০.৯২ ১.০৫ ১.০৬
 আলবেনিয়া ১.১১৮ ১.১ ১.০৫ ০.৮৭ ১.০৪ ১.০৭
 আলজেৰিয়া ১.০৫ ১.০৪ ১.০২ ০.৮৬ ১.০১ ১.০৫
 আমেৰিকান চমোৱা ১.০৬ ১.০৪ ১.০৩ ০.৮৮ ১.০২
 আন্দৰা ১.০৬৬ ১.০৬ ১.০৯ ০.৯৯ ১.০৭
 আংগলা ১.০৫ ১.০২ ১.০৩ ০.৭৯ ১.০২ ১.০৩
 আংগুইলা ১.০৩১ ১.০৫ ০.৯ ০.৯৩ ০.৯৪
 এণ্টিগুৱা আৰু বাৰ্বুডা ১.০৫ ১.০৩ ০.৮৭ ০.৭৬ ০.৯
 আৰ্জেণ্টিনা ১.০৫২ ১.০৫ ০.৭ ০.৯৭ ১.০৪
 আৰ্মেনিয়া ১.১২৪ ১.১৫ ০.৮৮ ০.৬২ ০.৮৯ ১.১৫
 আৰুবা ১.০২১ ১.০১ ০.৯২ ০.৬৬ ০.৯ ১.০৫
 অষ্ট্ৰেলিয়া ১.০৫৫ ১.০৫ ১.০৩ ০.৮৪ ১.০৬
 অষ্ট্ৰিয়া ১.০৫১ ১.০৫ ১.০১ ০.৭১ ০.৯৫ ১.০৬
 আজেৰবাইজান ১.১১৬ ১.১৩ ০.৯৭ ০.৫৮ ০.৯৭ ১.১৬
 বাহামাছ ১.০৩ ১.০৩ ০.৯৭ ০.৬২ ০.৯৬ ১.০৬
 বাহৰেইন ১.০২৮ ১.০২ ১.৩৩ ১.১৩ ১.২৪ ১.০৫
 বাংলাদেশ ১.০৪ ১.০১ ০.৮৯ ০.৯৩ ০.৯৩ ১.০৫
 বাৰ্বাড'ছ ১.০১৩ ০.৯৭ ০.৬৪ ০.৯৪ ১.০৪
 বেলাৰুছ ১.০৬২ ১.০৬ ০.৯৪ ০.৪৭ ০.৮৭ ১.০৬
 বেলজিয়াম ১.০৪৫ ১.০৪ ১.০২ ০.৭১ ০.৯৬ ১.০৫
 বেলাইজ ১.০৫ ১.০৪ ১.০২ ০.৯১ ১.০৩ ১.০৩
 বেনিন ১.০৫ ১.০৪ ০.৯৯ ০.৬৯ ১.০৪
 বাৰ্মুদা ১.০১৫ ১.০১ ০.৯৭ ০.৭১ ০.৯৪
 ভূটান ১.০৫ ১.০৪ ১.১৩ ১.১২ ১.১ ১.০৪
 বলিভিয়া ১.০৫ ১.০৪ ০.৯৬ ০.৭৯ ০.৯৮ ১.০৫
 বচনিয়া আৰু হাৰজেগ’ভিনা ১.০৭৪ ১.০৭ ১.০২ ০.৬৯ ০.৯৭ ১.০৭
 বৎচোৱানা ১.০৩ ১.০৪ ১.০২ ০.৬৮ ১.০১ ১.০৩
 ব্ৰাজিল ১.০৫ ১.০৪ ০.৯৮ ০.৭৩ ০.৯৮ ১.০৫
 ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ ১.০৫ ১.০৩ ১.০৫ ১.০৭ ১.০৫
 ব্ৰুণেই ১.০৪৭ ১.০৬ ০.৯৯ ০.৯৪ ১.০৬
 বুলগেৰিয়া ১.০৬ ১.০৫ ০.৯৭ ০.৬৮ ০.৯২ ১.০৬
 বাৰ্কিনা ফাছো ১.০৩ ১.০১ ০.৬৪ ০.৯৯ ১.০৫
 বাৰ্মা ১.০৬ ১.০৪ ০.৯৯ ০.৭৭ ০.৯৯
 বুৰুণ্ডী ১.০৩ ১.০১ ০.৯৭ ০.৬৭ ০.৯৮ ১.০৩
 কম্বোডিয়া ১.০৪৫ ১.০২ ০.৯৫ ০.৬ ০.৯৬ ১.০৫
 কেমেৰুন ১.০৩ ১.০২ ১.০১ ০.৮৫ ১.০১ ১.০৩
 কানাডা ১.০৫৬ ১.০৫ ১.০২ ০.৭৮ ০.৯৮ ১.০৫
 কেপ ভাৰ্ডে ১.০৩ ১.০১ ০.৯৪ ০.৬১ ০.৯৪ ১.০৩
 কেমেন দ্বীপপুঞ্জ ১.০১৬ ১.০১ ০.৯৫ ০.৮৯ ০.৯৬
 চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক ১.০৩ ১.০১ ০.৯৮ ০.৬৭ ০.৯৮ ১.০৩
 চাদ ১.০৪ ১.০৩ ০.৮৫ ০.৭৩ ০.৯২ ১.০৩
 চিলি ১.০৫ ১.০৫ ০.৭২ ০.৯৮ ১.০৪
 চীন ১.১৩৩ ১.১৭ ১.০৬ ০.৯৩ ১.০৬ ১.১৯
 কলম্বিয়া ১.০৬ ১.০৫ ০.৯৭ ০.৭৪ ০.৯৮ ১.০৫
 কম'ৰছ ১.০৩ ১.০১ ০.৯৮ ০.৮৩ ০.৯৮ ১.০৫
 কংগো গণৰাজ্য ১.০৩ ১.০১ ০.৯৯ ০.৬৯ ০.৯৯ ১.০৩
 কংগো ১.০৩ ১.০১ ০.৯৯ ০.৭ ০.৯৯ ১.০৩
 কুক দ্বীপসমূহ ১.০৪৮ ১.১৩ ১.০৭ ০.৯৬ ১.০৭
 কষ্টা ৰিকা ১.০৫ ১.০৫ ১.০১ ০.৮৬ ১.০১ ১.০৫
 আইভৰি ক’ষ্ট ১.০৩ ১.০২ ১.০৪ ০.৯৯ ১.০৩ ১.০২
 ক্ৰয়েছিয়া ১.০৫৫ ১.০৬ ০.৯৯ ০.৬৪ ০.৯৩ ১.০৬
 কিউবা ১.০৬ ১.০৬ ০.৮৩ ০.৯৯ ১.০৬
 চাইপ্ৰাছ ১.০৫ ১.০৬ ১.০৮ ০.৭৭ ১.০৪ ১.০৭
 চেক গণৰাজ্য ১.০৫৯ ১.০৬ ১.০১ ০.৬৬ ০.৯৫ ১.০৬
 ডেনমাৰ্ক ১.০৫৫ ১.০৫ ১.০১ ০.৭৮ ০.৯৮ ১.০৬
 দীজিবৌটি ১.০৩ ০.৮ ০.৮১ ০.৮৬ ১.০৪
 ডমিনিকা ১.০৫ ১.০৪ ১.০৫ ০.৭৬ ১.০২
 ডমিনিকান গণৰাজ্য ১.০৪ ১.০৪ ১.০৪ ০.৮৬ ১.০৩ ১.০৫
 ইকুৱেডৰ ১.০৫ ১.০৪ ০.৯৭ ০.৯৩ ০.৯৯ ১.০৫
 ইজিপ্ত ১.০৫ ১.০৫ ১.০৩ ০.৮৩ ১.০৩ ১.০৫
 এল চালভাড’ৰ ১.০৫ ১.০৫ ০.৮৯ ০.৮১ ০.৯৩ ১.০৫
 বিষুৱীয় গিনি ১.০৩ ১.০৩ ০.৯৭ ০.৭৮ ০.৯৯ ১.০৩
 এৰিট্ৰিয়া ১.০৩ ১.০১ ০.৯৬ ০.৮২ ০.৯৮ ১.০৩
 এষ্ট’নিয়া ১.০৬৩ ১.০৬ ০.৯১ ০.৪৯ ০.৮৪ ১.০৬
 ইথিঅ'পিয়া ১.০৩ ০.৯৬ ০.৭৫ ০.৯৭ ১.০৩
 ইউৰোপিয়ান ইউনিয়ন ১.০৬ ১.০৫ ০.৭৩ ০.৯৫ ১.০৬
 ফাৰো দ্বীপপুঞ্জ ১.০৭১ ১.০৭ ১.১৫ ০.৯ ১.০৯
 ফিজি ১.০৫ ১.০৪ ০.৮১ ১.০৬
 ফিনলেণ্ড ১.০৪ ১.০৪ ১.০২ ০.৬৯ ০.৯৬ ১.০৫
 ফ্ৰান্স ১.০৫১ ১.০৫ ০.৭২ ০.৯৬ ১.০৫
 ফ্ৰান পলিনেছিয়া ১.০৫ ১.০৪ ১.০৭ ১.০২ ১.০৬ ১.০৫
 গেবন ১.০৩ ১.০১ ০.৭২ ০.৯৯ ১.০৩
 গাম্বিয়া ১.০৩ ১.০১ ০.৯৮ ০.৯৮ ১.০৩
 গাজা ষ্ট্ৰীপ ১.০৬ ১.০৬ ১.০৫ ০.৬৮ ১.০৪ ১.০৫
 জৰ্জিয়া ১.১১৩ ১.১৫ ০.৯৩ ০.৬৬ ০.৯১ ১.১১
 জাৰ্মানী ১.০৫৫ ১.০৫ ১.০৪ ০.৭২ ০.৯৭ ১.০৬
 ঘানা ১.০৩ ১.০২ ০.৮৪ ১.০৬
 গিব্ৰালটাৰ ১.০৭ ১.০৬ ১.০২ ০.৯৩ ১.০১
 গ্ৰীচ ১.০৬৪ ১.০৬ ০.৭৮ ০.৯৬ ১.০৭
 গ্ৰীনলেণ্ড ১.০৫১ ১.০৩ ১.১৫ ১.০৫ ১.১২
 গ্ৰেনেডা ১.০৯৮ ১.০৫ ১.০৪ ০.৮২ ১.০২ ১.০৫
 গুৱাম ১.০৬ ১.০৭ ১.০৪ ০.৮৫ ১.০৩ ১.০৬
 গুৱেটমালা ১.০৫ ১.০৪ ০.৯৪ ০.৮৬ ০.৯৭ ১.০৫
 গুৱেৰনছে ১.০৫ ১.০৩ ০.৯৮ ০.৭৭ ০.৯৫
 গুইনিয়া ১.০৩ ১.০২ ০.৭৮ ১.০৬
 গুইনিয়া-বিচ্চাও ১.০৩ ০.৯৩ ০.৬৬ ০.৯৫ ১.০৩
 গুৱানা ১.০৫ ১.০৪ ০.৭১ ১.০৫
 হাইটি ১.০১১ ১.০২ ০.৯৯ ০.৬২ ০.৯৮ ১.০৫
 হন্দুৰাছ ১.০৫ ১.০৪ ১.০১ ০.৮১ ১.০১ ১.০৫
 হংকং ১.০৭৫ ১.০৯ ০.৯৪ ০.৮৮ ০.৯৫ ১.০৭
 হাংগেৰী ১.০৫৭ ১.০৬ ০.৯৮ ০.৫৭ ০.৯১ ১.০৬
 আইচলেণ্ড ১.০৪ ১.০৩ ১.০২ ০.৮৩ ১.০৫
 ভাৰত ১.১২ ১.১৩ ১.০৭ ০.৯ ১.০৮ ১.০৮
 ইণ্ডোনেছিয়া ১.০৫ ১.০৩ ১.০১ ০.৮ ১.০৫
 ইৰান ১.০৫ ১.০৫ ১.০২ ০.৯২ ১.০২ ১.০৫
 ইৰাক ১.০৫ ১.০৩ ১.০৩ ০.৯ ১.০২ ১.০৭
 আয়াৰলেণ্ড ১.০৭ ১.০৭ ০.৮১ ০.৯৯ ১.০৭
 আইল অৱ মেন ১.০৫ ১.০৫ ১.০১ ০.৭ ০.৯৬
 ইজৰাইল ১.০৫ ১.০৫ ১.০৩ ০.৭৭ ১.০৫
 ইটালী ১.০৭ ১.০৬ ১.০৩ ০.৭২ ০.৯৬ ১.০৬
 জামাইকা ১.০৫ ১.০৩ ০.৯৭ ০.৮১ ০.৯৮ ১.০৫
 জাপান ১.০৬ ১.০৬ ১.০২ ০.৭৪ ০.৯৫ ১.০৬
 জাৰ্ছে ১.০৮ ১.০৮ ০.৮ ০.৯৭
 জৰ্ডান ১.০৬ ১.০৪ ১.১৫ ০.৯৩ ১.১ ১.০৫
 কাজাখাস্তান ১.০৬ ১.০৪ ০.৯৫ ০.৫৪ ০.৯৩ ১.০৭
 কেনিয়া ১.০২ ১.০১ ১.০১ ০.৮৪ ১.০৩
 কিৰিবাছ ১.০৫ ১.০৩ ০.৯৮ ০.৭৪ ০.৯৯ ১.০৫
 উত্তৰ কোৰিয়া ১.০৬ ১.০৩ ০.৯৮ ০.৬৩ ০.৯৫ ১.০৫
 দক্ষিণ কোৰিয়া ১.০৭ ১.১ ১.০৪ ০.৬৭ ১.১০
 কুৱেইট ১.০৪ ১.০৪ ১.৭৮ ১.৬৬ ১.৫৪ ১.০৩
[[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান ১.০৫ ১.০৪ ০.৯৬ ০.৬৪ ০.৯৬ ১.০৬
 লাউচ ১.০৫ ১.০১ ০.৯৮ ০.৭৬ ০.৯৮ ১.০৫
 লাটভিয়া ১.০৫ ১.০৫ ০.৯৫ ০.৪৯ ০.৮৬ ১.০৫
 লেবানন ১.০৫ ১.০৪ ০.৯৮ ০.৮২ ০.৯৭ ১.০৫
 লেছথ’ ১.০৩ ১.০১ ০.৯৬ ০.৬৬ ০.৯৬ ১.০৩
 লাইবেৰিয়া ১.০৩ ০.৯৮ ০.৯৪ ০.৯৯ ১.০৬
 লিবিয়া ১.০৫ ১.০৪ ১.০৬ ০.৯৬ ১.০৫ ১.০৬
 লাইচটেনষ্টাইন ১.০১ ০.৯৯ ০.৯৮ ০.৭৬ ০.৯৪
 লিথুৱানিয়া ১.০৬ ১.০৫ ০.৯৬ ০.৫৩ ০.৮৯ ১.০৫
 লাক্সেমবাৰ্গ ১.০৭ ১.০৬ ১.০২ ০.৭ ০.৯৭ ১.০৬
 মাকাও ১.০৫ ১.১৪ ০.৮৮ ০.৮৮ ০.৯২ ১.০৫
 মেছেদনীয়া ১.০৮ ১.০৮ ১.০২ ০.৭৭ ১.০৮
 মাদাগাস্কাৰ ১.০৩ ১.০১ ০.৯৯ ০.৮ ০.৯৯ ১.০৩
 মালাৱী ১.০২ ১.০১ ০.৭৪ ১.০৩
 মালয়েছিয়া ১.০৭ ১.০৬ ১.০১ ০.৭৯ ১.০১ ১.০৬
 মালদ্বীপ ১.০৫ ১.০৪ ১.০৪ ১.০৫ ১.০৬
 মালি ১.০৩ ১.০২ ০.৯৯ ০.৬৪ ০.৯৯ ১.০৫
 মালটা ১.০৬ ১.০৬ ১.০৩ ০.৭৬ ০.৯৯ ১.০৬
 মাৰ্ছাল দ্বীপপুঞ্জ ১.০৫ ১.০৪ ১.০৫ ০.৯৪ ১.০৪
 মৌৰিতানিয়া ১.০৩ ১.০১ ০.৮৯ ০.৭৪ ০.৯৩ ১.০৫
 মৰিছাছ ১.০৫ ১.০৩ ০.৯৯ ০.৬৭ ০.৯৭ ১.০৪
 ময়ত্তে ১.০৩ ১.০১ ১.১৬ ১.০৪ ১.০৮ ১.০৩
 মেক্সিকো ১.০৫ ১.০৪ ০.৯৪ ০.৮২ ০.৯৬ ১.০৫
 মাইক্ৰ’নেছিয়া যুক্তৰাজ্য ১.০৫ ১.০৩ ০.৯৯ ০.৭৪ ১.০৭
 মলডভা ১.০৬ ১.০৬ ০.৯৪ ০.৫৮ ০.৯১ ১.০৬
 মনাকো ১.০৬ ১.০৫ ০.৯৮ ০.৬৮ ০.৯১
 মংগোলিয়া ১.০৫ ১.০৪ ০.৭৭ ১.০৩
 মণ্টেনেগ্ৰ ১.০৭২ ০.৯৬ ১.০৮ ০.৬৮ ০.৯৯ ১.০৮
 মণ্টচেৰাট ১.০৩ ১.০৮ ০.৯২ ১.৯৫ ১.০১
 মৰক্কো ১.০৫ ১.০৪ ০.৭৫ ০.৯৯ ১.০৬
 মজাম্বিক ১.০২ ১.০১ ০.৯৬ ০.৭১ ০.৯৭ ১.০৩
 নামিবিয়া ১.০৩ ১.০২ ১.০২ ০.৮১ ১.০১ ১.০৩
 নাউৰু ১.০৫ ১.০৪ ০.৯৭ ১.০৪
 নেপাল ১.০৪ ১.০৪ ০.৯২ ০.৮৯ ০.৯৬ ১.০৫
 নেডাৰলেণ্ডচ ১.০৫ ১.০৫ ১.০২ ০.৭৬ ০.৯৮ ১.০৬
 নেডাৰলেণ্ডচ এনটাইল্লেচ ১.০৫ ১.০৫ ০.৯৩ ০.৬৮ ০.৯৩
 নিউ কেলেডনিয়া ১.০৫ ১.০৪ ১.০১ ০.৮৬ ১.০১ ১.০৫
 নিউজিলেণ্ড ১.০৫ ১.০৫ ০.৮৪ ০.৯৯ ১.০৬
 নিকাৰাগুৱা ১.০৫ ১.০৪ ০.৭৮ ১.০৫
 নাইজাৰ ১.০৩ ১.০২ ০.৯৯ ০.৮১ ১.০৫
 নাইজেৰিয়া ১.০৬ ১.০৫ ১.০৪ ০.৯৪ ১.০৪ ১.০৬
 দক্ষিণ মাৰিয়ানা দ্বীপপুঞ্জ ১.০৬ ১.১ ০.৬৭ ১.০৮ ০.৭৪
 নৰৱে ১.০৫ ১.০৫ ১.০৩ ০.৭৫ ০.৯৮ ১.০৬
 ওমান ১.০৫ ১.০৪ ১.৩৮ ১.৩২ ১.২২ ১.০৫
 পাকিস্তান ১.১০ ১.০৬ ১.০৫ ০.৮৮ ১.০৯ ১.০৫
 পালাউ ১.০৬ ১.০৬ ১.২৬ ০.৪৫ ১.১৪
 পানামা ১.০৪ ১.০৪ ১.০২ ০.৮৭ ১.০২ ১.০৫
 পাপুৱা নিউগিনি ১.০৫ ১.০৩ ১.০৬ ০.৮৬ ১.০৪ ১.০৮
 পাৰাগুৱে ১.০৫ ১.০৩ ১.০১ ০.৮৬ ১.০১ ১.০৫
 পেৰু ১.০৫ ১.০৪ ১.০১ ০.৮৯ ১.০১ ১.০৫
 ফিলিপাইন ১.০৫ ১.০৪ ০.৭৬ ১.০৬
 পোলেণ্ড ১.০৬ ১.০৬ ০.৯৯ ০.৬২ ০.৯৪ ১.০৬
 পৰ্তুগাল ১.০৭ ১.০৯ ০.৯৯ ০.৭ ০.৯৫ ১.০৬
 পুৱেৰ্ট’ ৰিক’ ১.০৫ ১.০৫ ০.৯৩ ০.৭৬ ০.৯২ ১.০৫
 কাটাৰ ১.০৬ ১.০৬ ২.৪৬ ১.৩৮ ১.০৪
 ৰোমানিয়া ১.০৬ ১.০৫ ০.৯৯ ০.৬৯ ০.৯৫ ১.০৬
 ৰাছিয়া ১.০৬ ১.০৫ ০.৯২ ০.৪৪ ০.৮৬ ১.০৬
 ৰুৱাণ্ডা ১.০৩ ১.০১ ০.৬৬ ০.৯৯ ১.০১
 ছেইণ্ট বাৰ্থেলেমি ১.০৫ ১.০৬ ১.১৯ ০.৯৯ ১.১৪
 ছেইণ্ট হেলেনা ১.০৫ ১.০৪ ১.০৪ ০.৯ ১.০৩
 ছেইণ্ট কিট্টিচ আৰু নেভিচ ১.০৬ ১.০৫ ০.৭২ ০.৯৯
 ছেইণ্ট লুছিয়া ১.০৬ ১.০৫ ০.৯৪ ০.৮২ ০.৯৬ ১.০৩
 ছেইণ্ট-মাৰ্টিন ১.০৪ ০.৯৯ ০.৯১ ০.৮১ ০.৯২
 ছেইণ্ট পিয়েৰা আৰু মিকুৱেলন ১.০৫ ১.০৪ ১.০৩ ০.৮৬ ১.০১
 ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ ১.০৩ ১.০২ ১.০৬ ০.৮২ ১.০৩ ১.০৩
 চামোৱা ১.০৫ ১.০৪ ১.১ ০.৮ ১.০৬ ১.০৮
 ছান মাৰিণ' ১.০৯ ১.০৮ ০.৯২ ০.৭৬ ০.৯১
 চাও টম আৰু প্ৰিন্সিপ ১.০৩ ১.০৩ ০.৯৪ ০.৮২ ০.৯৮ ১.০৩
 চৌদি আৰৱ ১.০৫ ১.০৪ ১.২৯ ১.০৬ ১.১৮ ১.০৩
 ছেনেগাল ১.০৩ ১.০১ ০.৯৮ ০.৮৮ ০.৯৯ ১.০৩
 ছাৰ্বিয়া ১.০৭ ১.০৭ ০.৭ ০.৯৫ ১.০৮
 ছেচেল্লেচ ১.০৩ ১.০৫ ১.০৮ ০.৫৯ ১.০৩
 ছিয়েৰা লিয়ন ১.০৩ ০.৯৬ ০.৯২ ০.৮৪ ০.৯৪ ১.০২
 ছিংগাপুৰ ১.০৮ ১.০৮ ০.৯৫ ০.৮ ০.৯৫ ১.০৭
 শ্ল'ভাকিয়া ১.০৫ ১.০৫ ০.৯৯ ০.৬ ০.৯৪ ১.০৫
 শ্ল’ভেনিয়া ১.০৭ ১.০৬ ১.০২ ০.৬৪ ০.৯৫ ১.০৫
 চল’মন দ্বীপপুঞ্জ ১.০৫ ১.০৪ ১.০২ ০.৯ ১.০২ ১.০৯
 ছোমালিয়া ১.০৩ ০.৭২ ১.০৩
 দক্ষিণ আফ্ৰিকা ১.০২ ১.০২ ০.৬৯ ০.৯৯ ১.০৩
 স্পেইন ১.০৭ ১.০৬ ১.০১ ০.৭২ ০.৯৬ ১.০৬
 শ্ৰীলংকা ১.০৪ ১.০৪ ০.৯৬ ০.৮৭ ০.৯৭ ১.০৪
 ছুদান ১.০৫ ১.০৪ ১.০১ ১.০৭ ১.০৩ ১.০৫
 ছুৰিনাম ১.০৭ ১.০৪ ০.৯৯ ০.৭৬ ০.৯৯ ১.০৮
 স্বাজিলেণ্ড ১.০৩ ১.০২ ০.৯৩ ০.৫৯ ০.৯৫ ১.০৩
 ছুইডেন ১.০৬ ১.০৬ ১.০৩ ০.৭৯ ০.৯৮ ১.০৬
 ছুইজাৰলেণ্ড ১.০৫ ১.০৮ ১.০২ ০.৭১ ০.৯৭ ১.০৬
 ছিৰিয়া ১.০৬ ১.০৬ ১.০৫ ০.৮৯ ১.০৫ ১.০৫
 টাইৱান ১.০৯ ১.০৮ ১.০২ ০.৯৪ ১.০২
 তাজিকিস্তান ১.০৫ ১.০৪ ০.৯৮ ০.৭৪ ০.৯৯ ১.০৫
 তাঞ্জানিয়া ১.০৩ ০.৯৭ ০.৭৮ ০.৯৮ ১.০৩
 থাইলেণ্ড ১.০৫ ১.০৫ ০.৯৮ ০.৮৩ ০.৯৮ ১.০৬
 টিমুৰ লেষ্টে ১.০৫ ১.০৩ ১.০৪ ০.৯১ ১.০৩ ১.০৫
 তগ’ ১.০৩ ১.০১ ০.৯৬ ০.৬৫ ০.৯৭ ১.০২
 টংগা ১.০৫ ১.০৪ ০.৯৯ ০.৭১ ০.৯৯ ১.০৫
 ট্ৰিনিদাদ আৰু ট'বেগ'‎ ১.০৩ ১.০৫ ১.০৫ ০.৭৫ ১.০২ ১.০৪
 তুনিছিয়া ১.০৭ ১.০৭ ১.০১ ০.৮৭ ১.০১ ১.০৫
 তুৰস্ক ১.০৫ ১.০৫ ১.০২ ০.৮৪ ১.০২ ১.০৫
 তুৰ্কমেনিস্তান ১.০৫ ১.০২ ০.৯৮ ০.৭৭ ০.৯৮ ১.০৫
 তুৰ্কছ আৰু কেইকছ দ্বীপপুঞ্জ ১.০৫ ১.০৪ ১.১ ০.৯৫ ১.০৭
 টুভালু ১.০৫ ১.০৪ ০.৯৬ ০.৫৯ ০.৯৬
 উগাণ্ডা ১.০৩ ১.০১ ১.০১ ০.৭১ ১.০৩
 ইউক্ৰেইন ১.০৬ ১.০৬ ০.৯২ ০.৫ ০.৮৬ ১.০৬
 সংযুক্ত আৰৱ আমিৰাত ১.০৫ ১.০৫ ২.৭৪ ১.৮২ ২.১৯ ১.০৫
 যুক্তৰাজ্য ১.০৫ ১.০৫ ১.০৩ ০.৭৬ ০.৯৮ ১.০৫
 আমেৰিকা যুক্তৰাষ্ট্ৰ ১.০৫ ১.০৪ ১.০০ ০.৭৫ ০.৯৭ ১.০৫
 ভাৰ্জিন দ্বীপপুঞ্জ ১.০৬ ১.০৩ ০.৮৮ ০.৮২ ০.৯ ১.০৬
 উৰুগুৱে ১.০৪ ১.০৩ ০.৯৯ ০.৬৭ ০.৯৫ ১.০৫
 উজবেকিস্তান ১.০৬ ১.০৫ ০.৯৯ ০.৭৫ ০.৯৯ ১.০৫
 ভানুৱাটু ১.০৫ ১.০৪ ১.০৪ ১.০৬ ১.০৪ ১.০৭
 ভেনিজুৱেলা ১.০৫ ১.০৩ ০.৯৭ ০.৮ ০.৯৮ ১.০৫
 ভিয়েটনাম ১.০৭ ১.০৮ ০.৯৯ ০.৬৩ ০.৯৮ ১.০৫
 ৱাল্লিচ আৰু ফুটুনা ১.০৫ ১.১১ ০.৮৩ ১.০১
 পশ্চিম বেংক ১.০৬ ১.০৫ ১.০৫ ০.৭১ ১.০৪ ১.০৫
 পশ্চিম চাহাৰা ১.০৪ ১.০৩ ০.৯৭ ০.৭৩ ০.৯৯
 য়েমেন ১.০৫ ১.০৪ ১.০৩ ০.৯২ ১.০৩ ১.০৫
 জাম্বিয়া ১.০৩ ১.০১ ০.৭ ১.০৩
 জিম্বাৱৱে ১.০৩ ১.০২ ০.৮১ ০.৭৮ ০.৯১ ১.০২

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Sex Ratio Archived 2013-10-16 at the Wayback Machine". The World Factbook.
  2. "Europe-Switzerland-People-Sex Ratio-at birth". Archived from the original on 2007-06-12. https://web.archive.org/web/20070612201655/https://www.cia.gov/library/publications/the-world-factbook/geos/sz.html। আহৰণ কৰা হৈছে: 2012-09-18. 
  3. "Statistical Data on Switzerland 2011, see page 6 for sex ratio at birth". Switzerland Federal Statistics Office. http://www.bfs.admin.ch/bfs/portal/en/index/themen/00/01/blank/02.html. 
  4. "Gender Statistics Highlights from 2012 World Development Report". World DataBank, a compilation of databases by the World Bank. February 2012. http://databank.worldbank.org/ddp/home.do.